ETV Bharat / bharat

Daily Horoscope For 27th June: আপোনাৰ দিনটোৰ ৰাশিফল

কেনে যাব আপোনাৰ আজিৰ দিনটো (Know Your day with ETV Bharat Astrology) ? চাওক দিনটোৰ ৰাশিফল (Astrological predictions for the day)৷

Daily Horoscope For 27th June 2023
আপোনাৰ দিনটোৰ ৰাশিফল
author img

By

Published : Jun 27, 2023, 5:05 AM IST

মেষ ৰাশি: আজিৰ দিনটো আপোনাৰ বাবে আনন্দদায়ক হৈ ৰ’ব । লক্ষ্মী দেৱীৰ আশীৰ্বাদ থাকিলে আজি আপোনাৰ আৰ্থিক পৰিকল্পনাৰ পৰা আপুনি প্ৰভূত লাভৱান হ’ব । আজি আপুনি হয়তো বিত্তীয় সম্বন্ধীয় কোনো আলোচনা সভাত অংশগ্ৰহণ কৰিব পাৰে বা তাৰ আয়োজন কৰিব পাৰে । গতিকে এইটো সহজতে বুজিব পৰা যায় যে, আপুনি আজি বহুতো লোকক লগ পাব পাৰে আৰু আপোনাৰ ক্ষেত্ৰৰ বাহিৰৰ মানুহকো লগ পাব । মগজু খটুৱাবলগীয়া কিছু বৌদ্ধিক প্ৰকল্পত কাম কৰি আপুনি আনন্দ লাভ কৰিব । প্ৰেমত শুভ ৷

বৃষ ৰাশি: আপুনি যদি যোগাযোগ মাধ্যমৰ মানুহ বা ৰাজহুৱা বক্তৃতা আদি দিয়ে, তেতিয়া হ’লে আজি আপুনি নিজৰ শ্ৰোতাক মন্ত্ৰমুগ্ধ কৰি পেলাব । আনকি এজনৰ সৈতে মুখামুখী বহি কথা পাতিও আপুনি সেই শ্ৰোতাজনক মুগ্ধ কৰি পেলাব । এনেকৈ আপুনি সেই চিনাকী মানুহজনৰ সৈতে এক বিশেষ আৰু দীঘলীয়া সম্পৰ্ক গঢ়ি তুলিব পাৰিব । আপুনি যদি পঢ়ুৱৈ তেতিয়া হ’লে জ্ঞান আহৰণ কৰা ক্ষমতা আপোনাৰ অস্বাভাৱিক ধৰণত বৃদ্ধি পাব ৷ প্ৰিয়জনৰ সৈতে মনোমালিন্য হোৱাৰ আশংকা ৷

মিথুন ৰাশি: আপোনাৰ আবেগ যেন আপোনাক পৰাস্ত কৰিব নোৱাৰে, বিশেষকৈ মহিলাসকলৰ সৈতে কথা পতাৰ সময়ত এই দিশত লক্ষ্য ৰাখিব । মহিলাতকৈয়ো আজি আপোনাৰ বাবে অধিক বিপজ্জনক হ’ল পানী । পুখুৰী, নদী আদিৰপৰা দূৰত থাকক । মদ্যপান নকৰিব বা আপোনাৰ বাবে পিছলৈ ক্ষতিকৰ হ’ব পাৰে এনেকুৱা কোনো কাম নকৰিব । আজি গোটেই দিনটো কিবা কথাত অত্যধিক চিন্তাত থাকিব আপুনি । আপোনাৰ টোপনিৰ ক্ষতি হ’ব পাৰে, যি আপোনাৰ স্বাস্থ্যৰ ক্ষতি কৰিব পাৰে। পৰিয়ালৰ লোকৰ সৈতে বিবাদত লিপ্ত নহ’ব । ভ্ৰমণ নকৰিব । প্ৰিয়জনৰ সৈতে কাজিয়া বা বিবাদ এৰাই চলক ৷

কৰ্কট ৰাশি: আজি আপুনি আনন্দ আৰু সুখেৰে পৰিপূৰ্ণ হৈ থাকিব । আজি সুচাৰু ৰূপত নতুন প্ৰকল্প আৰম্ভ কৰিব পাৰিব আৰু বন্ধু তথা প্ৰিয়জনৰ সৈতে সাক্ষাতৰ হ’ব । এই দুয়োটা কাৰণত আপুনি অত্যধিক আনন্দত থাকিব । আপুনি ইমানেই আনন্দত থাকিব যে নিজক চিকুটি কাটি চাব যে সঁচাকৈ বাস্তৱত আপুনি ইমান আনন্দ উপভোগ কৰি আছে নে । যেতিয়া গম পাব, এইবোৰ সঁচা তেতিয়া আপোনাৰ উৎসাহ-উদ্দীপনা বৃদ্ধি পাব । আপোনাৰ প্ৰতিযোগীসকলে পৰাস্ত হ’ব আৰু আপুনি যিসকলক ভাল পায় তেওঁলোকৰ মন জয় কৰিব আপুনি । সৰুসুৰা ভ্ৰমণ আপোনাৰ দিনটোক অধিক আনন্দময় কৰি তুলিব । আপোনাৰ সামাজিক মৰ্যাদা বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে ।

সিংহ ৰাশি: সকলো ফালৰপৰা আপোনাৰ দিনটো আজি মধ্যমীয়া । পৰিয়ালৰ সৈতে আজিৰ দিনটো ভালকৈ পাৰ হ’ব, কিন্তু অসাধাৰণ একো নহয় । কিন্তু আপুনি যদি সমস্যাত পৰে, তেতিয়া হ’লে তেওঁলোকেই আপোনাৰ কাষত আহি থিয় হ’ব। আৰ্থিক দিশত আজিৰ দিনটো আপোনাৰ বাবে ভাল নহয় । আৰ্থিক লাভ আজি আপোনাৰ নহ’লেও এই ক্ষতি আপুনি পূৰাই ল’ব নতুন নতুন মানুহৰ সৈতে সম্পৰ্ক গঢ়ি চোলাৰ জৰিয়তে। কামকাজত সামান্য নিয়ম-শৃংখলা মানি চলক।

কন্যা ৰাশি: আপুনি আজি নিজৰ নম্ৰ ব্যৱহাৰ আৰু মিঠা মাতেৰে সকলক মুগ্ধ কৰি দিব । এয়া আপোনাৰ বিভিন্ন ফালৰপৰা উপকৃত কৰিব । বৌদ্ধিকভাৱে আপোনাৰ উন্নতি হ’ব । আপোনাৰ চিন্তাধাৰা সলনি হ’ব । আপোনাৰ শাৰীৰিক আৰু মানসিক স্বাস্থ্য ভালে থাকিব । আপোনাৰ বাবে কিছু সুসংবাদ অপেক্ষা কৰি আছে। আজি আপুনি সুখী পৰিয়াল লৈ থাকিব ।

তুলা ৰাশি: আজিৰ দিনটো আপোনাৰ বাবে বৰ ভাল নহয় । আজি অধিক সতৰ্ক হৈ থাকক। আপোনাৰ স্বাস্থ্য বৰ বেয়া হৈ থাকিব, ইয়াক আওকাণ নকৰিব । নভবাকৈ চিন্তা নকৰাকৈ কোনো কথা কৈ কাকো অপমান কৰি নিদিয়ে যেন, লক্ষ্য ৰাখিব । নিজৰ খঙৰ উপৰত নিয়ন্ত্ৰণ ৰাখক। আজি দিনটো বিভিন্ন সমস্যাত থাকিব, সেইবোৰৰ সমাধানৰ ব্যৱস্থা ততালিকে কৰিব লাগিব ।

বৃশ্চিক ৰাশি: আজিৰ দিনটো আপোনাৰ বাবে অনুকূল । আজি আপোনাৰ বন্ধুসকলৰ সৈতে সাক্ষাত্ হ’ব আৰু তেওঁলোকৰ কাৰণে বিলাসীভাৱে খৰছ কৰিব । কিন্তু শীঘ্ৰেই আপোনাৰ দৰমহা বা আয়বৃদ্ধি হোৱাৰ যোগ আছে । আজি আচলতে দিনটো বৰ ভালেই । আপোনাৰ কামক লৈ ঊৰ্ধ্বতনসকলে সুখী হ’ব । আপোনাৰ জীৱনসংগী বা জীৱনসংগিনীও সুখী হ’ব ।

ধনু ৰাশি: আপোনাৰ গ্ৰহ বেছি উজ্জলতাৰে জিলিকি উঠিছে ৷আপুনিআজি সুখী আৰু আনক সহায় কৰাৰ বাবে আগ্ৰহী হৈ উঠিব ৷ আপোনাৰ লক্ষ্য আপোনাৰ কাম সোনকালে শেষ কৰাৰ ওপৰত থাকিব ৷ কামত বচক প্ৰভাবিত কৰিব পাৰিব ৷ পদোন্নতি হ’ব পাৰে ৷ ব্যৱসায়ীসকলৰ ব্যবসায়িক ভ্ৰমনৰ যোগ আছে ৷ পিতৃ আৰু পিতৃৰ ফালৰ ডাঙৰ সকলৰ পৰা লাভৰ আশা কৰিব পাৰে ৷

মকৰ ৰাশি: এটা মিশ্ৰিত ফলদায়ক দিন ৷ বৌদ্ধিক কাম আৰম্ভ কৰাৰ উত্তম সময় ৷ কলা আৰু সাহিত্যত আপুনিনিজৰ প্ৰতিভা বিকাশ কৰিব পাৰিব ৷ তাৰ উপৰিও আপুনি ছবি প্ৰদৰ্শনী বা কিতাপ পঢ়াৰ কৰ্মশালা পাতিব পাৰে ৷ চৰকাৰী কামত অশুবিধাৰ সন্মূখীন হ’ব ৷ আপোনাৰ শৰিৰ বৰ ভালে নাযাব, এলাহ আৰু জলা পোৰা এটা ভাবৰ ফলত অশান্তি লাভ কৰিব ৷

কুম্ভ ৰাশি: বহু বেছি চিন্তাই উদ্দেগ আৰু খঙক আহ্বান জনায় ৷ এই সকলোবোৰৰ পৰা মুক্ত হ’বলৈ ভগৱানক ভাবক আৰু ধ্যান বা যোগ কৰক ৷ এই সকলোবোৰে মনক শান্তি প্ৰদান কৰিব ৷ অনৈতিক কাৰ্য যেনে চুৰি কৰা আদিৰ পৰা আতৰত থাকক ৷ আপোনাৰ কাযই কাৰবাক কষ্ট দিব পাৰে গতিকে তিতা মাত কথা পৰিহাৰ কৰক ৷ ঘৰত হোৱা ধৰ্মীয় অনুষ্ঠানৰ বাবে খৰচৰ মাত্ৰা বাঢ়িব ৷

মীন ৰাশি: আজি আপুনি আপোনাৰ কলাসন্মত দিশটো সকলোকে দেখুৱাই দিয়ক ৷ সেয়া লিখক, নাচ বা অভিনয়ৰ যোগেদি হ’ব পাৰে, আপোনাৰ প্ৰিয়জনে এই বিশয়ত আপোনাক উদগনি জনাব ৷ আপুনি যদি ব্যৱসায়ৰ বাবে সহযোগী বিচাৰিছে তেওঁক আজিয়েই পাব পাৰে ৷ বন্ধুক লগ কৰি আৰু চিনেমা চাই আজি আনন্দ উপভোগ কৰিব পাৰে ৷ কামৰ হেঁচা বহুখিনি পাতল কৰিব পাৰিব ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.