ETV Bharat / bharat

Daily horoscope for 27th July: আজিৰ দিনটোৰ ৰাশিফল - আপোনাৰ দিনটোৰ ৰাশিফল

কেনে যাব আপোনাৰ আজিৰ দিনটো (Know Your day with ETV Bharat Astrology) ? চাওক দিনটোৰ ৰাশিফল(Astrological predictions for the day)…

daily-horoscope-for-27th-july
আজিৰ দিনটোৰ ৰাশিফল
author img

By

Published : Jul 27, 2022, 5:31 AM IST

মেষ ৰাশি: শুভ দিন ৷ মানসিকভাৱে অস্থিৰ হৈ থাকিব ৷ আত্মবিশ্বাস আৰু দৃঢ়তাৰে কোনো সিদ্ধান্ত ল’ব নোৱাৰিব ৷ গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱাৰ পৰা বিৰত থাকক ৷ অফিচৰ কামত ভ্ৰমণলৈ যাব পাৰে ৷ বৌদ্ধিক আলোচনাত অংশগ্ৰহণ কৰিব পাৰে ৷

বৃষ ৰাশি: ধীৰ-স্থিৰ আৰু শান্ত হৈ থাকিব ৷ বিভ্ৰান্তি আৰু সিদ্ধান্তহীনতাৰ ফলত হাতৰ পৰা সুযোগ গুচি যাব পাৰে ৷ সকলোৰে সৈতে বুজাবুজিৰে পাৰস্পৰিক সদ্ভাৱ বৰ্তাই ৰাখি চলক ৷ ভ্ৰমণ নকৰিব ৷ নতুন কোনো কাম হাতত নল’ব ৷

মিথুন ৰাশি: আৰ্থিক লাভ হ’ব ৷ সু-খাদ্য ভোজন কৰিব ৷ বন্ধু তথা আত্মীয়-স্বজনৰ সৈতে আনন্দ-ফুৰ্তি কৰি সময় কটাব ৷ স্বাস্থ্য ভালে থাকিব ৷ অনাৱশ্যক ব্যয়ৰ সম্ভাৱনা আছে ৷ সাৱধানে থাকক ৷ হতাশাত ভুগিব ৷ আত্মবিশ্বাসী হৈ থাকিব ৷

কৰ্কট ৰাশি: বিভ্ৰান্ত হৈ থাকিব ৷ সিন্ধান্ত লওঁতে খেলিমেলি লাগি থাকিব ৷ গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱাৰ পৰা বিৰত থাকক ৷ পৰিয়ালৰ লোকৰ সৈতে সংঘাত হ’ব পাৰে ৷ অধিক ব্যয়ৰ সম্ভাৱনা আছে ৷ সাংসাৰিক প্ৰয়োজনত খৰচ বৃদ্ধি ৷ কথা কওঁতে সাৱধান হ’ব ৷ স্বাস্থ্যজনিত সমস্যাত ভূগিব ৷

সিংহ ৰাশি: লাভ বৃদ্ধি ৷ ভ্ৰমণৰ পৰিকল্পনা কৰিব পাৰে ৷ মন স্থিৰ কৰিব নোৱাৰিলে সুযোগ হাতৰ পৰা গুচি যাব পাৰে ৷ গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱাৰ পৰা বিৰত থাকক ৷ ব্যৱসায়ীসকলৰ অপ্ৰত্যাশিতভাৱে লাভ বৃদ্ধি পাব ৷ চিন্তাত মগ্ন হৈ থাকিব ৷

কন্যা ৰাশি: কোনো নতুন কাম হাতত ল’লে সফলতাৰে সম্পন্ন কৰিব পাৰিব ৷ বৃত্তিধাৰী আৰু চাকৰিয়ালসকলৰ পদোন্নতি আৰু দৰমহা বৃদ্ধিৰ যোগ আছে ৷ ব্যৱসায়ীসকলৰ প্ৰচুৰ লাভ হ’ব । পিতৃৰ ফালৰ পৰা লাভ হ’ব ৷ পৰিয়ালত সুখ আৰু শান্তি বৰ্তী থাকিব ৷

তুলা ৰাশি: দিনটো ব্যৱসায়ীসকলৰ কাৰণে লাভদায়ক ৷ বৃত্তিধাৰী আৰু চাকৰিয়ালসকলে সহকৰ্মীসকলৰ পৰা সহযোগিতা পাব ৷ সাহিত্য আৰু বৌদ্ধিক ক্ৰিয়াকলাপত মগ্ন হৈ থাকিব ৷ মনটো ভালে থাকিব ৷

বৃশ্চিক ৰাশি: সুৰক্ষিত আৰু নিৰাপদ হৈ থাকিবলৈ সতৰ্ক হৈ থাকিব লাগিব ৷ ভাবি চিন্তি চলিব ৷ নতুন কাম হাতত নল’ব ৷ খঙক নিয়ন্ত্ৰণত ৰাখক ৷ কূটাঘাতমূলক আৰু অবৈধ কাম কৰাৰ চিন্তা মূৰৰ পৰা উলিয়াই দিয়ক ৷ অধিক ব্যয় হ’ব ৷

ধনু ৰাশি: গোটেই দিনটো আপুনি উৎসাহ-উদ্দীপনাৰে পৰিপূৰ্ণ হৈ থাকিব ৷ বন্ধুসকলৰ সৈতে ভ্ৰমণলৈ যাব পাৰে ৷ নতুন কাম হাতত নল’ব ৷

মকৰ ৰাশি: ব্যৱসায়ৰ সম্প্ৰসাৰণ কৰিব পাৰে ৷ লাভ বৃদ্ধি ৷ সকলো কাম পৰিকল্পনা অনুসৰি হৈ কৰিব ৷ আৰ্থিক লেনদেন কৰিব পাৰে ৷ ব্যৱসায় বৃদ্ধি ৷ অংশীদাৰ আৰু সহকৰ্মীসকলৰ পৰা সহায় পাব ৷ স্বাস্থ্য ভালে থাকিব ৷ ঘৰত সুখ-শান্তি থাকিব ৷

কুম্ভ ৰাশি: চিন্তা আৰু কথা বতৰাত কিছু পৰিৱৰ্তনে দেখা দিব ৷ বৌদ্ধিক আলোচনাত অংশগ্ৰহণ কৰিব পাৰে ৷ সাহিত্যিক আৰু সাংস্কৃতিক ক্ৰিয়াকলাপত সফল হ’ব ৷ ব্যয় বৃদ্ধি ৷ হজমৰ সমস্যাই দেখা দিব পাৰে ৷

মী​ন ৰাশি: দিনটো উৎসাহ-উদ্দীপনাৰ অভাৱ অনুভৱ কৰিব পাৰে ৷ পৰিয়ালৰ লোকৰ সৈতে বিবাদ হ’ব পাৰে ৷ তৰ্ক-বিতৰ্ক এৰাই চলিব ৷ শাৰীৰিক আৰু মানসিকভাৱে দুৰ্বল আৰু নিশকতীয়া অনুভৱ কৰিব ৷ অপ্ৰত্যাশিত ঘটনাই আমনি দি থাকিব ৷ মনটো অস্থিৰ হৈ থাকিব ৷ কৰ্মক্ষেত্ৰত সমস্যাৰ সন্মুখীন হ’ব ৷ নাম আৰু যশ নষ্ট হ’ব পাৰে ৷ সাৱধানে ব্যৱসায় কৰক ৷

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.