ETV Bharat / bharat

Daily horoscope for 26th October: আজিৰ দিনটোৰ ৰাশিফল

author img

By

Published : Oct 26, 2022, 5:05 AM IST

কেনে যাব আপোনাৰ আজিৰ দিনটো (Know Your day with ETV Bharat Astrology) ? চাওক দিনটোৰ ৰাশিফল (Astrological predictions for the day) ৷

Daily horoscope for 26th October 2022
আজিৰ দিনটোৰ ৰাশিফল

মেষ ৰাশি: পৰিয়ালৰ সৈতে দিনটো উপভোগ কৰিব ৷ আৱেগিক হৈ থাকিব ৷ শাৰীৰিক ভাৱে সবল হ’ব ৷ আৰ্থিক দিশতো সন্তোষজনক হ’ব ৷ উচ্চ প্ৰশংসিত হ’ব ৷ কাজিয়া বিবাদ এৰাই চলক ৷

বৃষ ৰাশি: মন আৰু শৰীৰ দুয়োটা ভাল হৈ থাকিব ৷ সকলো কাম সুচাৰু ৰূপে সম্পন্ন হ’ব ৷ বিনিয়োগৰ পৰা ভাল লভ্যাংশ পাব ৷ লাভবান হ’ব ৷

মিথুন ৰাশি: দিনটো লাঞ্ছনা আৰু বিড়ম্বনাৰ সন্মুখীন হ’ব ৷ নতুনকৈ কিবা আৰম্ভ কৰিবলৈ বিচাৰিলে নকৰিব ৷ খৰচ বৃদ্ধি ৷ স্বাস্থ্য বৰ ভালে নাযাব ৷ হতাশা অনুভৱ কৰিব ৷ পঢ়ুৱৈসকলৰ কাৰণে দিনটো মধ্যমীয়া ৷

কৰ্কট ৰাশি: দিনটো বেয়া ৷ মন-মগজু বৰ বেয়া হৈ থাকিব ৷ উদ্বেগ আৰু সন্দেহেৰে দিনটো পাৰ হ’ব ৷ পৰিয়ালৰ লোকৰ সৈতে কাজিয়াত লিপ্ত হ’ব পাৰে ৷

সিংহ ৰাশি: দিনটো অসাধাৰণ ৷ স্বাস্থ্য ভালে থাকিব ৷ বন্ধু আৰু প্ৰিয়জনসকলৰ সৈতে গঠনমূলক আলাপ-আলোচনা কৰিব ৷ সৰুসুৰা ভ্ৰমণলৈ যাব পাৰে ৷ অস্বাভাৱিক আৱেগিক হৈ উঠিব ৷ শৰীৰ ভালে থাকিব ৷

কন্যা ৰাশি: হাতলৈ ধন আহিব ৷ বৌদ্ধিক আলোচনা কৰিব পাৰে ৷ সাৱধান, ভাবি চিন্তি নিজৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰিব ৷

তুলা ৰাশি: দিনটো অতি উত্তম ৷ সৃজনশীলতা আৰু শিল্পকলাৰ প্ৰতি প্ৰেম হ’ব ৷ শাৰীৰিক আৰু মানসিকভাৱে শক্তিশালী অনুভৱ কৰিব ৷

বৃশ্চিক ৰাশি: দুৰ্ঘটনাৰ পৰা সাৱধান ৷ ভাবি চিন্তি কথা ক’ব, কাৰণ কাজিয়া-বিবাদ লাগি যাব পাৰে ৷ সমস্যাৰে দিনটো যাব ৷ শৰীৰ আৰু মনৰ স্বাস্থ্য বেয়া হৈ থাকিব ৷ ঘনিষ্ঠ আৰু প্ৰিয়জনৰ সৈতে ভুল বুজাবুজিৰ সম্ভাৱনা আছে ৷

ধনু ৰাশি: দিনটো লাভেই লাভ ৷ সাংসাৰিক জীৱন সুখৰ হ’ব ৷ বন্ধুসকলৰ সৈতে সৰুসুৰা ভ্ৰমণত যাব পাৰে ৷ আয় বৃদ্ধি ৷

মকৰ ৰাশি: ব্যৱসায়িক দিশৰ পৰা লাভবান হ’ব পাৰে ৷ আয়ৰ বাবে দিনটো অনুকূল ৷ জুই, পানীৰ পৰা আঁতৰত থাকক ৷ ব্যৱসায়িক কামত সুনাম বৃদ্ধি হ’ব ৷

কুম্ভ ৰাশি: দিনটো মিশ্ৰিত ফল লাভ কৰিব ৷ শৰীৰ বৰ ভালে নাযাব ৷ মানসিকভাৱে অত্যন্ত প্ৰফুল্লতা অনুভৱ কৰিব ৷ ভ্ৰমণলৈ যাব পাৰে ৷ সন্তানক লৈ দুশ্চিন্তাত থাকিব ৷

মীন ৰাশি: আধ্যাত্মিকতাত নিমগ্ন থাকিব ৷ স্বাস্থ্যৰ প্ৰতি অধিক যত্ন ল’বলগীয়া হ’ব পাৰে ৷ পৰিয়ালৰ লোকৰ সৈতে কথা পতাৰ সময়ত ধৈৰ্য ধৰি থাকক ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.