ETV Bharat / bharat

Daily Horoscope For 26th January: আপোনাৰ দিনটোৰ ৰাশিফল, জানক কেনে যাব আপোনাৰ দিনটো - আজিৰ দিনটোৰ ৰাশিফল

কেনে যাব আপোনাৰ আজিৰ দিনটো (Know Your day with ETV Bharat Astrology) ? চাওক দিনটোৰ ৰাশিফল (Your Daily Horoscope) ৷

Daily Horoscope For 26th January 2023
আপোনাৰ দিনটোৰ ৰাশিফল, জানক কেনে যাব আপোনাৰ দিনটো
author img

By

Published : Jan 26, 2023, 5:06 AM IST

মেষ ৰাশি: সিদ্ধান্ত লোৱাৰ পূৰ্বে দহবাৰ চিন্তা-চৰ্চা কৰিব ৷ আপোনাৰ পৰোপকাৰী গুণে আপোনাৰ ব্যৱসায়ত হানি কৰিব পাৰে ৷ আপুনি এতিয়াও সৰু সুৰা ৰোগে আমনি কৰিব পাৰে ৷ শান্ত থাকক ৷ পত্নীৰ লগত সময় কটাওক ৷

বৃষ ৰাশি: আজি গ্ৰহ আপোনাৰ পক্ষত আছে গতিকে আনন্দ কৰক ৷ লক্ষ্মী দেৱীৰ কৃপা আপোনাৰ ওপৰত বৰষি থাকিব ৷ পৰিয়াল আৰু প্ৰিয়জনৰ লগত সন্ধিয়া উপভোগ কৰক ৷ চিনেমা চাবলৈ যাব পাৰে ৷

মিথুন ৰাশি: সুন্দৰ স্বাস্থ্য আৰু মানসিক শান্তিয়ে আপোনাৰ আজিৰ দিনটো সুন্দৰ কৰি ৰাখিব ৷ ভাল কৰ্মৰ বাবে আপুনি সন্মানিত হ'ব পাৰে ৷ নতুন কাম শীঘ্ৰেই আৰম্ভ কৰি ফল লাভ কৰিব ৷

কৰ্কট ৰাশি: আপোনাৰ বাবে এটা সম্ভাৱনাৰে ভৰা দিন ৷ সকলো কাম সময়ত শেষ কৰিব পাৰিব ৷ পদোন্নতিৰ যোগ ৷ ব্যৱসায়িক ভ্ৰমণৰ যোগ ৷ ভাল খবৰ পাব পাৰে ৷ মাতৃৰ সৈতে সম্পৰ্ক উন্নত হ'ব ৷

সিংহ ৰাশি: শাৰিৰীক সমস্যাৰ পৰা পৰিত্ৰাণ পাবৰ বাবে শীঘ্ৰেই চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ কৰক ৷ কৰ্মৰ পৰা কিছুদিন অব্যাহতি লওক ৷ ঘৰতে নিজ হাতেৰে খাদ্য বনাওক ৷ মানসিক অশান্তিয়ে আপোনাক আমনি কৰিব পাৰে ৷ ধৰ্মত মন দিয়ক ৷

কন্যা ৰাশি: আজি এটা সুন্দৰ দিনে আপোনালৈ বাট চাই আছে ৷ গ্ৰহৰ প্ৰভাৱ আপোনাৰ ওপৰত বেছি শক্তিশালী ৰূপত পৰিছে ৷ সকলো কামতে উন্নতি লাভ কৰিব পাৰে ৷ এই সময় আপোনাৰ বাবে সুখৰ সময় আৰু ব্যৱসায়ত সময় দি উন্নতি কৰাৰ সময় ৷

তুলা ৰাশি: শৰীৰ ভালে থাকিব, পৰিয়ালৰ সৈতে সুন্দৰ সময় পাৰ কৰিব ৷ বৃহত ধন লাভ কৰিব পাৰে ৷ বাবা গণেশৰ আৰ্শীবাদত বিভিন্ন দিশত সফলতা অৰ্জন কৰিব ৷ আক্ৰমণাত্মক ভাৱ দূৰ কৰক ৷ অযথা খৰচৰ পৰা নিজকে আঁতৰাই ৰাখক ৷

বৃশ্চিক ৰাশি: মূখামূখি সংঘৰ্সৰ পৰা আঁতৰত থাকক ৷ সেইয়া কামৰ বা পৰিয়ালৰ ক্ষেত্ৰত হ'ব পাৰে ৷ বিদেশত উচ্চ শিক্ষাৰ বাবে যাবলগীয়া হ'ব পাৰে ৷ ছাত্ৰ-ছাত্ৰীসকলে বিচৰা সফলতা লাভ কৰিবলৈ পৰিশ্ৰম কৰিব লাগিব ৷

ধনু ৰাশি: এটা সাধাৰণ দিন ৷ আপোনাৰ হাতত যি আছে তাতে সন্তুষ্ট থাকক ৷ আইনী কাম-কাজত সাৱধান থাকক ৷ ধন হেৰুওৱাব পাৰে ৷ স্বাস্থ্যৰ অৱনতি ঘটিব পাৰে ৷ বিশেষ চিন্তা নকৰিব ৷

মকৰ ৰাশি: বন্ধু আৰু পৰিয়ালৰ সৈতে সুন্দৰ সময় কটাব পাৰিব ৷ ভ্ৰমণত যাব পাৰে ৷ নতুন ব্যৱসায় আৰম্ভ কৰাৰ কথাও চিন্তা কৰিব পাৰে ৷ শৰীৰ ভালে থাকিব ৷

কুম্ভ ৰাশি: মানসিকভাৱে অস্থিৰতাই সিদ্ধান্ত গ্ৰহণত বাধাৰ সৃষ্টি কৰিব ৷ খৰছৰ ওপৰত চকু ৰাখিব আৰু শান্তিৰে সমস্যা সমাধানত গুৰুত্ব দিব ৷ ছাত্ৰ-ছাত্ৰীসকলে বিচৰা সফলতা লাভ কৰিবলৈ পৰিশ্ৰম কৰিব লাগিব ৷

মীন ৰাশি: শৰীৰৰ ফালৰ পৰা আৰু মানসিক ফালৰ পৰা দিনটো শুভ ৷ শৰীৰ সুস্থ থাকিব ৷ জমা কৰা ধনৰ পৰা ভাল ফল পাব পাৰে ৷ ভ্ৰমণ আপোনাৰ বাবে আনন্দদায়ক হ'ব ৷

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.