ETV Bharat / bharat

আজিৰ দিনটোৰ ৰাশিফল

কেনে যাব আপোনাৰ আজিৰ দিনটো (Know Your day with ETV Bharat Astrology) ? চাওক দিনটোৰ ৰাশিফল (Astrological predictions for the day)

DAILY HOROSCOPE FOR 25TH AUG
আজিৰ দিনটোৰ ৰাশিফল
author img

By

Published : Aug 25, 2022, 5:05 AM IST

মেষ ৰাশি : আজি দিনটো আপোনাৰ মনত দুখ আৰু ক্ষোভ থাকিব । আবেগিক অনুভৱ কৰিব পাৰে । মাতৃৰ স্বাস্থ্যৰ প্ৰতি বিশেষ মনোযোগ দিব । মাটি-সম্পত্তি সম্বন্ধীয় বিবাদৰ পৰা বিৰত থাকক । বাহন সাৱধানে চলাব । নদী-পুখুৰী আদিৰপৰা আঁতৰত থাকক ৷

বৃষ ৰাশি : আজি দিনটো আপুনি সুস্থ-সবল আৰু উৎসাহিত অনুভৱ কৰিব । আজি আপুনি পৰিয়ালৰ একেলগে সময় কটাব । আৰ্থিক দিশসমূহৰ বাবে চিন্তাত পৰিব পাৰে । সুখাদ্য ভোজনৰ যোগ ।

মিথুন ৰাশি : আপুনি সময় মতে কোনো কাম শেষ কৰাত পলম হ'ব ৷ কঠোৰ পৰিশ্ৰমৰ ফলত সফলতা বৃদ্ধি ৷ কৰ্মক্ষেত্ৰত মনোনিবেশ কৰিব । সহকৰ্মীসকলে আপোনাৰ সৈতে স্বাভাৱিক আচৰণ কৰিব । বন্ধু আৰু শুভাকাংক্ষীসকলৰ সৈতে সময় কটাব ৷

কৰ্কট ৰাশি : দিনটো শুভ ৷ আনন্দ, হাঁহি-ফুৰ্তি, উলহ-মালহেৰে বন্ধু আৰু সতীৰ্থসকলৰ সৈতে পাৰ কৰিব । ভ্ৰমণৰ যোগ । সুস্বাদু খাদ্য খাব পাৰে ৷ আজি আপুনি অত্যধিক আৱেগিক আৰু সংবেদনশীল অনুভৱ কৰিব । আৰ্থিক লাভৰ সম্ভাৱনা ।

সিংহ ৰাশি : আজি আপুনি প্ৰবল অনুভূতিপ্ৰৱণ হৈ থাকিব, যাৰ ফলত আপুনি মানসিকভাৱে অস্থিৰ আৰু অধৈৰ্য হৈ থাকিব । নাৰীৰ সৈতে কথা পতাৰ সময়ত কৌশল অৱলম্বন কৰি চলিব । পৰচৰ্চাৰ পৰা বিৰত থাকক ৷ তৰ্ক বিবাদৰ পৰা দূৰত থাকক । আইনী বিষয়বোৰ সাৱধানতাৰে চম্ভালি ল'ব । সংবেদনশীল আৰু পক্ষপাতহীন আচৰণ কৰিব পাৰে । ব্যয় বৃদ্ধি ৷

কন্যা ৰাশি: আজিৰ দিনটো সুখ-শান্তি আৰু পৰিতৃপ্তিৰে পৰিপূৰ্ণ হ'ব । সকলো ক্ষেত্ৰৰ পৰা লাভবান হ’ব । বন্ধুসকলৰ সৈতে নৈসৰ্গিক স্থানত ফুৰিবলৈ যোৱাৰ যোগ । সন্তানৰপৰা সু-সংবাদ পোৱাৰ আশংকা ।

তুলা ৰাশি: আজিৰ দিনটো আপোনাৰ বাবে শুভ । ব্যৱসায় আৰু কৰ্মক্ষেত্ৰত শুভ । ঊৰ্ধ্বতন কৰ্তৃপক্ষসকলৰ সৈতে গুৰুত্বপূৰ্ণ আলোচনাত মিলিত হ'ব পাৰে । পদোন্নতিৰ যোগ । ঘৰত সুখ আৰু শান্তি বৰ্তি থাকিব । মাতৃৰপৰা কোনো লাভ হোৱাৰ সম্ভাৱনা ৷

বৃশ্চিক ৰাশি: আজি আপুনি কৰ্মক্ষেত্ৰত সতৰ্কতা অৱলম্বন কৰিব । হতাশ, এলেহুৱা আৰু উদ্যমহীনতা অনুভৱ কৰিব পাৰে । গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱাৰ বাবে আজিৰ দিনটো ভাল নহয় । অপৰিকল্পিত ব্যয়ৰ বাবে সাজু থাকক । ভ্ৰমণত যোগ ।

ধনু ৰাশি : নতুন প্ৰকল্প আৰু কাম হাতত লোৱাৰ বাবে আজিৰ দিনটো অশুভ । নতুন চিকিৎসাৰ গ্ৰহণৰ পৰা বিৰত থাকক । আপোনাৰ কথাবতৰা আৰু আচৰণৰ প্ৰতি সাৱধান হওঁক । অত্যধিক সংবেদনশীলতা আপোনাৰ বাবে ক্ষতিকৰ হ'ব পাৰে । স্বাস্থ্যৰ যতন ল'ব । ব্যয়ৰ সম্ভাৱনা । অবৈধ সম্পৰ্ক আৰু বেআইনী কৰ্মৰ পৰা আঁতৰত থাকক । প্ৰাৰ্থনা আৰু ধ্যান কৰক ।

মকৰ ৰাশি : দিনটো শুভ । ব্যৱসায়ত উন্নতি । কমিছন, সুত লাভ বা ব্যৱসায়িক লেনদেনৰ জৰিয়তে আয়বৃদ্ধি হোৱাৰ সম্ভাৱনা । আৰ্থিক দিশত শুভ ৷ সৰু-সুৰা ভ্ৰমণৰ সম্ভাৱনা ।

কুম্ভ ৰাশি : দিনটো শুভ । কৰ্মক্ষেত্ৰত আপুনি অসাধাৰণ কাম কৰি দেখুৱাৰ ফলত আপুনি প্ৰচুৰ প্ৰশংসা লাভ কৰিব । ব্যৱসায়ৰ অংশীদাৰসকলে আৰু লগতে সহকৰ্মীসকলেও সহযোগিতা লাভ কৰিব । পৰিয়ালৰ সৈতে সময় কটালে আনন্দ লাভ কৰিব ।

মীন ৰাশি : আজি আপোনাৰ সৃজনশীল চিন্তাধাৰা সমূহে দিশ লাভ কৰিব । আপুনি নিজৰ কল্পৰাজ্যত নিজ ইচ্ছামতে বিচৰণ কৰিব । পঢ়ুৱৈ আৰু পণ্ডিতসকলৰ বাবে দিনটো শুভ । আজিৰ দিনটো আপুনি প্ৰচণ্ড চিন্তাশীল আৰু আৱেগিক পৰিব পাৰে ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.