ETV Bharat / bharat

Daily horoscope for 23rd July: আজিৰ দিনটোৰ ৰাশিফল

author img

By

Published : Jul 23, 2022, 5:11 AM IST

কেনে যাব আপোনাৰ আজিৰ দিনটো (Know Your day with ETV Bharat Astrology) ? চাওক দিনটোৰ ৰাশিফল(Astrological predictions for the day)…

daily-horoscope-for-23rd-july
আজিৰ দিনটোৰ ৰাশিফল

মেষ ৰাশি: দিনটো গতানুগতিকভাৱে চলি থাকিব ৷ দিনটো আনন্দৰে পাৰ কৰক ৷ গণেশৰ কৃপা দৃষ্টি লাভ কৰিব ৷ ৰাস্তাৰ লোভনীয় খাদ্য সম্ভাৰৰ পৰা আঁতৰি থাকক ৷ এই অভ্যাসে শৰীৰৰ ওপৰত প্ৰভাৱ পেলোৱাৰ সম্ভাৱনা আছে ৷ খৰচ বৃদ্ধি ৷ যোগাভ্যাসৰ দ্বাৰা মানসিক শান্তি লাভ কৰিব পাৰিব ৷

বৃষ ৰাশি: ভাগ্য ভালে যাব ৷ শান্ত হৈ থাকিব ৷ আত্মবিশ্বাসৰ অভাৱ অনুভব কৰিব ৷ যিয়ে কৰ্মক্ষেত্ৰতো প্ৰভাব পেলাব ৷ পাৰিবাৰিক জীৱন সুন্দৰ হ’ব ৷

মিথুন ৰাশি: গণেশৰ কৃপা দৃষ্টি লাভ কৰিব ৷ কথা কওতে সাৱধান হওক অৰু খঙক দমন কৰিবলৈ শিকক অন্যথা সকলো কাম বিফল হ’ব ৷ শৰীৰ ভালে নাথাকিব ৷ পৰিয়ালত ভুল বুজাবুজিৰ সৃষ্টি হ’ব ৷ পুত্ৰৰ লগত ভুল বুজাবুজি হ’ব পাৰে ৷ চকুৰ অসুখত ভুগিব পাৰে ৷ দুৰ্ঘটনা আৰু খৰচ হ’ব, গতিকে সাৱধানে থাকিব ৷

কৰ্কট ৰাশি: আশাবোৰ পূৰণ হ’ব ৷ ব্যবসায়ত উন্নতি কৰিব ৷ ধন বৃদ্ধি ৷ দিনটো আনন্দৰে দিন পাৰ কৰক ৷ পাৰিবাৰিক জীৱন সুন্দৰ হ’ব ৷

সিংহ ৰাশি: আত্মবিশ্বাস আৰু কামৰ প্ৰতি থকা হেঁপাহে উপযুক্ত ফল প্ৰদান কৰিব ৷ পদোন্নতি লাভ কৰিব ৷ পৈতিৃক সম্পতি লাভ কৰাৰ যোগ আছে ৷ সিংহৰ দৰে দক্ষতা দেখুৱাব পাৰিব ৷ ধনাগমনৰ উপযুক্ত সময় ৷ চৰকাৰীয়াল কামত সফল হ’ব ৷

কন্যা ৰাশি: দিনটো পাৰ্থনা আৰু ধৰ্মীয় কামেৰে আৰম্ভ কৰক আৰু মন্দিৰ দৰ্শন কৰক ৷ গণেশৰ কৃপা দৃষ্টি লাভ কৰিব ৷ বন্ধুক লগত দিনটো আনন্দৰে কটাওক ৷ সফলতা লাভ ৷ দূৰৰ পৰা সুসংবাদ আহিব পাৰে ৷

তুলা ৰাশি: সাৱধান হৈ থাকিব ৷ আপোনাৰ কথাই কাৰবাৰ হৃদয় ভাঙি পেলাব পাৰে ৷ খং আৰু উত্তেজনাত একো কাম নকৰিব ৷ যোগ, ধ্যান আৰু প্ৰাৰ্থনাৰ দ্বাৰা মন স্থিৰ কৰিব পাৰিব ৷ বে-আইনী বা নকৰিবলগীয়া কোনো কাম নকৰিব ৷ নতুন সম্পৰ্কত বান্ধ নাখাব ৷ খৰচৰ সম্পূৰ্ণ হিচাপ ৰাখিব ৷

বৃশ্চিক ৰাশি: দিনটো আনন্দৰে কটাব ৷ ভ্ৰমণলৈ যাব পাৰে ৷ গণেশৰ কৃপা দৃষ্টি লাভ কৰিব ৷ সফলতা লাভ ৷

ধনু ৰাশি: গণেশৰ কৃপাত শৰীৰ ভালে থাকিব ৷ ধন আৰু সুখ বৃদ্ধি হ’ব ৷ পৰিয়ালৰ মিলাপ্ৰিতিয়ে কাম কৰিবলৈ উৎসাহিত কৰিব ৷ কৰ্মক্ষেত্ৰত সহকৰ্মীসকলৰ সহযোগত সফলতা অৰ্জন কৰিব পাৰিব ৷ প্ৰচূৰ ধনৰ আগমন হ’ব ৷ সফল হ’ব ৷

মকৰ ৰাশি: উদ্দিগ্নতা আৰু চিন্তাৰে দিনটো পাৰ কৰিব ৷ পিতৃ মাতৃ বা সন্তানৰ স্বাস্থ্যৰ চিন্তা হ’ব পাৰে ৷ পৰিয়ালৰ লগত মনোমালিন্য হ’ব পাৰে ৷ সিদ্ধান্ত গ্ৰহণ কৰাৰ সময়ত ভাবি চিন্তি ল’ব ৷ ব্যৰ্থ হ’ব ৷ বাদ-বিবাদৰ পৰা অলপ আঁতৰি থাকক ৷ শান্ত হৈ থাকক ৷

কুম্ভ ৰাশি: মানসিকভাৱে ভাগি পৰিব ৷ মনত গভীৰ দুখ অনূভৱ কৰিব ৷ ছাত্ৰ -ছাত্ৰী সকলৰ ভাল দিন ৷ খৰচ বৃদ্ধি ৷ মাটি সম্পত্তি কিনাৰ ক্ষেত্ৰত অলপ দিন ধৈৰ্য ধৰক ৷

মীন ৰাশি: নিজৰ সিদ্ধান্ত নিজে গ্ৰহণ কৰিব ৷ এই কাৰ্যৰ দ্বাৰা সামাজিকভাৱে নিজক প্ৰতিষ্ঠা কৰাত সফল হ’ব ৷ জীৱন সংগীৰ ফালৰ পৰাও সহযোগ লাভ কৰিব ৷ দীঘলীয়া যাত্ৰা কৰিব পাৰে ৷ প্ৰেমত শুভ ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.