মেষ ৰাশি : দিনটো প্ৰায় শুভ ৷ লক্ষ্যত সফল ৷ কৰ্ম-ব্যৱসায়ত উন্নত ৷ কঠোৰ পৰিশ্ৰমৰ মাজতো আনন্দিত ফল লাভ ৷ খং-ৰাগ নিয়ন্ত্ৰণ কৰক ৷ প্ৰেম সম্পর্কত মনোযোগ দিয়ক ৷
বৃষ ৰাশি : কর্ম ক্ষেত্ৰত হেঁচাৰ সন্মুখীন হ’ব পাৰে ৷ কৰ্মত মনোযোগ দিয়ক ৷ বন্ধুৰ সৈতে পাৰ্টী হ’ব পাৰে ৷ প্ৰেমত শুভ ৷
মিথুন ৰাশি : কর্ম ব্যস্ততা বৃদ্ধি ৷ কর্ম ব্যস্ততাৰ প্ৰভাৱ ব্যক্তিগত জীৱন পৰিব ৷ যোগাসন কৰক ৷ সফল হ’ব ৷
কৰ্কট ৰাশি : আৱেগক নিয়ন্ত্ৰণ কৰক ৷ কৰ্মত মনোযোগ দিয়ক ৷ লক্ষ্য সফল ৷ কঠোৰ পৰিশ্ৰম ফল লাভ ৷ কৰ্ম জীৱনত ভাল বন্ধু লাভ ৷
সিংহ ৰাশি : নিজৰ ওপৰত ভাৰসা ৰাখক, লক্ষ্য সফল ৷ কৰ্ম-ব্যৱসায়ত সফলতা লাভ ৷ ব্যৱসায় বৃদ্ধি ৷
কন্যা ৰাশি : দিনটো শুভ ৷ কৰ্ম জীৱনত ভাল বন্ধু লাভ ৷ বহুতো ব্যক্তি সৈতে সংযোগ স্থাপন হ’ব পাৰে ৷ মন পছন্দ কাৰ্যই আনন্দিত কৰি তুলিব ৷ সন্ধিয়া সকলো অশান্তিৰ কাৰণ দূৰ হʼব ৷
তুলা ৰাশি : শিল্পী প্ৰতিভাৰ সদ ব্যৱহাৰ কৰক ৷ কলাৰ প্ৰতি প্ৰেম হʼব ৷ ভাগ্য প্ৰায় ভাল ৷ ধন-সম্পত্তিৰ পৰা সময়ত অধিক ধন উপাৰ্জন কৰিব ৷ নতুন কাৰ্ম বা ব্যৱসায় আৰম্ভ কৰিব পাৰে ৷
বৃশ্চিক ৰাশি : দিনটো প্ৰায় শুভ ৷ যুক্তিৰে সকলো কথা বিবেচনা কৰক ৷ ভাল কৰ্মৰ ফল লাভ কৰিবলৈ কঠোৰ পৰিশ্ৰম কৰিব লাগিব ৷ মনটোক জীৱনৰ অনাৱশ্যকীয় চিন্তাধাৰাৰ পৰা আঁতৰাই ৰাখক ৷
ধনু ৰাশি : কৰ্ম-ব্যৱসায় অধিক ব্যস্ত হʼব পাৰে ৷ কর্ম-ব্যস্ততাৰ প্ৰভাৱ ব্যক্তিগত জীৱন পৰিব ৷ যোগাসন কৰক ৷ মানসিক শান্তি লাভ হ’ব ৷
মকৰ ৰাশি : দিনটো কিছু খেলিমেলি হʼব পাৰে ৷ জ্যেষ্ঠ জনৰ পৰামর্শ গ্ৰহণ কৰক ৷ এলাহ ভাৱ পৰিহাৰ কৰক ৷ কৰ্ম জীৱনত অশান্তি হʼব পাৰে ৷
কুম্ভ ৰাশি : দিনটো মধ্যমীয়া ৷ শিক্ষার্থী সকলৰ বাবে শুভদিন ৷ কঠোৰ পৰিশ্ৰমৰ ফল লাভ ৷ কর্ম জীৱনত ভাল বন্ধু লাভ ৷ প্ৰেমত শুভ ৷
মীন ৰাশি : খং-ৰাগ নিয়ন্ত্ৰণ কৰক ৷ ইয়াৰ প্ৰভাৱ কৰ্ম জীৱনৰ লগতে ব্যক্তিগত জীৱনটো পৰিব পাৰে ৷ পৰচৰ্চা কৰাৰ পৰা বিৰত থাকক ৷ শান্ত হৈ কৰ্ম কৰক ৷