ETV Bharat / bharat

Daily Horoscope For 22nd December: আজিৰ দিনটোৰ ৰাশিফল - আজিৰ দিনটোৰ ৰাশিফল

কেনে যাব আপোনাৰ আজিৰ দিনটো (Know Your day with ETV Bharat Astrology) ? চাওক দিনটোৰ ৰাশিফল(Astrological predictions for the day)

Daily Horoscope For 22nd December 2022
আজিৰ দিনটোৰ ৰাশিফল
author img

By

Published : Dec 22, 2022, 5:05 AM IST

মেষ ৰাশি: প্ৰেমৰ সম্পৰ্কত খেলিমেলিৰ সৃষ্টি হ'ব পাৰে ৷ ভ্ৰমণৰ বাবে দিনটো শুভ নহয় ৷ সকলো ফালৰ পৰা সাৱধান থাকক ৷

বৃষ ৰাশি: গণেশৰ কৃপাত আপোনাৰ পাৰিবাৰিক জীৱন সুন্দৰ হ'ব ৷ ভ্ৰমণৰ যোগ ৷ লক্ষ্মী দেৱীৰ কৃপা আপোনাৰ ওপৰত থাকিব ৷

মিথুন ৰাশি: আজি আপুনি মাতৃক লৈ আৱেগিক হৈ থাকিব । তৰ্ক বিবাদ এৰাই চলক । প্ৰিয়জনৰ সৈতে সামান্য বিবাদ হ’ব পাৰে । ভ্ৰমণৰ বাবে দিনটো শুভ ।

ককৰ্ট ৰাশি: আপুনি ভ্ৰাতৃৰ দ্বাৰা উপকৃত হ’ব পাৰে । বন্ধুৰ সৈতে সময় কটাব পাৰে । সুন্দৰ ঠাইত ফুৰিব যাব পাৰে । আজি আপুনি সকলো কামত সফল হ’ব । শত্ৰুৱে কোনো ক্ষতি কৰিব নোৱাৰিব । সৌভাগ্যবৃদ্ধি হ'ব পাৰে ।

সিংহ ৰাশি: আজিৰ দিনটো মধ্যমীয়া । আজিৰ দিনটোত সাৱধানে চলিব । পৰিয়ালৰ সহায় সহযোগিতা লাভ কৰিব । অনাৱশ্যক ব্যয় এৰাই চলক । আপুনি কঠোৰ পৰিশ্ৰম কৰাৰ পিছতো প্ৰত্যাশিত ফল নাপাব পাৰে ।

কন্যা ৰাশি: আজিৰ দিনটো আপোনাৰ কাৰণে ভাল । আজি আপুনি শাৰীৰিক আৰু মানসিকভাৱে সুস্থ থাকিব । ধনদেৱী আপোনাৰ প্ৰতি প্ৰসন্ন থাকিব আৰু আজিৰ দিনটো আপোনাৰ আৰ্থিকভাৱে আনন্দৰ দিন । বন্ধু আৰু প্ৰিয়জনসকলৰ সৈতে আপোনাৰ আজি বহুত ভাল সময় যাব । যি কোনো ধৰণৰ ভ্ৰমণ আজি আপোনাৰ কাৰণে ভাল ।

তুলা ৰাশি: নিজৰ ক্ৰোধৰ ওপৰত নিয়ন্ত্ৰণ ৰাখক । সম্ভৱ হ’লে যি কোনো ধৰণৰ তৰ্ক-বিতৰ্ক আৰু অনাৱশ্যক আলোচনাৰপৰা দূৰত থাকক । পৰিয়ালত কোনো সদস্যৰ সৈতে আপোনাৰ বিবাদ হ’ব পাৰে । শান্ত থাকক ৷

বৃশ্চিক ৰাশি: আজিৰ দিনটো আপোনাৰ বাবে লাভদায়ক । আপুনি বিচৰা সকলো ধৰণৰ জাগতিক সুখ আজি ভোগ কৰিব পাৰিব । বিবাহপ্ৰাৰ্থীসকলৰ বাবে দিনটো শুভ । আপুনি আপোনাৰ বন্ধুক লগ পাব পাৰে ৷ ভ্ৰমণৰ যোগ ৷

ধনু ৰাশি: ধনু ৰাশিৰ জাতক-জাতিকাসকলৰ কাৰণে আজিৰ দিনটো বৰ ভাগ্যশালী । ব্যৱসায়ৰ বাবে ভ্ৰমণৰ যোগ । পদোন্নতিৰ যোগ । আপুনি পিতৃ আৰু ঘৰৰ বয়োজ্যেষ্ঠসকলৰপৰা উপকৃত হ’ব পাৰে ।

মকৰ ৰাশি: এটা সাধাৰণ দিন । সাহিত্যৰ সৈতে জড়িত লোকৰ বাবে দিনটো শুভ । চৰকাৰী কাম-কাজত অসুবিধাৰ সৃষ্টি হ'ব পাৰে । দিনৰ শেষত আপুনি ভাগৰুৱা অনুভৱ কৰিব পাৰে ।

কুম্ভ ৰাশি: আজি কোনো অবৈধ ক্ৰিয়াকলাপত যুক্ত নহ’ব । মানসিকভাৱে ভাগি পৰিব পাৰে । ক্ৰোধৰ ওপৰত নিয়ন্ত্ৰণ ৰাখক । ধ্যান কৰক ৷

মীন ৰাশি: আজি আপুনি নিজৰ জীৱনটোক উপভোগ কৰাৰ নামত ব্যস্ত, অতি ব্যস্ত হৈ থাকিব । শিল্পী আৰু লেখকসকলে আজি নিজৰ প্ৰতিভা প্ৰকাশ কৰাৰ সুযোগ পাব । আজি আপুনি প্ৰিয়জনৰ সৈতে সময় কটাব । বনভোজনত যোৱাৰ পৰিকল্পনা কৰিব পাৰে । আপোনাৰ সামাজিক জীৱনৰ উন্নতি লাভ কৰিব ।

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.