ETV Bharat / bharat

Daily Horoscope For 22nd December : আজিৰ দিনটোৰ ৰাশিফল - আপোনাৰ দিনটোৰ ৰাশিফল

কেনে যাব আপোনাৰ আজিৰ দিনটো ? চাওক দিনটোৰ ৰাশিফল...

Daily Horoscope For 22nd December
আজিৰ দিনটোৰ ৰাশিফল
author img

By

Published : Dec 22, 2021, 5:11 AM IST

মেষ ৰাশি : দিনটো শুভ ৷ ভাগ্য ভাল ৷ কৰ্ম জীৱন উন্নত ৷ ভ্ৰমণৰ যোগ ৷ ড্ৰাইভ সাৱধানে আৰু সুস্থিৰে কৰিব ৷

বৃষ ৰাশি : দিন শুভ ৷ কৰ্ম-ব্যৱসায়ত সফলতা ৷ প্ৰশংসা লাভ ৷ সন্ধিয়া সকলো অশান্তিৰ কাৰণ দূৰ হʼব ৷ বন্ধু-বৰ্গৰ সৈতে পাৰ্টি হ’ব পাৰে ৷

মিথুন ৰাশি : দিনটো প্ৰায় শুভ ৷ লক্ষ্যত সফল ৷ কর্মত জীৱন আনন্দময় হʼব ৷ পৰিয়ালৰ সৈতে সম্পর্ক ভাল হʼব ৷ প্ৰশংসা লাভ ৷

কৰ্কট ৰাশি : দিনটো মধ্যমীয়া ৷ কোনো কাৰণত দিনটো আৱেগিক হৈ পৰিব পাৰে ৷ কৰ্ম জীৱনত সফলতা লাভ ৷ মনোৰঞ্জন মূলক কামত খৰচ বৃদ্ধি হʼব পাৰে ৷

সিংহ ৰাশি : দিনটো মধ্যমীয়া ৷ প্ৰশংসা লাভ ৷ দিনটো আনন্দময় হʼব ৷

কন্যা ৰাশি : কর্ম বা ব্যৱসায়ত অধিক ব্যস্ত হʼব পাৰে ৷ কর্ম ব্যস্ততাৰ প্ৰভাৱ ব্যক্তিগত জীৱন পৰিব পাৰে ৷ শান্ত হৈ কর্ম কৰক ৷ খং-ৰাগৰ পৰা আঁতৰি থকাসকলে সফল লাভ কৰিব ৷ সন্ধিয়া সকলো অশান্তিৰ কাৰণ দূৰ হʼব ৷

তুলা ৰাশি : দিনটো কিছু কঠিন হ’ব ৷ মানসিক অশান্তি বা হতাশা হʼব পাৰে ৷ সন্ধিয়া সকলো অশান্তিৰ কাৰণ দূৰ হʼব ৷

বৃশ্চিক ৰাশি : দিনটো মধ্যমীয়া ৷ আপোনাৰ শান্ত বা মধুৰ বাক্যই শ্ৰোতাসকলক উৎসাহিত কৰিব পাৰে ৷ পৰিয়াল উপাসনাত কেতিয়াও বাধা আহিবলৈ নিদিব ৷ পৰিয়ালক ভালদৰে যত্ন লওক ৷ আবেলি কৰ্ম জীৱনত ভাল বন্ধু লাভ ৷ তথাপিও সতৰ্কতা অৱলম্বন কৰা উচিত ৷ ভাগ্য ভাল ৷ ব্যৱসায়ত সফল ৷

ধনু ৰাশি : দিনটো শুভ ৷ কৰ্ম জীৱনত ভাল পদোন্নতি হʼব পাৰে ৷ প্ৰশংসা লাভ ৷

মকৰ ৰাশি : দিনটো শুভ ৷ নিজৰ কর্মত মনোযোগ দিয়ক ৷ কৰ্ম-ব্যৱসায়ত সফলতা লাভ ৷

কুম্ভ ৰাশি : দিনটো শুভ ৷ নিজ কৰ্মত মনোযোগ দিয়ক ৷ কৰ্ম ভাল কৰিবলৈ কঠোৰ পৰিশ্ৰম কৰিব লাগিব ৷ লক্ষ্যত সফল ৷

মীন ৰাশি : দিনটো শুভ ৷ ব্যৱসায়ত শুভ, লাভাৰ্জন ৷ ভাগ্য ভাল ৷ ধন-সম্পত্তিৰ পৰা সময়ত অধিক ধন উপাৰ্জন কৰিব ৷ মনোৰঞ্জন মূলক কাৰণত খৰচ বৃদ্ধি ৷

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.