ETV Bharat / bharat

আজিৰ দিনটোৰ ৰাশিফল

author img

By

Published : Aug 22, 2021, 12:02 AM IST

কেনে যাব আপোনাৰ আজিৰ দিনটো ? চাওক দিনটোৰ ৰাশিফল...

দিনটোৰ ৰাশিফল
দিনটোৰ ৰাশিফল

মেষ ৰাশি : দিনটো শুভ ৷ কঠোৰ পৰিশ্ৰমৰ ফল লাভ ৷

বৃষ ৰাশি : খং-ৰাগ পৰিহাৰ কৰক ৷ শান্ত হৈ কৰ্ম সম্পাদন কৰক ৷ পৰচৰ্চা নকৰিব ৷

মিথুন ৰাশি : দিনটো শুভ ৷ প্ৰেমত শুভ ৷ বিবাহৰ যোগ ৷ দাম্পত্য জীৱন সুখৰ ৷ খৰচ বৃদ্ধি ৷

কৰ্কট ৰাশি : দিনটো কিছু কঠিন ৷ সাৱধানতা অৱলম্বন কৰক ৷ গাড়ী চলাওতে সাৱধানতা অৱলম্বন কৰক ৷ সন্ধিয়া সকলো অশান্তিৰ কাৰণ দূৰ হ’ব ৷

সিংহ ৰাশি : দিনটো কিছু কঠিন ৷ খং-ৰাগ পৰিহাৰ কৰক ৷ শান্ত হৈ কৰ্ম সম্পাদন কৰক ৷ পৰিশ্ৰমৰ ফল লাভ ৷

কন্যা ৰাশি : কৰ্মত সফল ৷ প্ৰেমত সফল ৷ পৰিয়ালৰ সৈতে সম্পৰ্ক উন্নত ৷ পৰিয়ালৰ সৈতে সৰু ভ্ৰমণ হ’ব পাৰে ৷ সুস্থিৰে গাড়ী চলাওক ৷

তুলা ৰাশি : দিনটো শুভ ৷ নিজৰ হৈ পদক্ষেপ গ্ৰহণ কৰক ৷ আনৰ পৰা পৰামৰ্শ নল’ব ৷ কৰ্মত সফল ৷

বৃশ্চিক ৰাশি : দিনটো শুভ ৷ পৰিয়ালৰ যতন লওক ৷ কৰ্মজীৱনত ভাল বন্ধু লাভ ৷ খৰচ বৃদ্ধি ৷

ধনু ৰাশি : দিনটো শুভ ৷ বিবাহৰ সংযোগ ৷ প্ৰেমত শুভ ৷ দাম্পত্য জীৱন সুখৰ ৷ ভ্ৰমণৰ যোগ ৷ নিশাৰ আহাৰ ভাল হ’ব ৷

মকৰ ৰাশি : কৰ্মত প্ৰায় সফল ৷ কৰ্মজীৱনত পদোন্নতি লাভ ৷ ব্যৱসায়ত মনোযোগ দিয়ক ৷

কুম্ভ ৰাশি : দিনটো শুভ ৷ দিনটো সক্ৰিয় অনুভৱ কৰিব ৷ পৰিশ্ৰমৰ ফল লাভ ৷ গ্ৰহ ভাল ৷ প্ৰিয়জনৰ সৈতে সম্পৰ্ক উন্নত ৷

মীন ৰাশি : স্বাস্থ্য উন্নত ৷ দিনটো শুভ ৷ বাহিৰা খাদ্যৰ পৰা আঁতৰি থাকক ৷ আয় বৃদ্ধি ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.