ETV Bharat / bharat

Daily horoscope for 1st October: আজিৰ দিনটোৰ ৰাশিফল

author img

By

Published : Oct 1, 2022, 5:05 AM IST

কেনে যাব আপোনাৰ আজিৰ দিনটো (Know Your day with ETV Bharat Astrology) ? চাওক দিনটোৰ ৰাশিফল (Astrological predictions for the day)

Daily horoscope for 1st October 2022
আজিৰ দিনটোৰ ৰাশিফল

মেষ ৰাশি: আধ্যাত্মিকতাৰ সন্ধানত ব্যস্ত হৈ পৰিব ৷ ভাবিচিন্তি কথা ক’ব ৷ নতুন কোনো কাম আৰম্ভ নকৰিব, প্ৰতিপক্ষসকলৰ পৰা দূৰত থাকিব ৷ লাভবান হ’ব ৷

বৃষ ৰাশি: পৰিয়ালৰ সৈতে কোনো সামাজিক অনুষ্ঠানত বা ক’ৰবাত ফুৰিবলৈ বা কোনো বনভোজনত ফুৰিবলৈ যাব পাৰে ৷ ব্যৱসায়ত উন্নতি হ’ব ৷ সামাজিকভাৱে সন্মান লাভ ৷ ধন লাভ ৷

মিথুন ৰাশি: সকলো কাম সফলভাৱে সম্পন্ন কৰিব ৷ নাম-যশ বৃদ্ধি পাব পাৰে ৷ ঘৰুৱা পৰিৱেশ আনন্দদায়ক হ’ব ৷ ধন লাভ কৰিব ৷ শাৰীৰিক আৰু মানসিকভাৱে তজবজীয়া অনুভৱ হ’ব ৷ কৰ্মক্ষেত্ৰত সহকৰ্মীসকলৰ পৰা সহযোগিতা লাভ কৰিব ৷ কঠোৰ পৰিশ্ৰমৰ স্বীকৃতি পাব ৷ সতৰ্ক থাকিব ৷

কৰ্কট ৰাশি: ভাগৰুৱা অনুভৱ কৰিব ৷ চিন্তাত থাকিব পাৰে ৷ কথা কোৱাৰ সময়ত সতৰ্ক থাকক ৷ অনাৱশ্যক তৰ্ক এৰাই চলক ৷ ভ্ৰমণৰ পৰিকল্পনা পিছুৱাই দিয়ক ৷

সিংহ ৰাশি: সাৱধান হৈ থাকক ৷ ভাবিচিন্তি কাম কৰিব ৷ সজাগ থাকিব ৷ মাতৃৰ সৈতে সম্পৰ্ক বেয়া হ’ব পাৰে ৷ তৰ্ক-বিতৰ্কৰ পৰা আঁতৰত থাকিব ৷ কাগজপত্ৰৰ কাম আৰু পানীৰ ক্ষেত্ৰত সতৰ্ক থাকক ৷

কন্যা ৰাশি: শৰীৰ সুস্থ হৈ থাকিব ৷ কামকাজ ভালকৈ কৰিব পাৰিব ৷ নিজৰ প্ৰিয়জনৰ সৈতে ভাল সময় কটাব পাৰিব ৷ আধ্যাত্মিকতাত জ্ঞানৰ স্বীকৃতি পাব ৷

তুলা ৰাশি: মনটো উত্ৰাৱল হৈ থাকিব ৷ স্পষ্ট সিদ্ধান্ত ল’ব নোৱাৰিব ৷ কোনো গুৰুত্বপূৰ্ণ কাম কৰিব পাৰে৷ দিনটো অনুকূল নহয় ৷ আঁকোৰগোজ স্বভাৱে বহুত অসুবিধাত পেলাব ৷ নিজৰ স্বাস্থ্যৰ যতন ল’ব লাগিব ৷

বৃশ্চিক ৰাশি: শাৰীৰিক আৰু মানসিকভাৱে অদম্য হৈ থাকিব ৷ পুৰণি বন্ধুক লগ পাব পাৰে ৷ ভ্ৰমণৰ পৰিকল্পনা কৰিব পাৰে ৷

ধনু ৰাশি: খং নিয়ন্ত্ৰণ কৰি ৰাখিব নোৱাৰিব ৷ তৰ্ক-বিতৰ্কৰ পৰা আঁতৰত থাকিব ৷ মানসিকভাৱে অস্থিৰ হৈ থাকিব ৷ স্বাস্থ্যও বৰ ভালে নাথাকিব ৷

মকৰ ৰাশি: দিনটো প্ৰচণ্ড অনুকূল হৈ থাকিব ৷ আত্মীয় আৰু ঘনিষ্ঠ বন্ধুক লগ পাব পাৰে ৷ বিবাহপ্ৰাৰ্থীসকলৰ বাবে ভাল দিন ৷ ভ্ৰমণৰ যোগ আছে ৷ ব্যৱসায় বৃদ্ধি হ’ব ৷

কুম্ভ ৰাশি: শৰীৰ আৰু মনটো সবল হৈ থাকিব৷ কৰ্মক্ষেত্ৰত স্বীকৃতি পাব ৷ সহকৰ্মীসকলৰ পৰা সামান্য সহযোগিতা পাব ৷ সামাজিকভাৱে সন্মান আৰু স্বীকৃতি লাভ কৰিব ৷

মীন ৰাশি: ভাগৰুৱা আৰু মানসিকভাৱে ক্লান্ত অনুভৱ কৰিব ৷ মনটো নেতিবাচক আৰু অনাৱশ্যক চিন্তাৰে পূৰ্ণ হৈ থাকিব ৷ প্ৰতিযোগী আৰু প্ৰতিপক্ষসকলৰ সৈতে বিবাদত লিপ্ত হ’ব পাৰে ৷ এনেকুৱা অপ্ৰীতিকৰ পৰিস্থিতিক এৰাই চলাই ভাল ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.