ETV Bharat / bharat

Daily horoscope for 1st November: আজিৰ দিনটোৰ ৰাশিফল

author img

By

Published : Nov 1, 2022, 5:01 AM IST

কেনে যাব আপোনাৰ আজিৰ দিনটো (Know Your day with ETV Bharat Astrology) ? চাওক দিনটোৰ ৰাশিফল (Astrological predictions for the day) ৷

daily-horoscope-for-1st-november-2022
আজিৰ দিনটোৰ ৰাশিফল

মেষ ৰাশি: দিনটো মিশ্ৰিত ফল পাব ৷ পৰিয়ালৰ লোকৰ সৈতে আলাপ-আলোচনা কৰিব ৷ চৰকাৰী পাব পাৰে ৷ অফিচৰ কামত ক’ৰবাত যাবলগীয়া হ’ব পাৰে ৷ কৰ্মক্ষেত্ৰত কৰ্ম ব্যস্ততা বৃদ্ধি ৷

বৃষ ৰাশি: নতুন কাম হাতত ল’ব পাৰে বা নতুন কোনো উদ্যোগ ল’ব পাৰে ৷ মন্দিৰ দৰ্শনত গ’লে মন প্ৰফুল্ল হ’ব ৷ দীঘলীয়া যাত্ৰাৰ ইংগিত স্পষ্ট ৷ বিদেশ ভ্ৰমণৰ সুযোগ আহিব পাৰে ৷ স্বাস্থ্যৰ প্ৰতি লক্ষ্য ৰাখক ৷

মিথুন ৰাশি: যিকোনো পদক্ষেপ লোৱাৰ আগতে সতৰ্ক হওঁক ৷ কোনো নতুন কাম আৰম্ভ কৰাৰ পৰা বিৰত থাকক ৷ অলপতে খং উঠিব পাৰে ৷ এনেকুৱা কোনো কাম নকৰিব বা এনেকুৱা কোনো কথা নক’ব, যাৰ বাবে পিছলৈ অনুতপ্ত হ’বলগীয়া হয় ৷ কোনো অন্যায়-অনৈতিক কাম নকৰিব ৷ অনাৱশ্যক ব্যয়ৰ পৰা সাৱধান ৷

কৰ্কট ৰাশি: দিনটো আনন্দ-ফুৰ্তি-উলহ মালহেৰে যাব ৷ খৰচ বৃদ্ধি ৷ প্ৰেমত শুভ ৷ দিনটো অধিক আনন্দদায়ক হৈ উঠিব ৷ সন্মান আৰু জনপ্ৰিয়তা বৃদ্ধি ৷ লাভ বৃদ্ধি ৷ স্বাস্থ্য ভালে থাকিব ৷

সিংহ ৰাশি: দিনটো মধ্যমীয়া ৷ কৰ্মক্ষেত্ৰত সহকৰ্মীসকলৰ আচৰণ অলপ বেলেগ হ’ব ৷ প্ৰতিযোগীসকলে অধিক সক্ৰিয় হৈ উঠিব আৰু সমস্যাৰ সৃষ্টি কৰিব ৷ ঘৰৰ পৰা বেয়া খবৰ পাই উদ্বেগ আৰু বাঢ়িব ৷

কন্যা ৰাশি: সন্তানৰ বাবে দুশ্চিন্তা আহিব ৷ খোৱা-লোৱা সাৱধানে কৰিব ৷ পেটৰ অসুখ হ’ব পাৰে ৷ দিনটো পৰিকল্পনা অনুসৰি নচলিব ৷ পূৰ্ব পৰিকল্পনাহীন ব্যয় কৰিবলগীয়া হ’ব পাৰে ৷ বৌদ্ধিক আলোচনাৰ পৰা দূৰত থকাৰ চেষ্টা কৰক ৷ বিনিয়োগৰ কাৰণে দিনটো অলুকূল নহয় ৷

তুলা ৰাশি: দিনটো মানসিক চাপত থাকিব আৰু অধিক সংবেদশীল হৈ থাকিব ৷ নেতিবাচক চিন্তাই হতাশ কৰি দিব পাৰে ৷ মাতৃ, পত্নী সম্বন্ধীয় কিছু কথা উদ্বেগ বঢ়াই দিব পাৰে ৷ যাত্ৰাৰ কাৰণে দিনটো অশুভ ৷ কুঁৱা, পুখুৰী, নদী ইত্যাদিৰ পৰা দূৰত থকাৰ চেষ্টা কৰক ৷ পৰিয়াল আৰু সম্পত্তি বিবাদৰ পৰা দূৰত থাকক ৷

বৃশ্চিক ৰাশি: দিনটো প্ৰাণৱন্ত আৰু উদ্যমী অনুভৱ কৰি থাকিব ৷ নতুন প্ৰকল্প বা কাম হাতত ল’ব পাৰে ৷ সহকৰ্মী, সহযোগীসকলে সহায় কৰিব ৷ ঘনিষ্ঠ বন্ধু বা আত্মীয়ক লগ পাব পাৰে ৷ নতুন কাম হাতত ল’লে সফল হ’ব ৷ আৰ্থিক লাভ হ’ব পাৰে ৷

ধনু ৰাশি: অনাৱশ্যক ব্যয়ৰ সম্ভাৱনা আছে ৷ দুখ আৰু অনুতাপৰ কাৰণে মনটো বেয়া লাগি থাকিব ৷ পৰিয়ালৰ লোকৰ সৈতে ভুল বুজাবুজি হ’ব পাৰে ৷ কোনো কামতেই আশানুৰূপ ফল নাপাব ৷ বিভ্ৰান্তি আৰু সিদ্ধান্তহীনতাত ভুগিব ৷ গুৰুত্বপূৰ্ণ বিষয় লৈ কাম আজি নকৰিব, বেলেগ কোনোবা দিনা কৰিলে ভাল হয় ৷

মকৰ ৰাশি: ভাবি চিন্তি পদক্ষেপ গ্ৰহণ কৰিব ৷ সৰুসুৰা দুৰ্ঘটনা হ’ব পাৰে ৷ কামবোৰে স্বীকৃতি লাভ কৰিব ৷ অপ্ৰত্যাশিত পদোন্নতি লাভ কৰিব ৷ সন্মান বৃদ্ধি ৷ কৰ্মক্ষেত্ৰত মৰ্যাদা বৃদ্ধি পাব ৷

কুম্ভ ৰাশি: আৰ্থিক লেনদেনৰ কামত যুক্ত নহ’ব ৷ খঙাল আৰু আগ্ৰাসী হৈ থাকিব পাৰে ৷ অনাৱশ্যক ব্যয় এৰাই চলক ৷ স্বাস্থ্যৰ সমস্যা হ’ব পাৰে ৷ বিনিয়োগ কৰাৰ আগতে দুনাই ভাবক ৷ পৰিকল্পনা আৰু চিন্তাধাৰা অনুসৰি পৰিয়ালৰ লোক আৰু আত্মীয়-স্বজনে হয়তো নচলিব ৷

মীন ৰাশি: প্ৰেমপ্ৰাৰ্থী বা বিবাহপ্ৰাৰ্থীৰ বাবে দিনটো ভাল ৷ জনসেৱামূলক কাম কৰিব পাৰে ৷ সকলো ক্ষেত্ৰত সফলতা লাভ কৰিব ৷ ভ্ৰমণত শুভ ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.