ETV Bharat / bharat

আজিৰ দিনটোৰ ৰাশিফল

author img

By

Published : Aug 16, 2021, 12:02 AM IST

কেনে যাব আপোনাৰ আজিৰ দিনটো ? চাওক দিনটোৰ ৰাশিফল...

দিনটোৰ ৰাশিফল
দিনটোৰ ৰাশিফল

মেষ ৰাশি : দিনটো ভাল-বেয়াৰ মাজেৰে যাব ৷ সফলতা লাভ ৷ মানসিক অশান্তি হ’ব পাৰে ৷ সন্ধিয়াৰ ভাগত মানসিক অশান্তি দূৰ হ’ব ৷ বন্ধুবৰ্গৰ সৈতে সম্পৰ্ক উন্নত ৷

বৃষ ৰাশি : দিনটো শুভ ৷ নিজৰ হকে সিদ্ধান্ত লওক ৷ আনৰ পৰামৰ্শ নল’ব ৷ ভ্ৰমণৰ যোগ ৷ সুস্থিৰে গাড়ী চলাওক ৷

মিথুন ৰাশি : স্বাস্থ্যৰ যতন লওক ৷ কৰ্মত শান্ত হৈ থাকক ৷ বাহিৰা খাদ্যৰ পৰা আঁতৰি থাকক ৷ প্ৰশংসা লাভ ৷ ব্যৱসায়ত শুভ ৷

কৰ্কট ৰাশি : মানসিক অশান্তি হোৱাৰ সম্ভাৱনা ৷ ভ্ৰমণ বাতিল কৰক ৷ গ্ৰহৰ স্থান প্ৰতিকূল ৷ মাংগলিক কাম পৰিহাৰ কৰক ৷

সিংহ ৰাশি : কঠোৰ পৰিশ্ৰমৰ ফল লাভ ৷ যুক্তি-তৰ্কৰে কথাবোৰ বিবেচনা কৰক ৷

কন্যা ৰাশি : নতুন ব্যৱসায় আৰম্ভ কৰিব পাৰে ৷ সফলতা লাভ ৷ প্ৰেমত শুভ ৷ নিজৰ হকে নিজে চিন্তা কৰক ৷

তুলা ৰাশি : কৰ্ম জীৱনত পদোন্নতি লাভ ৷ আয় বৃদ্ধি ৷ প্ৰশংসা লাভ ৷ পৰচৰ্চাৰ পৰা বিৰত থাকক ৷

বৃশ্চিক ৰাশি : দিনটো অনুকূল ৷ কৰ্ম জীৱন সুখৰ ৷ তথাপিও সতৰ্কতা অৱলম্বন কৰক ৷ খৰচ বৃদ্ধি ৷

ধনু ৰাশি : দিনটো শুভ ৷ পৰিয়ালৰ সৈতে সময় অতিবাহিত কৰক ৷ ভ্ৰমণৰ যোগ ৷ প্ৰেমত শুভ ৷

মকৰ ৰাশি : দিনটো শুভ ৷ কঠোৰ পৰিশ্ৰমৰ ফল লাভ ৷ প্ৰশংসা লাভ ৷ শিক্ষাৰ্থীসকলৰ বাবে শুভ দিন ৷ অধ্যয়নৰ প্ৰতি মনোযোগ বৃদ্ধি ৷ বিবাহৰ সংযোগ ৷ দাম্পত্য জীৱন সুখৰ ৷

কুম্ভ ৰাশি : দিনটো প্ৰায় শুভ ৷ কৰ্ম ব্যৱসায়ত উন্নত যদিও খৰচ বৃদ্ধি ৷ বন্ধুৰ সৈতে সম্পৰ্ক উন্নত ৷

মীন ৰাশি : কৰ্মত শান্ত হৈ থাকক ৷ প্ৰতিভাৰ সদব্যৱহাৰ কৰক ৷ কৰ্মব্যস্ততা বৃদ্ধি ৷ প্ৰেমত মনোযোগ দিয়ক ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.