মেষ ৰাশি: দিনটো প্ৰায় ভালেই যাব ৷ কঠোৰ পৰিশ্ৰমৰ মাজতে আনন্দ লাভ কৰিব ৷ প্ৰশংসা লাভ ৷ সতৰ্কতা অৱলম্বন কৰিব ৷ পৰিয়াল ভালে ৰখাত মনোযোগ দিব ৷ পৰিয়ালৰ লগত সম্পর্ক ভাল হʼব ৷ সমনীয়াৰ লগত সম্পৰ্ক ভাল হ’ব ৷
বৃষ ৰাশি: নিজৰ মনৰ ওপৰত বিশ্বাস ৰাখিব ৷ জীৱনৰ বহুতো ক্ষেত্ৰতে সফল হʼব ৷ দিনটো আনন্দপূৰ্ণ হ’ব ৷ দিনটো প্ৰায় ভাল হʼব ৷ দিনটো প্ৰায় ভাল হ’ব ৷
মিথুন ৰাশি: শুভ দিন ৷ সফলতা লাভ কৰিব ৷ কৰ্ম-ব্যৱসায়ত লক্ষ্য সফল হʼব ৷ বিচাৰধাৰা আৰু আলোচনা উন্নত হ’ব ৷ বাধা বিঘিনিবোৰ আঁতৰ হʼব ৷ কঠোৰ পৰিশ্ৰম কৰিলে সফলতা লাভ কৰিব ৷
কৰ্কট ৰাশি: কাৰ্ম জীৱনত পদোন্নতি লাভ কৰিব ৷ নাম আৰু সুনাম লাভ কৰিব ৷ ভাগ্য ভাল ৷ নিজৰ ওপৰত বিশ্বাস ৰাখি কৰ্মক্ষেত্ৰত আগুৱাই যাব ৷ লক্ষ্যত সফল হ’ব ৷
সিংহ ৰাশি: অধ্যয়নৰ প্ৰতি আগ্ৰহ জন্মিব ৷ সফলতা লাভ কৰিব ৷ সক্ৰিয়তা অনুভৱ কৰিব ৷ পৰিশ্ৰম কৰিলে লক্ষ্যত সফল হʼব ৷ গ্ৰহ ভাল ৷ প্ৰত্যাহ্বানৰ সম্মুখীন হ’লেও সফল হʼব ৷
কন্যা ৰাশি: যুক্তিসূত্ৰৰ সৈতে যুঁজিবলৈ চেষ্টা কৰিব ৷ দিনটো ভাল ৷ লক্ষ্যত সফল হʼব ৷ মহিলাসকলৰ ভাগ্য ভাল হʼব ৷ বিপদৰ পৰা হাত সাৰিব, কিন্তু সতৰ্ক হৈ থকাটো ভাল ৷ আবেলি প্ৰায় ভাল হʼব ৷ প্ৰেমত শুভ ৷ পৰিয়ালৰ লগত সৰুসুৰা ভ্ৰমণৰ পৰিকল্পনা কৰিব পাৰে ৷ দিনটো আনন্দময় হʼব ৷
তুলা ৰাশি: লাভ বৃদ্ধি ৷ সফলতা লাভ কৰিব ৷ নিজৰ ভালৰ বাবে কোনো পলম নকৰাকৈ নিজেই পদক্ষেপ লোৱা উচিত ৷ আনৰ পৰা পৰামৰ্শ নল’ব ৷ কর্মত শান্ত হৈ থাকিব ৷ খং-ৰাগৰ পৰা আঁতৰি থকাসকল সফল হʼব ৷
বৃশ্চিক ৰাশি: দিনটো খেলিমেলি হʼব পাৰে ৷ সতৰ্কতা অৱলম্বন কৰিব ৷ মিশ্ৰিত ফলাফল লাভ কৰিব ৷ কৰ্ম-ব্যৱসায়ত খেলিমেলি হ’ব পাৰে ৷ সাৱধানে থাকিব ৷
ধনু ৰাশি: ব্যৱসায় কৰিলে লক্ষ্যত সফল হʼব ৷ লাভ বৃদ্ধি হʼব ৷ কৰ্ম-ব্যৱসায়ত মনোযোগ দিব ৷ পৰিয়ালৰ লগত সম্পর্ক ভাল হʼব ৷ প্ৰেমত শুভ ৷ দিনটো আনন্দময় হ’ব ৷
মকৰ ৰাশি: কৰ্মক্ষেত্ৰত ব্যস্ততা বৃদ্ধি পাব ৷ কর্মত ব্যস্ততাই ব্যক্তিগত জীৱনক প্ৰভাৱান্বিত হʼব ৷ নিৰুৎসাহিত হৈ পৰিব পাৰে ৷ যাৰ ফলত কাৰ্য কর্ম প্ৰভাৱান্বিত হʼব ৷ মনটো সক্ৰিয় হৈ থাকিব ৷ যোগ-অনুশীলন কৰিব পাৰে ৷
কুম্ভ ৰাশি: সমস্যাৰ সম্মুখীন হʼব ৷ দুঃচিন্তাই দেখা দিব পাৰে ৷ মানসিক অশান্তি আৰু হতাশাত ভুগিব ৷ স্বাস্থ্য ভালে ৰখাত মনোযোগ দিব ৷ সফলতা লাভ কৰিব ৷ কৰ্ম জীৱনত ভাল পদোন্নতি লাভ কৰিব ৷ নিজৰ স্থিতি সফল হʼব ৷ প্ৰশংসা লাভ ৷ লক্ষ্যত প্ৰায় সফল হʼব ৷
মীন ৰাশি: চৰকাৰী কাম-কাজৰ পৰা আঁতৰত থাকিব ৷ নথি-পত্ৰ সুস্থিৰে পঢ়ি চহী কৰিব ৷ কর্ম ব্যস্ততা বৃদ্ধি পাব ৷ কঠোৰ পৰিশ্ৰম কৰিলে ভাল ফল লাভ কৰিব ৷ সফলতা লাভ কৰিব ৷ কৰ্মত মনোযোগ দিব ৷ সন্ধিয়া সকলো বাধা দূৰ হ’ব ৷ টকা-পইচাৰ ক্ষেত্ৰত নিশ্চিত হʼব ৷