ETV Bharat / bharat

আজিৰ দিনটোৰ ৰাশিফল - দিনটোৰ ৰাশিফল

কেনে যাব আপোনাৰ আজিৰ দিনটো ? চাওক দিনটোৰ ৰাশিফল...

daily horoscope
দিনটোৰ ৰাশিফল
author img

By

Published : Oct 13, 2021, 12:11 AM IST

মেষ ৰাশি : দিনটো মধ্যমীয়া ৷ পৰচৰ্চা নকৰিব ৷ এলাহ ভাৱ পৰিহাৰ কৰক ৷

বৃষ ৰাশি : দিনটো মধ্যমীয়া ৷ আৱেগক নিয়ন্ত্ৰণ কৰক ৷ স্বাস্থ্যৰ যতন লওক ৷ নতুন কাম আৰম্ভ নকৰিব ৷ জ্যেষ্ঠ, সহকৰ্মী বা বিৰোধীৰ সৈতে বিবাদত লিপ্ত নহ’ব ৷

মিথুন ৰাশি : দিনটো মিশ্ৰিত খেলি-মেলিৰ সৃষ্টি হ’ব পাৰে ৷ পৰিয়ালৰ সৈতে সম্পৰ্ক উন্নত ৷ প্ৰেম শুভ ৷ স্বাস্থ্যৰ যতন লওক ৷ বিয়লিৰ সময়খিনি কিছু কঠিন হʼব পাৰে ৷ সতৰ্কতা অৱলম্বন কৰা উচিত ৷

কৰ্কট ৰাশি : দিন শুভ ৷ কৰ্ম-ব্যৱসায়ত শুভ ৷ আৰ্থিক স্থিতি উন্নত ৷ কৰ্ম জীৱনত ভাল বন্ধু লাভ ৷ কৰ্ম জীৱনত ভাল পদোন্নতি হʼব পাৰে ৷ প্ৰশংসা লাভ ৷

সিংহ ৰাশি : দিন প্ৰায় শুভ ৷ কৰ্ম-ব্যৱসায়ত শুভ ৷ স্বাস্থ্যৰ যতন লওক ৷ বাহিৰা খাদ্য পৰা আঁতৰি থাকক ৷

কন্যা ৰাশি : দিনটো শুভ ৷ বজাৰলৈ যাব পাৰে ৷ টকা-পইচা সাৱধানে কৰিব ৷

তুলা ৰাশি : দিনটো শুভ ৷ দিনটো আনন্দময় হʼব ৷ পৰিয়ালৰ সৈতে সম্পর্ক উন্নত ৷ সন্তানৰ যতন লওক ৷ প্ৰেমত শুভ ৷

বৃশ্চিক ৰাশি : দিনটো মধ্যমীয়া ৷ কৰ্ম-ব্যৱসায়ত মনোযোগ দিয়ক ৷ কর্ম ব্যস্ততা বৃদ্ধি ৷ পৰচৰ্চা কৰাৰ পৰা আঁতৰি থাকক ৷ প্ৰশংসা লাভ ৷

ধনু ৰাশি : দিনটো মধ্যমীয়া ৷ কৰ্ম ব্যস্ততা বৃদ্ধি ৷ কৰ্ম ব্যস্ততাৰ প্ৰভাৱ ব্যক্তিগত জীৱনত পৰিব ৷

মকৰ ৰাশি : পুৱাই কিছুমান সমস্যাৰ সন্মুখীন হ’ব পাৰে ৷ দিনটোৰ প্ৰথম ভাগত কিছু সতৰ্ক আৰু সাৱধান হৈ থকা উচিত ৷ বিশেষকৈ আইন সংক্ৰান্তিয় কামৰ পৰা আঁতৰি থাকক ৷ দ্ৰুতবেগত গাড়ী নচলাব, দুৰ্ঘটনা হোৱাৰ সম্ভাৱনা আছে ৷ স্বাস্থ্যৰ যতন লওক ৷

কুম্ভ ৰাশি : দিনটো শুভ ৷ কম সময়ত অধিক ধন উপাৰ্জন কৰিব ৷ কৰ্মত বেছি মনোযোগ দিবলগীয়া হʼব ৷ কৰ্মক ভাল কৰিবলৈ কঠোৰ পৰিশ্ৰম কৰিব লগীয়া হ’ব পাৰে ৷

মীন ৰাশি : দিনটো শুভ ৷ ব্যৱসায়ত শুভ ৷ লক্ষ্যত সফল ৷ কৰ্ম জীৱনত ভাল বন্ধু লাভ ৷ কৰ্ম জীৱনত ভাল পদোন্নতি হʼব পাৰে ৷ পৰিয়াল তথা প্ৰেমৰ সৈতে সম্পর্ক উন্নত ৷

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.