ETV Bharat / bharat

Daily horoscope for 12th November: আজিৰ দিনটোৰ ৰাশিফল

author img

By

Published : Nov 12, 2022, 5:05 AM IST

কেনে যাব আপোনাৰ আজিৰ দিনটো (Know Your day with ETV Bharat Astrology) ? চাওক দিনটোৰ ৰাশিফল (Astrological predictions for the day) ৷

Daily horoscope for 12th November 2022
আজিৰ দিনটোৰ ৰাশিফল

মেষ ৰাশি: দিনটো মধ্যমীয়া ৷ কোনো দৃঢ় সিদ্ধান্তত উপনীত হ’বলৈ সক্ষম নহ’ব ৷ চিন্তিত হৈ থাকিব ৷ পেছাগত ক্ষেত্ৰত প্ৰতিপক্ষতা বিৰাজ কৰিব ৷ ভ্ৰমণত শুভ ৷ খং নিয়ন্ত্ৰণত ৰাখক ৷

বৃষ ৰাশি: আঁকোৰগোজো স্বভাৱটো এৰিব ৷ নিজৰ আচৰণৰ নম্ৰ কৰি ৰাখিলে বন্ধুসকলেও সেও মানিব ৷ প্ৰিয়জনৰ লগত সম্পৰ্ক ভাল হ’ব ৷ নতুনকৈ একো আৰম্ভ নকৰিব ।

মিথুন ৰাশি: দিনটো নতুন আশা লৈ আৰম্ভ কৰিব ৷ স্বাস্থ্য ভালে থাকিব ৷ বন্ধুসকলৰ সৈতে পৰিকল্পনা কৰিব পাৰে । দিনটো পৰিয়ালৰ লোকৰ সৈতে আনন্দৰে কটাওক ৷ প্ৰিয়জনৰপৰা উপহাৰ পাব পাৰে ৷ আৰ্থিক দিশত ভালে ৷ দিনটো বৰ সুন্দৰ আৰু সমৃদ্ধশালী ৷ ব্যয় বৃদ্ধি হ’ব ৷

কৰ্কট ৰাশি: দিনটো বৰ অনুকূল নহয় ৷ উদ্বিগ্ন হৈ থাকিব ৷ কোনো গুৰুত্বপূৰ্ণ বিষয়ত দৃঢ় সিদ্ধান্ত লোৱাটো বৰ জটিল হ’ব ৷ মানসিক শান্তিক বিঘ্নিত হ’বলৈ নিদিব ৷ মানসিক চাপ বৃদ্ধি পাব ৷ অপ্ৰত্যাশিত ঘটনাৰ পৰা সাৱধানে থাকক ৷

সিংহ ৰাশি: গ্ৰহ সম্পূৰ্ণ ৰূপত ভাল হৈ উঠা নাই ৷ সিদ্ধান্তহীনতাত ভূগিব ৷ চিন্তিত হৈ থাকিব ৷ নতুনকৈ কোনো কাম আৰম্ভ নকৰিব ৷ কোনো বান্ধৱীয়ে কফি খাবলৈ বা কোনো পাৰ্টিত যাবলৈ নিমন্ত্ৰণ কৰিলে সেই নিমন্ত্ৰণ গ্ৰহণ নকৰাকৈ নাথাকিব ৷

কন্যা ৰাশি: দিনটো সৌভাগ্যশালী ৷ স্বীকৃতি, পদোন্নতি ইত্যাদি যি কোনো ধৰণৰ কাৰণৰ যোগ আছে ৷ শ্ৰদ্ধা-সন্মান বৃদ্ধি পাব ৷ স্বাস্থ্য ভালে থাকিব ৷ পাৰিবাৰিক, দাম্পত্য সম্পৰ্ক ৰঙিয়াল আৰু মৰমিয়াল হৈ থাকিব ৷ চৰকাৰী বিনিয়োগ প্ৰকল্পত বিনিয়োগ কৰাৰ বাবে সময়টো ভাল ৷

তুলা ৰাশি: সৃজনশীল, সাহিত্যিক আৰু বৌদ্ধিক কামকাজৰ বাবে দিনটো অনুকূল ৷ ঈৰ্ষান্বিত, আৰু প্ৰতাৰক প্ৰতিদ্বন্দ্বীৰ পৰা সাৱধানে থাকিব ৷ তৰ্ক-বিতৰ্কত নোসোমাব ৷

বৃশ্চিক ৰাশি: ফেচবুক বন্ধুৰ সৈতে ফোন নম্বৰ আদান-প্ৰদান কৰাৰ সময়ত সাৱধান হওঁক বা নতুন কোনো আঁচনিত বিনিয়োগ কৰাৰ সময়ত সতৰ্ক থাকক ৷ ব্যয়ক নিয়ন্ত্ৰণ কৰক ৷ ক্ৰোধ নিয়ন্ত্ৰণ কৰক ৷

ধনু ৰাশি: দিনটো উৎসাহপূৰ্ণ, আনন্দপূৰ্ণ আৰু সুখপূৰ্ণ হৈ থাকিব ৷ আনন্দত মতলীয়া হৈ ৰ’ব ৷ প্ৰশংসা পাব পাৰে ৷ অংশীদাৰিত্বৰ বাবে সময়টো ভাল ৷

মকৰ ৰাশি: দিনটো শুভ ৷ পৰিশ্ৰমৰ ফল পাব ৷ সমাজৰ বিভিন্ন অংশৰপৰা সহায়তা-সহযোগিতা পাব ৷ ঋণ পৰিশোধৰ বাবে দিনটো অনুকূল ৷ ঘৰত সকলো ফালৰ পৰা শুভ ৷ বৈদেশিক বাণিজ্যৰ উন্নতি হ’ব ৷

কুম্ভ ৰাশি: নতুনকৈ কোনো কাম আৰম্ভ নকৰিব ৷ সিদ্ধান্তহীনতাত ভুগি আছে ৷ কথা কোৱাৰ আগতে সতৰ্ক থাকিব ৷ ব্যয় বৃদ্ধি হ’ব পাৰে ৷ হজমৰ গণ্ডগোলৰ দৰে সৰুসুৰা অসুখে কষ্ট দিব ৷

মীন ৰাশি: দিনটো অনুকূলত নাথাকিবও পাৰে ৷ স্বাস্থ্যৰ প্ৰতি লক্ষ্য ৰাখক, মন অস্থিৰ হৈ থাকিব, সেই দিশতো লক্ষ্য ৰাখক ৷ অনিদ্ৰাত ভুগি আছে৷ সামাজিক বা আৰ্থিক দিশত ক্ষতি হ’ব পাৰে ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.