ETV Bharat / bharat

Daily horoscope for 12th July: আজিৰ দিনটোৰ ৰাশিফল

author img

By

Published : Jul 12, 2022, 5:16 AM IST

কেনে যাব আপোনাৰ আজিৰ দিনটো (Know Your day with ETV Bharat Astrology) ? চাওক দিনটোৰ ৰাশিফল…

Daily horoscope for 12th July
আজিৰ দিনটোৰ ৰাশিফল

মেষ ৰাশি: কোনো নতুন কাম আৰম্ভ কৰিব পাৰে ৷ সফলতা হ’ব ৷ দিনটোৰ প্ৰথম ভাগত যথেষ্ট সমস্যাৰ সন্মুখীন হ’ব, ধৈৰ্য্য ধৰক ৷ পিছৰ ভাগটো শান্ত আৰু সুখী হ’ব ৷ ধ্যান বা যোগাসন কৰিব ৷ শান্ত হৈ থাকিব ৷ কথা কওঁতে সাৱধান হ’ব ৷ স্বাস্থ্যৰ প্ৰতি লক্ষ্য ৰাখক; জাংকফুড গ্ৰহণ নকৰিব ৷

বৃষ ৰাশি: বন্ধু তথা প্ৰিয়জনৰ লগত বাহিৰলৈ যোৱাৰ পৰিকল্পনা কৰিব পাৰে ৷ মধ্যাহ্নৰ পিছত অধিক সতৰ্ক হ’ব লাগিব ৷ অদৰকাৰী বিবাদ তথা তৰ্কত লিপ্ত নহয় ৷ স্বাস্থ্যৰ প্ৰতি যত্ন লওক ৷ আবেলি স্বাস্থ্যৰ অৱনতি ঘটিব পাৰে ৷

মিথুন ৰাশি: দিনটো সুস্থ হৈ থাকিব ৷ বন্ধুবৰ্গ আৰু প্ৰিয়জনৰ লগ কৰাৰ পৰিকল্পনা কৰিব পাৰে ৷ ইতিবাচক চিন্তাই সফল হোৱাত সহায় কৰিব ৷ প্ৰেমত শুভ ৷

কৰ্কট ৰাশি: শুভ দিন ৷ পেটৰ অসুখ হ’ব পাৰে ৷ বাহিৰা খাদ্য গ্ৰহণৰ পৰা আঁতৰত থাকক ৷ মানসিক আৰু শাৰীৰিক স্বাস্থ্যৰ উন্নত হ’ব ৷ কৰ্মক্ষেত্ৰত সহকৰ্মীসকলে সহায় আগবঢ়াব ৷ কোনো অসম্পূৰ্ণ কাম সমাপ্ত কৰিব পাৰিব ৷

সিংহ ৰাশি: সফলতা লাভ ৷ মানসিক অস্থিৰতাত ভূগিব ৷ ইতিবাচক চিন্তাই সফল হোৱাত সহায় কৰিব ৷ স্বাস্থ্য সংক্ৰান্তীয় সমস্যাত ভূগিব ৷ ব্যয় বৃদ্ধি ৷ বিনিয়োগত লোকচান হ’ব ৷ তথাপিও ভৱিষ্যতৰ বিনিয়োগৰ পৰিকল্পনা কৰিব পাৰে ৷ বৌদ্ধিক যুক্তিতৰ্ক আৰু আলোচনাৰ পৰা আতঁৰত থাকক ৷

কন্যা ৰাশি: সম্পৰ্ক উন্নত হ’ব ৷ লাভাম্বিত হ’ব ৷ সতৰ্কতা অৱলম্বন কৰক ৷ শাৰীৰিক আৰু মানসিক চিন্তাত ভূগিব পাৰে ৷ সম্পৰ্কীয় লোকৰ লগত হোৱা বিবাদে সম্পৰ্কত আঘাত সানিব পাৰে ৷ মাতৃৰ স্বাস্থ্য চিন্তা হ’ব পাৰে ৷ পানীৰ পৰা আঁতৰত থাকক ৷

তুলা ৰাশি: দিনটোৰ আৰম্ভণি বহুত ভালধৰণেৰে নহ’বও পাৰে, কিন্তু দুপৰীয়াৰ পিছত সকলো ঠিক হ’ব ৷ শাৰীৰিক আৰু মানসিক স্বাস্থ্যৰ অৱনতি ৷ ক্লান্তি, উদ্বেগ আৰু নেতিবাচক মনোভাৱ হ’ব পাৰে ৷ যোগাসন আৰু ধ্যান কৰি তাৰ পৰা পৰিত্ৰাণ পাব পাৰে ৷ আক্ৰমণাত্মক প্ৰবৃত্তিয়ে দমন কৰিব পাৰে ৷ নতুন কাম হাতত ল’ব পাৰে ৷

বৃশ্চিক ৰাশি: পৰিয়ালৰ সদস্যৰ লগত অপ্ৰয়োজনীয় বিবাদ আঁতৰ কৰাত সফল হ’ব ৷ সন্তুষ্টি আৰু আনন্দ উপভোগ কৰিব । স্বাস্থ্যৰ প্ৰতি যত্ন ৰাখিব ৷ ব্যয় নিয়ন্ত্ৰণ কৰক ৷ অত্যাধিক ব্যয়ে আৰ্থিকভাৱে আঘাত সানিব পাৰে ৷ শিক্ষাৰ্থীসকলৰ বাবে দিনটো কঠিন হ’ব পাৰে ৷

ধনু ৰাশি: দিনটো সমস্যাৰে জৰ্জৰিত হ’ব ৷ দ্ৰুতগতিত গাড়ী নচলাব, দুৰ্ঘটনা সংঘটিত হোৱাৰ সম্ভাৱনা আছে ৷ ব্যয় বৃদ্ধি ৷ ধৈৰ্য্য ধৰক আৰু তৰ্ক কৰা আৰু জটিলতা সৃষ্টি কৰাৰ পৰা আতঁৰত থাকক ৷ ঘৰৰ পৰিবেশ প্ৰতিকূল হ’ব ৷ স্বাস্থ্যৰ উন্নতি ঘটিব ৷ ব্যক্তিগত দিশত আনন্দ আৰু সন্তুষ্টি লাভ কৰিব ৷

মকৰ ৰাশি: পেচাদাৰী আৰু ব্যৱসায়ীসকলৰ বাবে দিনটো ফলপ্ৰসূ হ’ব ৷ দিনটো আনন্দদায়ক আৰু আৰামদায়ক হৈ থাকিব ৷ দুপৰীয়াৰ পিছত কিছু সমস্যাৰ সৃষ্টি হ’ব ৷ শাৰীৰিক আৰু মানসিক স্বাস্থ্য বেয়া হ’ব ৷ পৰিয়ালৰ লোকৰ লগত বিবাদ হৈ সম্পৰ্ক বেয়া হৈ পৰিব ৷ ব্যয় বৃদ্ধি ৷ সন্মান হানি কৰিব পৰা পৰিস্থিতিৰ পৰা আঁতৰি থাকক ৷

কুম্ভ ৰাশি: সফলতা লাভ কৰিব ৷ পদোন্নতি, বেতন বৃদ্ধি আৰু প্ৰশংসাৰ সম্ভাৱনা আছে ৷ স্বাস্থ্য ভালে থাকিব ৷ বন্ধু আৰু পৰিয়ালবৰ্গৰ লগত ভ্ৰমণৰ পৰিকল্পনা কৰিব ৷ গাৰ্হস্থ্য জীৱন সুখৰ হ’ব ৷ সন্তানে সকলো দিশত অগ্ৰগতি লাভ কৰিব ৷

মীন ৰাশি: সৃষ্টিশীল কামত মনোনিৱেশ কৰিব পাৰে ৷ কামত সফলতা লাভ কৰিব ৷ আৰ্থিক লাভৰ সম্ভাৱনা আছে ৷ শাৰীৰিক অৱনতি ঘটিব পাৰে ৷ বিদেশত বাস কৰা সম্পৰ্কীয় লোকৰ পৰা ভাল খবৰ লাভ কৰিব ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.