ETV Bharat / bharat

Daily Horoscope For 10th January: আজিৰ দিনটোৰ ৰাশিফল - কুম্ভৰাশি

কেনে যাব আপোনাৰ আজিৰ দিনটো (Know Your day with ETV Bharat Astrology) ? চাওক দিনটোৰ ৰাশিফল (Astrological predictions for the day) ৷

DAILY HOROSCOPE FOR 10TH JANUARY 2023
আজিৰ দিনটোৰ ৰাশিফল
author img

By

Published : Jan 10, 2023, 5:05 AM IST

মেষৰাশি: যদি আপুনি আপোনাৰ ক্ৰোধ আৰু আগ্ৰাসনক নিয়ন্ত্ৰণ কৰি ৰাখিব পাৰে তেন্তে এটা কঠিক দিন তুলনামূলকভাৱে সহজ দিনলৈ ৰূপান্তৰিত হ’ব । নহ’লে পৰিয়ালবৰ্গৰ লগত বিবাদ আৰু তৰ্ক হোৱাটো নিশ্চিত । ঘৰত হোৱা এনেধৰণৰ বিবাদে আপোনাৰ মন অশান্ত কৰিব আৰু আপোনাক অধৈৰ্য্য কৰি তুলিব । বৌদ্ধিক আলোচনা আৰু তৰ্কযুদ্ধত অংশগ্ৰহণ কৰাৰ পৰাও এৰাই চলিব। আপোনাৰ ব্যয়ক নিৰীক্ষণ কৰাটো প্ৰয়োজন; অত্যাধিক ব্যয় পৰামৰ্শিত নহয় । যদি সম্ভৱ হয় অন্য কোনো দিনৰ বাবে আপোনাৰ যাত্ৰাক স্থগিত ৰাখক যিহেতু এই দিনটোৱে বাঞ্চিত ফল প্ৰদান নকৰিব পাৰে।

বৃষৰাশি: দিনটোৰ আৰম্ভণি খুব ভালদৰে হ’ব কিন্তু অন্ত অলপ বেয়া হ’ব পাৰে । আপোনাৰ কৰ্মস্থলীত আপুনি প্ৰদৰ্শন কৰা প্ৰতিভাই আপোনাক এক অজেয় প্ৰতিযোগী ৰূপে স্থিত কৰে। আপোনাৰ খ্যাতি দ্ৰুতভাৱে বৃদ্ধিত আশা কৰিব পাৰি । দুপৰীয়াৰ আহাৰৰ পিছত ভাগ্য ঘূৰিব পাৰে । যি উত্‍সাহেৰে আপুনি কামসমূহ সম্পূৰ্ণ কৰি আহিছিল, সেয়া অন্তৰ্ধান হৈ পৰিব যাৰ বাবে নিৰাশা আৰু উদ্বেগ সৃষ্টি হ’ব পাৰে । লগতে আপোনাৰ সন্মান নষ্ট কৰিব পৰা পৰিস্থিতিৰ পৰা আঁতৰি থাকক ।

মিথুনৰাশি: দিনটোৰ প্ৰথম ভাগত নিজকে শান্ত আৰু সংযমিত ৰাখক কাৰণ আপুনি যুঁজাৰু হৈ থাকিব । দিনটোৰ আৰম্ভনি এনে এক মনৰ স্থিতিৰে আৰম্ভ কৰিলে আপোনাৰ আত্মাৰ প্ৰফুল্লতাক নষ্ট কৰিব পাৰে আৰু আপোনাক উদ্বিগ্ন কৰি তুলিব পাৰে । আপোনাৰ ব্যয়সমূহৰ প্ৰতি লক্ষ্য ৰখা প্ৰয়োজন । গ্ৰহ-নক্ষত্ৰসমূহে শিক্ষাৰ্থীৰ বাবে আজিৰ দিনটো কষ্ট দায়ক কৰি তুলিব পাৰে, যিহেতু তেওঁলোকে আজি সফলতা পাব নোৱাৰিব । দুপৰীয়াৰ পিছত সকলোবোৰ ভালৰ দিশত গতি কৰিব । এইটোৱে আপোনাক কোনো বন্ধুবৰ্গক নিশাৰ আহাৰৰ বাবে নিমন্ত্ৰণ কৰিবলৈ বা তেওঁলোকৰ লগত বাহিৰলৈ যাবৰ পৰিকল্পনাৰ বাবে উদগনি দিব পাৰে । দিনটোৰ পিছত ভাগত আৰ্থিক লাভো হ’ব পাৰে। লেডী লাক আপোনাৰ লগত থাকিব। আনন্দময় আবেলিয়ে আপোনাক অতি প্ৰয়োজনীয় আবেগ আৰু প্ৰতিশ্ৰুতিসমূহ মনত পেলোৱাব, যিবোৰ আপুনি আজিৰ দিনটোত পোৱা নাছিল ।

ককৰ্ট ৰাশি: আপোনাৰ বাবে সম্ভাৱনাসমূহ উজ্জ্বল হৈ আছে মাত্ৰ আপুনি আপোনাৰ ক্ৰোধক নিয়ন্ত্ৰণত ৰাখিব লাগিব। আপুনি আবেগিকভাৱে তীক্ষ্ণ হৈ থাকিব পাৰে ৷ কিন্তু এইটোৱে আপোনাক প্ৰভাৱিত কৰিব নোৱাৰিব যদিহে আপোনাৰ দৃষ্টিভংগী গোটেই দিনটোৰ বাবেই ব্যৱহাৰিক হৈ থাকে । মানসিক আৰু শাৰীৰিক অৱস্থা অতি উন্নত হ’ব ৷ আপোনাৰ আগ্ৰাসনক আপোনাৰ মন, শৰীৰ আৰু আত্মাৰ মাজত থকা সামঞ্জস্যক ভংগ কৰিবলৈ নিদিব বিশেষভাৱে দুপৰীয়াৰ পিছত, নেতিবাচকতাই আপোনাৰ সিদ্ধান্তসমূহ পৰিৱৰ্তন কৰাব পাৰে ।

সিংহৰাশি: দিনটোৰ প্ৰথমভাগৰ সমস্যাসমূহে পিছৰ ভাগৰ আনন্দসমূহ নষ্ট কৰিবলৈ নিদিব। আপোনাৰ আগ্ৰাসন আৰু জিহ্বাক নিয়ন্ত্ৰণত ৰাখি এনে কৰিব পাৰে । বিশেষভাৱে আপোনাৰ প্ৰিয়জনৰ আগত ৷ যি আপোনাৰ মুখৰ পৰা ওলোৱা কোনো তিক্ত কথাৰ বাবে কাজিয়া কৰিব পাৰে। নিজেকে এনে সৰু সৰা সমস্যা বা কলহত জড়িত কৰাতকৈ আপুনি আপোনাৰ নিজৰ স্বাস্থ্যৰ প্ৰতি চকু দিয়ক ৷ যিহেতু যত্ন আৰু মনোযোগৰ প্ৰয়োজন হৈছে । যদি আপুনি যুক্তিসংগত আৰু শান্তভাৱে আগবাঢ়ে দিনটোৰ পিছৰ ভাগত কথাবোৰ ভাললৈ আহিব । আপুনি নতুন যোজনা আৰু পৰিকল্পনাৰ ওপৰত কাম কৰিবলৈও আৰম্ভ কৰিব পাৰে। কামসমূহ সম্পূৰ্ণ কৰাত সমস্যাৰ সন্মূখীন নহ’ব। আপোনাৰ আৰু আপোনাৰ প্ৰিয়জনৰ মাজৰ বান্ধোন অধিক শক্তিশালী হ’ব ।

কন্যাৰাশি: প্ৰচুৰ পৰিমাণে লাভ প্ৰাপ্ত কৰিব। পেচাগত, ব্যক্তিগতি বা সামাজিক, যি ক্ষেত্ৰতেই নহওক কিয়, দিনটোৰ প্ৰথমভাগত আপুনি সুখ আৰু সন্তুষ্টি লাভ কৰাটো গ্ৰহ-নক্ষত্ৰই নিশ্চিত কৰিছে । দিনটো ভালদৰেই আৰম্ভ হ’ব ৷ বন্ধুবৰ্গ আৰু পৰিয়ালবৰ্গৰ লগত এটা প্ৰমোদ ভ্ৰমণ বা ফুৰিবলৈ যোৱাৰ পৰিকল্পনাও কৰিব পাৰে । দুপৰীয়াৰ পিছত, যদি আপুনি মনোযোগ আতঁৰাই দিয়ে, কথাবোৰ অলপ খেলিমেলি হ’ব পাৰে। এইটোৱে আপোনাৰ সিদ্ধান্ত লোৱাৰ ক্ষমতাক দূৰ্বল কৰি তুলিব পাৰে আৰু আপোনাৰ মানসিক স্বাস্থ্যক আঘাত কৰিব পাৰে। আপোনাৰ আৰু আপোনাৰ সম্পৰ্কীয়লোকৰ মাজত পাৰ্থক্য দেখা পোৱা যাব ৷ তেওঁলোকৰ লগত লেনেদেন কৰোতে নিৰপক্ষ আৰু কৌশলপূৰ্ণৰূপে আচৰণ কৰিবৰ বাবে চেষ্টা কৰিব, কাৰণ এনেদৰে চলিলে ভূল বুজাবুজি আৰু বিবাদ আতঁৰি থাকিব । আপোনাৰ স্বাস্থ্যৰো অৱনতি হব পাৰে ৷ যত্ন ৰাখিব।

তুলাৰাশি: এটা অতি শুভদিন। আধ্যাত্মিক বিষয়সমূহত বা ধাৰ্মিক কাৰ্যকলাপত জড়িত হ’বলৈ এটা ভাল দিন। পেচাগত দিশত, আপুনি বহুতো লাভৰ বাবে আগবাঢ়িব যিহেতু আপুনি আপোনাৰ ঊৰ্ধতম কৰ্তৃপক্ষক গুণগত কাম প্ৰদান কৰি প্ৰভাৱিত কৰিব। কাৰ্যালয়ত আপোনাৰ লাভৰ ফল এটা পদোন্নতি বা বেতন বৃদ্ধি হ’ব পাৰে । ঘৰুৱা দিশত গোটেই দিনটোতে সকলো ঠিকে থাকিব। ঘৰত থকা উল্লাসপূৰ্ণ পৰিৱেশৰ বাবে আপুনি আপোনাৰ পৰিয়ালৰ সদস্যসকলৰ লগত এটা ভ্ৰমণৰ পৰিকল্পনা কৰিব পাৰে; যদি এনে কোনো পৰিকল্পনাক আজি বাস্তৱিত কৰিব পাৰে, অতি উত্তম ! বিবাহৰ যোগ্য তুলাৰাশিৰ ব্যক্তিসকলে তেওঁলোকৰ সংগীক লগ পাব পাৰে, যিহেতু আজিৰ দিনটোৱে তেওঁলোকৰ বাবে বিবাহৰ ধ্বনি শুনাইছে । স্বাস্থ্যৰ দিশত আপুনি স্বাস্থ্যবান আৰু বলিষ্ঠ হৈ থাকিব।

বৃশ্চিকৰাশি: আজি ভগৱানৰ ওপৰত বিশ্বাস পুনৰ জগাই তুলিব, কাৰণ বৃশ্চিক ৰাশিৰ লোকৰ বাবে আজিৰ দিনটো চিত্ৰৰ দৰে সুন্দৰ আৰু সঠিক হ’বলৈ গ্ৰহ-নক্ষত্ৰই আশীৰ্বাদ কৰিছে । সকলো দিশতেই আপুনি স্বৰ্ণ প্ৰাপ্ত কৰিব। আজি তাৰকাৰ উপকাৰত সাম্ভাব্য বেতন বৃদ্ধি, পদোন্নতি, বিদেশভ্ৰমণ, ভাল স্বাস্থ্য, আমোদ-প্ৰমোদ, আৰু সৌভাগ্য লাভ হ’ব । সেয়ে বন্ধুবৰ্গৰ লগত ভ্ৰমণৰ পৰিকল্পনা কৰক, নতুন ধাৰণাত কাম আৰম্ভ কৰক আৰু কাৰ্যালয়ত আপোনাৰ উত্‍পাদনশীলতা আৰু উত্‍সাহেৰে আপোনাৰ জ্যেষ্ঠসকলক প্ৰভাম্বিত কৰক, কাৰণ আপোনাৰ সম্ভাৱনা আশ্চৰ্য্যজনক ৷

ধনুৰাশি: পুৱাৰ ভাগত আপুনি নিজৰ দূৰ্গ ধৰি ৰাখক, যিহেতু পাৰ হৈ যোৱা প্ৰতি ঘণ্টাৰ লগত দিনটো উন্নত হৈ আহিব। নিৰাশা, ক্ৰোধ, হতাশা বা এলাহৰ নকৰিব; আশাবাদী হওক আৰু আগবাঢ়ি যাওক। যুক্তিতৰ্ক আৰু কাজিয়া কৰা লোকৰ পৰা আতঁৰি থকা উচিত, যিহেতু তেওঁলোকে আপোনাৰ দিনটো নষ্ট কৰিব পাৰে। মধ্যাহ্নৰ পিছত, ঘৰুৱা পৰিৱেশ উন্নত হ’বলৈ আৰম্ভ কৰিব । আপোনাক আনন্দময় আশ্চৰ্য্য প্ৰদানৰ বাবে আপোনাৰ বন্ধুবৰ্গ আপোনাৰ ঘৰলৈ আহিব পাৰে। দিনটোৰ নেতিবাচকতাৰ পৰা বিৰতি পাবৰ বাবে প্ৰাৰ্থনা, ধ্যান আৰু যোগাসনৰ অভ্যাস কৰক।

মকৰৰাশি: আজিৰ দিনটো আপোনাৰ বাবে এটা মিশ্ৰিত দিন হ’ব। পুৱাৰ ভাগত লাভ অহা দেখা পাব আৰু পেচাগত দিশত লাভৱান হ’ব। আপুনি নিজকে মনোৰঞ্জন আৰু চখ পূৰণত জড়িত কৰি ৰাখিব পাৰে। বন্ধু আৰু পৰিয়ালবৰ্গৰ লগত ভ্ৰমণৰ পৰিকল্পনা কৰিব পাৰে । কিন্তু বাৰটা বজাৰ পিছত ঘটনাবোৰ নিম্নগামী হ’ব পাৰে। আপোনাৰ মানসিক আৰু শাৰীৰিক সুস্থতাও নিম্নগামী হ’ব; ধ্যান বা যোগাসন কৰাটোৱে আপোনাক নিশ্চিতভাৱে শান্ত কৰিব। নেতিবাচক চিন্তাই আপোনাক উদিগ্ন কৰি তুলিব পাৰেস ৷ যি আপোনাৰ ঘৰৰ সুখ-শান্তি নোহোৱা কৰিব পাৰে; সেয়ে ইতিবাচক হৈ থাকক আৰু সকলোৰে ভাল দিশটোলৈ মনোযোগ দিয়ক।

কুম্ভৰাশি: আজিৰ দিনটোৰ স্মৃতি আপোনাৰ মনত চিৰস্থায়ীহৈ থাকিব। আৰ্থিক আৰু পেচাগত লাভৰ বাবে আজিৰ দিনটো অতি বিস্ময়কৰ হ’ব। সেৱা শ্ৰেণীৰ লোকৰ বাবেও, দিন ফলপ্ৰসূ হ’ব, বেতন বৃদ্ধি আৰু পদোন্নতিৰ আশা কৰিব পাৰি। আজি আপোনাৰ স্বাস্থ্য সৰ্বশ্ৰেষ্ঠ ৰূপত থাকিব, যি আপোনাৰ মনৰ স্থিতিক শক্তিশালী কৰি ৰাখিব। এই বাবে বিনোদনত আপোনাৰ অংশগ্ৰহণ আৰু বন্ধু আৰু পৰিয়ালবৰ্গৰ লগত ভ্ৰমণ কৰিবলৈ যোৱাৰ আশা কৰিব পাৰে।

মীনৰাশি: আজিৰ দিনটো আপোনাৰ বাবে মধ্যমীয়া হ’ব। দিনটোৰ প্ৰথমভাগ কঠিন আৰু ফলপ্ৰসূ নহ’ব পাৰে, য’ত দ্বিতীয় ভাগটোয়ে শান্তি আৰু সুখ কঢ়িয়াই আনিব। পুৱাৰভাগত আপুনি মানসিক অস্থিৰতা, উদ্বেগ আৰু ক্লান্তি অনুভৱ কৰাৰ সম্ভাৱনা আছে ৷ এই অৱস্থাৰ পৰা ওলাই আহিবৰ বাবে আপুনি ধ্যান কৰা বা যোগাসন কৰিব লগা হ’ব পাৰে। আকস্মিক ব্যয় হ’ব পাৰে; ধন সাজু ৰাখিব । পুৱাৰ ভাগত অলপ নিম্নগামী হোৱা আপোনাৰ স্বাস্থ্যৰ, উল্লেখযোগ্য উন্নতি হ’ব। ঘৰতো পৰিয়ালৰ লগত কিছুমান অতি সুন্দৰ সময় কটোৱাৰ লগতে সকলোবোৰ সহজ ভাৱেই পাৰ হ’ব। পেচাগত দিশত আপোনাৰ প্ৰদৰ্শনেৰে আপুনি সকলোকে প্ৰভাম্বিত কৰাৰ সম্ভাৱনা আছে ।

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.