ETV Bharat / bharat

PM security breach case : ৰামেশ্বৰ মিশ্ৰক ২৫ জানুৱাৰীলৈ আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ - মোডীৰ নিৰাপত্তা ভংগ

বৃহস্পতিবাৰে বান্দ্ৰা কুৰ্লা কমপ্লেক্সত অনুষ্ঠিত বৈঠকৰ সময়ত প্ৰধানমন্ত্ৰী মোডীৰ নিৰাপত্তা ভংগ (PM Modi security breach) কৰা ৰামেশ্বৰ মিশ্ৰক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে ৷ আনকি আদালতে ২৫ জানুৱাৰীলৈ ৰামেশ্বৰ মিশ্ৰক আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ কৰিছে (Court remands Rameshwar Mishra to police custody till Jan 25) ।

PM Modi security breach
ৰামেশ্বৰ মিশ্ৰক গ্ৰেপ্তাৰ
author img

By

Published : Jan 22, 2023, 12:33 PM IST

নেশ্যনেল ডেস্ক, ২২ জানুৱাৰী : শনিবাৰে মুম্বাইত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ নিৰাপত্তা ভংগ কৰাৰ গোচৰৰ (PM security breach case) অভিযুক্তক আদালতত হাজিৰ কৰোৱা হয় ৷ আনকি তেওঁক আদালতে ২৫ জানুৱাৰীলৈকে আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ কৰিছে (Court remands Rameshwar Mishra to police custody till Jan 25) । তথ্য অনুসৰি, নিজকে এন এছ জিৰ প্ৰাক্তন কমাণ্ডো (Former NSG commando) বুলি দাবী কৰা নতুন মুম্বাইৰ বাসিন্দা ৰামেশ্বৰ মিশ্ৰক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে ।

কিয়নো বৃহস্পতিবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ বৈঠকৰ বাবে সংৰক্ষিত ভিভিআইপি কক্ষত বান্দ্ৰা কুৰ্লা (VVIP security in Mumbai) কমপ্লেক্সত আৰক্ষীয়ে প্ৰৱেশৰ চেষ্টা চলাইছিল । বৈঠকৰ নিৰাপত্তাৰ ব্যৱস্থা তদাৰক কৰিবলৈ ক্ৰাইম ব্ৰাঞ্চ ইউনিট ২ জয়শ কুলকাৰ্ণী, সহকাৰী আয়ুক্ত চন্দ্ৰকান্ত যাদৱ, আৰক্ষী পৰিদৰ্শক বালাছাহেব ৰাউত, উপ পৰিদৰ্শক পাণ্ডুৰাং শিণ্ডে, অবিনাশ ভালৱীক লৈ এটা দল মোতায়েন কৰা হয় । PMO ই প্ৰদান কৰা নিৰাপত্তাৰক্ষীৰ বেল্ট হাতত পিন্ধিও মিশ্ৰই ভিতৰত প্ৰৱেশৰ চেষ্টা কৰিছিল ৷

লগতে পঢ়ক : Sports ministry suspends Vinod Tomar: ভাৰতীয় মল্লযুঁজ ফেডাৰেশ্বনৰ সহকাৰী সম্পাদক বিনোদ টোমৰক নিলম্বন

কিন্তু আৰক্ষীয়ে তেওঁৰ পৰিচয় পত্ৰ দেখুৱাবলৈ কোৱাত, আৰক্ষীক পৰিচয় পত্ৰ দেখুৱাবলৈ সন্দেহ ব্যক্ত কৰে (PM Modi security breach in mumbai)। মিশ্ৰই দাবী কৰিছিল যে, তেওঁ এন এছ জিত কাম কৰিছিল আৰু ‘দ্য গাৰ্ডছ’ বেটেলিয়নৰ সদস্য আছিল । জেৰাৰ সময়ত তেওঁ কয় যে এন এছ জিৰ দ্বাৰা প্ৰদান কৰা তেওঁৰ পৰিচয় পত্ৰ ২০১৯ চনলৈকেহে বৈধ যদিও প্ৰবঞ্চনাৰে ২০২৫ চনলৈকে ম্যাদ বৃদ্ধি কৰি লয় ।

উল্লেখ্য যে, মুম্বাই ভ্ৰমণৰ সময়ত প্ৰধানমন্ত্ৰী মোডীয়ে ৩৮,০০০ কোটি টকাৰো অধিক মূল্যৰ প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰাৰ লগতে মেট্ৰ’ ৰে’ল লাইন ২A আৰু ৭ দেশৰ বাবে উৎসৰ্গা কৰে । বৃহস্পতিবাৰে এই সভা অনুষ্ঠিত হৈছিল বি কে চিৰ এম এম আৰ ডি এ খেলপথাৰত ।

উক্ত খেলপথাৰখনৰ চাৰিওকাষে থকা প্ৰতিষ্ঠানসমূহক তেওঁলোকৰ চিচিটিভিসমূহ কামৰ অৱস্থাত আছে নে নাই পৰীক্ষা কৰিবলৈও আৰক্ষীয়ে নিৰিক্ষণ কৰিছিল ৷ আৰক্ষীৰ মতে, প্ৰধানমন্ত্ৰীৰ এই কাৰ্যসূচীৰ পৰিপ্ৰেক্ষিতত বৃহস্পতিবাৰে বিকেচি আৰু মুম্বাইৰ কাষৰীয়া অঞ্চলসমূহত ড্ৰোন, পেৰাগ্লাইডাৰ আৰু ৰিম’ট কণ্ট্ৰ’লড মাইক্ৰ’ লাইট বিমানৰ ব্যৱহাৰকে ধৰি উৰণৰ কাম-কাজৰ নিৰিক্ষণ কৰিছিল ৷

লগতে পঢ়ক : 74th Republic Day: 74 তম গণৰাজ্য দিৱসৰ পূৰ্বে 44 নং ৰাষ্ট্ৰীয় ঘাইপথত কটকটীয়া নিৰাপত্তা

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.