ETV Bharat / bharat

উপকূলৰক্ষী বাহিনীয়ে জব্দ কৰিলে বুজন পৰিমানৰ হেৰ’ইন, চিন্থেটিক ড্ৰাগছসহ এখন নাও - ভাৰতীয় উপকূলৰক্ষী বাহিনী

উপকূলৰক্ষী বাহিনীয়ে পাকিস্তানৰ পৰা শ্ৰীলংকালৈ গৈ থকা এখন নাৱৰ পৰা ১০০ কেজি হেৰ’ইন আৰু 20টা সৰু চিন্থেটিক ড্ৰাগছৰ পেকেটসহ নাওখন জব্দ কৰে ৷ লগতে তামিলনাডুৰ থুথুকুডিৰ পৰা ৫জন সদস্যক আটক কৰে ভাৰতীয় উপকূলৰক্ষী বাহিনীয়ে ৷

Coast Guard seizes Lankan boat with 100 kg heroin, arrests six
১০০ কেজি হেৰোইন আৰু 20টা সৰু চিন্থেটীক ড্ৰাগছৰ পেকেটসহ নাঁও জব্দ
author img

By

Published : Nov 25, 2020, 9:55 PM IST

নেশ্য়নেল ডেস্ক,25 নৱেম্বৰ: পাকিস্তানৰ পৰা শ্ৰীলংকালৈ গৈ থকা অৱস্থাত এখন নাৱত ১০০ কেজি হেৰ’ইন আৰু 20টা সৰু চিন্থেটিক ড্ৰাগছৰ পেকেটসহ এখন নাও জব্দ কৰিলে ভাৰতীয় উপকূলৰক্ষী বাহিনীয়ে ৷ নাওখন জব্দ কৰাৰ লগতে তামিলনাডুৰ থুথুকুডিৰ পৰা ৫জন সদস্যকো আটক কৰা হৈছে বুলি অৱগত কৰিছে ভাৰতীয় উপকূলৰক্ষী বাহিনীয়ে । আটকাধীন পাঁচ অভিযুক্তৰ পৰা ৫টা পিষ্টলো জব্দ কৰিছে ভাৰতীয় উপকূলৰক্ষী বাহিনীয়ে ৷

প্ৰাৰম্ভিক তদন্তত প্ৰকাশ পোৱা তথ্য মতে, বৃহৎ পৰিমানৰ ড্ৰাগছখিনি কৰাচীৰ পৰা পাকিস্তানী সমুদ্ৰ পথেৰে শ্ৰীলংকালৈ নাৱৰে সৰবৰাহ কৰা হৈছিল । ভাৰতীয় উপকূলৰক্ষী (আই চি জি) জাহাজত নিয়োজিত সুৰক্ষা কৰ্মী সকলে ১৭ নৱেম্বৰৰ পৰা আৰম্ভ কৰা সশস্ত্ৰ-প্ৰতিৰোধী অভিযানৰ সময়ত নিষিদ্ধ ড্ৰাগছখিনি জব্দ কৰাৰ লগতে শ্ৰীলংকাৰ নাওখনো জব্দ কৰিবলৈ সক্ষম হয় । ভাৰতীয় উপকূলৰক্ষী বাহিনীয়ে এক বিবৃতি যোগে কয় যে, "বৰ্তমানেও নিৰাপত্তা সংস্থাৰ দ্বাৰা আটক কৰা অভিযুক্ত কেইজনৰ বিৰুদ্ধে তদন্ত চলাই থকা হৈছে ৷"

লগতে পঢ়ক:কেৱাড়িয়া : বিশ্বৰ আকৰ্ষণীয় পৰ্যটনথলী

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.