ETV Bharat / bharat

নিচাযুক্ত সামগ্ৰীসহ আঠজন পাকিস্তানী লোক আটক - ৩০ কিলোগ্ৰাম হেৰইন

বৃহস্পতিবাৰে ভাৰতীয় উপকূলৰক্ষী বাহিনী আৰু গুজৰাটৰ সন্ত্ৰাসবাদ বিৰোধী দলৰ এক যুটীয়া অভিযানত উদ্ধাৰ হয় বৃহৎ পৰিমাণৰ নিচাযুক্ত সামগ্ৰী । লগতে পাকিস্তানৰ আঠজন নাগৰিকক আটক কৰা হয় ।

আইএমবিএলত উদ্ধাৰ বৃহৎ পৰিমাণৰ নিচাযুক্ত সামগ্ৰী

author img

By

Published : Apr 15, 2021, 3:34 PM IST

নেশ্যনেল ডেস্ক, ১৫ এপ্ৰিল: বৃহস্পতিবাৰে ভাৰতীয় উপকূলৰক্ষী বাহিনী আৰু গুজৰাটৰ সন্ত্ৰাসবাদ বিৰোধী দলৰ এক যুটীয়া অভিযানত উদ্ধাৰ হয় বৃহৎ পৰিমাণৰ নিচাযুক্ত সামগ্ৰী । লগতে পাকিস্তানৰ আঠজন নাগৰিকক আটক কৰা হয় । এই অভিযান আন্তৰ্জাতিক সামুদ্ৰিক সীমাৰেখা (আইএমবিএল)ৰ সমীপত চলোৱা হৈছিল ।

পাকিস্তানী নাওখন আন্তৰ্জাতিক সামুদ্ৰিক সীমাৰেখাত প্ৰৱেশ কৰিবলৈ লওঁতেই উদ্ধাৰ কৰা হয় ৩০ কিল’গ্ৰাম হেৰ’ইনসহ নাওখন । ঘটনা সন্দৰ্ভত অধিক তথ্যৰ বাবে তদন্ত অব্যাহত আছে ।

লগতে পঢ়ক: কেৰালাৰ মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে ক’ভিড প্ৰ’টকল উলংঘনৰ অভিযোগ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.