ETV Bharat / bharat

চিবিএছইৰ চূড়ান্ত পৰীক্ষাৰ দিন ঘোষণা কেন্দ্ৰৰ

author img

By

Published : Dec 31, 2020, 6:39 PM IST

কেন্দ্ৰীয় মাধ্যমিক শিক্ষা বোৰ্ডৰ দশম আৰু দ্বাদশ শ্ৰেণীৰ চূড়ান্ত পৰীক্ষাৰ দিন ঘোষণা কৰিছে কেন্দ্ৰীয় চৰকাৰে ৷

চিবিএছইৰ চূড়ান্ত পৰীক্ষাৰ দিন ঘোষণা কেন্দ্ৰৰ
চিবিএছইৰ চূড়ান্ত পৰীক্ষাৰ দিন ঘোষণা কেন্দ্ৰৰ

নিউজ ডেস্ক, 31 ডিচেম্বৰ : কেন্দ্ৰীয় মাধ্যমিক শিক্ষা বোৰ্ড চমুকৈ চিবিএছইয়ে বোৰ্ডৰ অন্তৰ্গত দশম আৰু দ্বাদশ শ্ৰেণীৰ চূড়ান্ত পৰীক্ষাৰ দিন ঘোষণা কৰিছে ৷ কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ৰমেশ পোখৰিয়াল নিশাংকে বৃহস্পতিবাৰে এই ঘোষণা কৰে ৷ সেই অনুসৰি, অহা 4 মে’ৰ পৰা 10 জুনলৈ পৰীক্ষাসমূহ অনুষ্ঠিত হ’ব ৷ অৱশ্যে পৰীক্ষাৰ সময়সূচী এতিয়ালৈকে প্ৰকাশ কৰা হোৱা নাই ৷

লগতে পঢ়ক : 31 ডিচেম্বৰত ঘোষণা কৰা হ'ব চিবিএছচিৰ ব’ৰ্ড পৰীক্ষাৰ সময়সূচী

পৰীক্ষাত 33 শতাংশ আভ্যন্তৰীন পৰীক্ষাৰ পৰা নম্বৰ যোগ দিয়া হ’ব আৰু পাঠ্যক্ৰমৰ 30 শতাংশ বোজাও কমাই দিয়া হৈছে ৷ পৰীক্ষাসমূহ সমগ্ৰ দেশতে অফলাইল আৰু লিখিতভাৱে অনুষ্ঠিত হ’ব বুলি জনাইছে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে ৷

লগতে পঢ়ক : ঘোষণা হ'ব চিবিএচই অধিনৰ দশম আৰু দ্বাদশ শ্ৰেণী পৰীক্ষা তাৰিখ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.