ETV Bharat / bharat

ABV Regional Cancer Centre: ত্ৰিপুৰাত উদ্বেগজনকভাৱে বৃদ্ধি পাইছে কৰ্কট ৰোগী - Atal Bihari Vajpayee Regional Cancer Centre

ত্ৰিপুৰাত কৰ্কট ৰোগী সংখ্য়া উদ্বেগজনকভাৱে বৃদ্ধি পাইছে । এই তথ্য় সদৰি কৰিছে অটল বিহাৰী বাজপেয়ী আঞ্চলিক কৰ্কট কেন্দ্ৰই (Atal Bihari Vajpayee Regional Cancer Centre)। এবিভি আঞ্চলিক কৰ্কট কেন্দ্ৰৰ চিকিৎসকসকলে প্ৰকাশ কৰা তথ্য়ত এই বুলি উল্লেখ কৰা হৈছে যে প্ৰতি বছৰে ৰাজ্যখনৰ এই কেন্দ্ৰটোত ৩০০০ৰো অধিক ৰোগীৰ নাম পঞ্জীয়ন কৰা হৈছে ।

ABV Regional Cancer Centre
ত্ৰিপুৰাত উদ্বেগজনকভাৱে বৃদ্ধি পাইছে কৰ্কট ৰোগী
author img

By

Published : Aug 6, 2022, 10:14 PM IST

আগৰতলা, ৬আগষ্ট : ত্ৰিপুৰাত কৰ্কট ৰোগী সংখ্য়া উদ্বেগজনকভাৱে বৃদ্ধি পাইছে । এই তথ্য় সদৰি কৰিছে অটল বিহাৰী বাজপেয়ী আঞ্চলিক কৰ্কট কেন্দ্ৰই(Atal Bihari Vajpayee Regional Cancer Centre)। এবিভি আঞ্চলিক কৰ্কট কেন্দ্ৰৰ চিকিৎসকসকলে প্ৰকাশ কৰা তথ্য়ত এই বুলি উল্লেখ কৰা হৈছে যে প্ৰতি বছৰে ৰাজ্যখনৰ এই কেন্দ্ৰটোত ৩০০০ ৰো অধিক ৰোগীৰ নাম পঞ্জীয়ন কৰা হৈছে ।

এবিভি আঞ্চলিক কৰ্কট কেন্দ্ৰৰ অধীক্ষকে ডাঃ গৌতম মজুমদাৰ এই প্ৰসংগত কয় যে ২০২০ চনত দেশত ১৭.৩ লাখ নতুন কৰ্কট ৰোগী আছিল (Superintendent of ABV Regional Cancer Centre Dr Gautam Majumder)। ইয়াৰ বিপৰতে ত্ৰিপুৰাত ২০২১ চনত ৩০৫০ৰোগীৰ নাম পঞ্জীয়ন কৰা হৈছে । উত্তৰ-পূব অঞ্চলত(ত্ৰিপুৰা) কৰ্কট ৰোগৰ বিপদাশংকা কাৰক আৰু স্বাস্থ্য প্ৰণালীৰ সঁহাৰি নিৰীক্ষণৰ ওপৰত এক জৰীপ প্ৰতিবেদন প্ৰকাশ কৰাৰ সময়ত চিকিৎসকসকলে ইয়াৰ অন্য়তম কাৰক হিচাপে চিহ্নিত কৰিছে ধঁপাত আৰু ধূমপান ।

ডাঃ মজুমদাৰে কয় যে ধঁপাত আৰু ধূমপান ব্যৱহাৰ কৰাটো ত্ৰিপুৰাত কৰ্কট ৰোগৰ কাৰক হিচাপে পোৱা যায় । ধূমপানৰ ফলত প্ৰায় 60% পুৰুষ হাঁওফাঁওৰ কৰ্কট ৰোগত আক্ৰান্ত হয়(Lung Cancer)। আনহাতে,40% মহিলা স্তনৰ কৰ্কট ৰোগত আক্ৰান্ত হয় ধূমপানৰ বাবে(Breast cancer)।

লগতে পঢ়ক:India records new Covid cases: ভাৰতত ক’ভিডত আক্ৰান্ত হৈ নতুনকৈ 70 গৰাকীৰ মৃত্যু

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.