ETV Bharat / bharat

পাকিস্তানৰ যুদ্ধবিৰতি উলংঘা : বিএছএফ জোৱানৰ প্ৰাণহানি - ভাৰতীয় সেনা

জম্মু-কাশ্মীৰৰ বাৰামুল্লা জিলাৰ নিয়ন্ত্ৰণৰেখাত শুকুৰবাৰে পাকিস্তানৰ যুদ্ধবিৰতি উলংঘা ৷ এজন বিএছএফ জোৱান নিহত হোৱাৰ লগতে এজন আঘাতপ্ৰাপ্ত ৷

পাকিস্তানৰ যুদ্ধবিৰতি উলংঘা
বিএছএফ জোৱানৰ প্ৰাণহানি
author img

By

Published : Nov 13, 2020, 7:32 PM IST

নেশ্যনেল ডেস্ক. 13 নৱেম্বৰ : জম্মু-কাশ্মীৰৰ বাৰামুল্লা জিলাৰ নিয়ন্ত্ৰণৰেখাত শুকুৰবাৰে পাকিস্তানে যুদ্ধবিৰতি উলংঘা কৰাৰ ফলত সীমান্ত সুৰক্ষা বলৰ (BSF) এজন জোৱান নিহত হোৱাৰ লগতে এজন আঘাতপ্ৰাপ্ত হৈছে ৷

দিনৰ প্ৰায় 1 বজাত সংঘটিত এই ঘটনাত উপ আৰক্ষী পৰিদৰ্শক ৰাকেশ দোভালৰ মৃত্যু হয় ৷ আনহাতে, কনিষ্টবল বাচু ৰাজাৰ হাত আৰু মুখমণ্ডলত গুলী লগাৰ ফলত আঘাতপ্ৰাপ্ত হৈছে ৷

বিএছএফৰ এক সূত্ৰই জানিবলৈ দিয়া অনুসৰি, কনিষ্টবলজনৰ অৱস্থা বৰ্তমান সুস্থিৰ ৷ লগতে কয়, "শত্ৰুৰ যুদ্ধবিৰতি উলংঘাৰ ফলত উপ আৰক্ষী পৰিদৰ্শকজনে দেশৰ হকে প্ৰাণ আহুতি দিয়ে ৷ মৃত জোৱানজন উত্তৰাখণ্ডৰ বাসিন্দা আছিল ৷"

লগতে পঢ়ক : ছখন ৰাজ্যলৈ কেন্দ্ৰৰ অতিৰিক্ত ৪,৩৮২ কোটি টকা মুকলি

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.