ETV Bharat / bharat

ভাৰত-পাক সীমান্তত পাকিস্তানী নাগৰিকক আটক

author img

By

Published : Apr 13, 2021, 9:50 PM IST

জম্মুৰ ভাৰত-পাক সীমান্তত পাকিস্তানী নাগৰিকক আটক ৷ ভাৰত-পাক সীমান্তৰে ভাৰতত প্ৰৱেশৰ চেষ্টা চলাই থাকোতেই বিএছএফে আটক কৰে লোকজনক ৷

BSF arrests Pakistani intruder near International border in Jammu
জম্মুৰ ভাৰত-পাক সীমান্তত পাকিস্তানী নাগৰিকক আটক

নেচনেল ডেস্ক,13 এপ্ৰিল : জম্মুৰ ভাৰত-পাক সীমান্তত মঙলবাৰে এজন পাকিস্তানী নাগৰিকক আটক কৰিছে সীমান্ত সুৰক্ষা বাহিনীয়ে ৷ ভাৰত-পাক সীমান্তৰে ভাৰতত প্ৰৱেশৰ চেষ্টা চলাই থাকোতেই বিএছএফে আটক কৰে লোকজনক ৷ আটকাধীন লোকজনক ছাব্বিৰ হিচাপে চিনাক্ত কৰা হৈছে ৷ লোকজনে সীমান্তৰ আৰএছ পুৰা অঞ্চলৰ 942 নম্বৰ খুঁটিৰ সমীপৰে ভাৰতত প্ৰৱেশৰ চেষ্টা চলাইছিল ৷ পৰৱৰ্তী সময়ত সেনাই আটকাধীন লোকজনক আৰক্ষীক গতাই দিয়ে ৷ সম্প্ৰতি আৰক্ষীয়ে লোকজনক সোধ-পোছ অব্যাহত ৰাখিছে ৷

লগতে পঢ়ক: জালিয়ানাৱালাবাগ হত্যাৰ ১০২ বছৰ সম্পূৰ্ণ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.