ETV Bharat / bharat

Bone Health: ৪০ৰ পিছতো হাড়বোৰ শক্তিশালী কৰি ৰাখিব বিচাৰিছে নেকি ? তেন্তে কৰক এই কাম

author img

By

Published : Jun 14, 2023, 7:25 PM IST

শৈশৱৰ পৰা বৃদ্ধাৱস্থালৈকে আমি হাড়বোৰ মজবুত কৰিবলৈ চেষ্টা কৰোঁ, কিন্তু আপুনি জানেনে যে কোনবোৰ খাদ্যই আপোনাৰ হাড় মজবুত কৰিবলৈ সক্ষম ।

Bones become weak after 40 years, if you eat these foods then there will be no problem
৪০ৰ পিছতো হাড়বোৰ শক্তিশালী কৰি ৰাখিব বিচাৰিছে নেকি ? তেন্তে কৰক এই কাম

আমি আমাৰ চাৰিওফালে প্ৰায়ে দেখিছো যে যিসকল লোকৰ বয়স ৪০ বছৰ অতিক্ৰম কৰিছে, তেওঁলোকৰ হাড় দুৰ্বল হ’বলৈ আৰম্ভ কৰে । বিশেষকৈ মহিলাৰ শৰীৰত এই কথা বেছিকৈ দেখা যায় ।

হাড়ৰ দুৰ্বলতাৰ বাবে আমিও দৈনন্দিন জীৱনৰ অত্যাৱশ্যকীয় কামবোৰ কৰাত অসুবিধাৰ সন্মুখীন হ’ব পাৰো, গতিকে ইয়াৰ স্বাস্থ্যৰ প্ৰতি বিশেষ যত্ন লোৱা আৰু এতিয়াৰ পৰা ইয়াৰ বাবে প্ৰস্তুতি আৰম্ভ কৰাটো গুৰুত্বপূৰ্ণ । দুৰ্বল হাড়ৰ সমস্যাৰ কাৰণ হৈছে ডায়েবেটিছৰ বাবেই আহে, গতিকে স্বাস্থ্যকৰ খাদ্য খাব লাগিব ।

হাড় মজবুত কৰিবলৈ কি কৰা উচিত

যদি আপুনি বিচাৰে যে আপোনাৰ হাড়বোৰ ৪০ বছৰ বয়সৰ পিছতো মজবুত হৈ থাকিব লাগে, তেন্তে ইয়াৰ বাবে আপুনি কেলচিয়াম আৰু ভিটামিন ডিকে ধৰি বহুতো পুষ্টি ভিত্তিক খাদ্য সামগ্ৰী খাব লাগিব । চিকিৎসকে এই সন্দৰ্ভত কয় যে হাড়ৰ স্বাস্থ্যৰ বাবে আমি আমাৰ খাদ্য তালিকাত কি কি বস্তু অন্তৰ্ভুক্ত কৰিব লাগে ।

লগতে পঢ়ক: Breast pain reason: বহু গুৰুতৰ ৰোগৰ কাৰণ হ’ব পাৰে স্তনৰ বিষ; ভুলতেও নকৰিব আওকাণ

গাখীৰ আৰু গাখীৰৰ পৰা তৈয়াৰী সামগ্ৰী

  • সেউজীয়া পাতৰ পাচলি
  • অটচ
  • খিচিৰি
  • গোটা শস্য
  • ফল
  • গাজৰ
  • মটৰ
  • মাখানা
  • অঞ্জীৰ
  • চালাড
  • বাদাম
  • কণী
  • মিঠা আলু
  • কাঠফুলা
  • মূলা
  • পালেং শাক

এইবোৰ কথাত মনোযোগ দিয়ক

  • কেঁচা চালাড খোৱাৰ সময়তহে খাব লাগে, যাতে আপুনি সম্পূৰ্ণ সুফল লাভ কৰে ।
  • দিনটোত দুবাৰকৈ গাখীৰ খাব লাগে কাৰণ ই কেলচিয়াম সমৃদ্ধ ছুপাৰফুড ।
  • ইয়াৰ সৈতে আপুনি কম চৰ্বিযুক্ত খাদ্য সামগ্ৰীও খাব পাৰে ।
  • যদি গাখীৰ ভাল নাপায়, তেন্তে নিয়মিতভাৱে দালি খাব ।
  • কণী আৰু অন্যান্য নন-ভেজ বস্তু খালে হাড়ৰ বাবে লাভদায়ক হ’ব ।
  • এদিনত প্ৰায় ৮ৰ পৰা ১০ গিলাচ পানী খাব লাগে ।
  • ইচ্ছা কৰিলে ফলৰ ৰসাল ৰসো খাব পাৰে ।
  • প্ৰতিদিনে কমেও আধা ঘণ্টা খোজ কাঢ়িব বা গধুৰ ৱৰ্কআউট কৰক ।

লগতে পঢ়ক: Side-effects of Earphones: সাৱধান! হেডফোন ব্যৱহাৰৰ অভ্যাসে মাতিব পাৰে বিপদ; হেডফোন ব্যৱহাৰ কৰি ১৮ বছৰীয়া যুৱকৰ হ’ল এই অৱস্থা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.