ETV Bharat / bharat

গাজীপুৰ সীমান্তত পুনৰ এজন কৃষকৰ মৃত্যু - ঘৰিজাপুৰ সীমান্তত পুনৰ এজন কৃষকৰ মৃত্যু

কৃষক আন্দোলনত অংশগ্ৰহণ কৰা প্ৰতিবাদী কৃষকৰ পুনৰ এজনৰ মৃত্যু হৈছে ৷ কৃষকজনৰ ঘৰ কৃষক জনৰ নাম ধৰমবীৰ কাপাচিয়া জানিব পৰা গৈছে ৷

Bitter cold claims protesting farmer's life at Ghazipur border
ঘৰিজাপুৰ সীমান্তত পুনৰ এজন কৃষকৰ মৃত্যু
author img

By

Published : Jan 17, 2021, 10:00 PM IST

নিউজ ডেস্ক, 17 জানুৱাৰী : গাজীপুৰ সীমান্তত অব্যাহত থকা কৃষক আন্দোলনত অংশগ্ৰহণ কৰা এজন কৃষকৰ পুনৰ মৃত্যু হৈছে ৷ প্ৰতিবাদী কৃষকজনৰ অতি মাত্ৰা ঠাণ্ডাৰ বাবে মৃত্যু হৈছে বুলি জানিব পৰা গৈছে ৷

কৃষক জনৰ নাম ধৰমবীৰ কাপাচিয়া ৷ কৃষক জনৰ ঘৰ উত্তৰ প্ৰদেশৰ বুলণ্ডচহৰ জিলাৰ ধনৰাত বুলি জানিব পৰা গৈছে ৷ মৃত্যু হোৱা কৃষক জনক চিকিৎসালয়ত ভৰ্তি কৰা হৈছিল যদিও চিকিৎসকে মৃত ঘোষণা কৰে ৷

উল্লেখ্য যে, কৃষক আন্দোলনত মৃত্যু হোৱা কৃষকৰ সংখ্যা 40 জনলৈ বৃদ্ধি পাইছে ৷ প্ৰশাসনিক এক সুত্ৰই সদৰি কৰা মতে কিছু সংখ্যক কৃষকৰ ঠাণ্ডা মৃত্যু হোৱাৰ বিপৰীতে কিছু সংখ্যকে আত্মহত্যা কৰিছে ৷

লগতে পঢ়ক: আঞ্চলিক শক্তি ঐক্যবদ্ধ হোৱাৰ চূড়ান্ত ইংগিত

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.