ETV Bharat / bharat

নিৰ্বাচনী প্ৰচাৰৰ পৰা বিৰত যোগী আদিত্য নাথক দেখা গ’ল পূজা-পাৰ্ৱণত

মঙলবাৰৰ পৰা 72 ঘন্টা পৰ্যন্ত নিৰ্বাচনী আয়োগে মুখ্যমন্ত্ৰীগৰাকীৰ নিৰ্বাচনী প্ৰচাৰত নিষেধাজ্ঞা আৰোপ কৰিছিল ৷ তাৰ পাচতেই মঙলবাৰে মুখ্যমন্ত্ৰীগৰাকীক দেখা গ’ল লক্ষ্ণৌৰ হনুমান মন্দিৰত ৷ আয়োগৰ নিৰ্দেশনাক অৱলম্বন কৰি মঙলবাৰে মনোনয়ন পত্ৰ প্ৰদান কৰা ৰাজনাথ সিঙৰ নিৰ্বাচনী সমদলতো অংশগ্ৰহণ কৰাৰ পৰা বিৰত থাকিল মুখ্যমন্ত্ৰীগৰাকী ৷

etv bharat
author img

By

Published : Apr 16, 2019, 11:50 PM IST

লক্ষ্নৌ, 16 এপ্ৰিলঃ নিৰ্বাচনী আয়োগে নিৰ্বাচনী প্ৰচাৰত নিষেধাজ্ঞা ঘোষণা কৰাৰ পাচৰ দিনটোতে উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্য নাথক দেখা পোৱা গ’ল হনুমান সেঁতু মন্দিৰত ৷ উল্লেখ্য যে, মঙলবাৰৰ পৰা 72 ঘন্টা পৰ্যন্ত নিৰ্বাচনী আয়োগে মুখ্যমন্ত্ৰীগৰাকীৰ নিৰ্বাচনী প্ৰচাৰত নিষেধাজ্ঞা আৰোপ কৰিছিল ৷ আয়োগৰ এই ঘোষণাৰ পাচতে মঙলবাৰে লক্ষ্ণৌৰ হনুমান সেঁতু মন্দিৰত প্ৰৱেশ কৰি ভগৱানৰ ওচৰত মূৰ দোওৱাৰ লগতে পূজাতো অংশগ্ৰহণ কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে ৷ ইফালে, পূজা সম্পন্ন কৰিয়েই যোগী আদিত্য নাথে সংবাদমাধ্যমৰ আগত কোনো ধৰণৰ মত বিনিময় নকৰাকৈয়ে মন্দিৰৰ পৰা প্ৰস্থান কৰে ৷

নিৰ্বাচনী প্ৰচাৰৰ পৰা বিৰত যোগী আদিত্য নাথক দেখা গ’ল পূজা পাৰ্ৱনত

মিৰাটৰ এক জনসভাত মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰদান কৰা সাম্প্ৰদায়িক উচতনিমূলক মন্তব্যৰ পাচতেই সোমবাৰে নিৰ্বাচনী আয়োগে নিৰ্বাচনী প্ৰচাৰ কৰাত নিষেধাজ্ঞা আৰোপ কৰিছিল ৷ প্ৰায় 20 মিনিট সময় ধৰি যোগী আদিত্য নাথে মন্দিৰত পূজা-অৰ্চনা আগবঢ়াই ৷ ইয়াৰোপৰি, আয়োগৰ নিৰ্দেশনাক অৱলম্বন কৰি মঙলবাৰে মনোনয়ন পত্ৰ প্ৰদান কৰা ৰাজনাথ সিঙৰ নিৰ্বাচনী সমদলতো অংশগ্ৰহণ কৰাৰ পৰা বিৰত থাকিল মুখ্যমন্ত্ৰীগৰাকী ৷

Yogi visits temple after EC imposes campaign ban on him

নিৰ্বাচনী প্ৰচাৰৰ পৰা বিৰত যোগী আদিত্য নাথক দেখা গ’ল পূজা পাৰ্ৱনত

মঙ্গলবাৰৰ পৰা 72 ঘন্টা পৰ্যন্ত নিৰ্বাচনী আয়োগে মুখ্যমন্ত্ৰীগৰাকীৰ নিৰ্বাচনী প্ৰচাৰত নিষেধাজ্ঞা আৰোপ কৰিছিল ৷ তাৰ পাচতেই মঙ্গলবাৰে মুখ্যমন্ত্ৰীগৰাকীক দেখা গ’ল লক্ষ্নৌৰ হনুমান মন্দিৰত ৷ আয়োগৰ নিৰ্দেশনাক অৱলম্বন কৰি মঙ্গলবাৰে মনোনয়ন পত্ৰ প্ৰদান কৰা ৰাজনাথ সিঙৰ নিৰ্বাচনী সমদলতো অংশগ্ৰহণ কৰাৰ পৰা বিৰত থাকিল মুখ্যমন্ত্ৰীগৰাকী ৷
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.