ETV Bharat / bharat

বিহাৰত 18 টা নিৰ্বাচনী সমদল সম্বোধন কৰিব যোগী আদিত্যনাথে

author img

By

Published : Oct 19, 2020, 9:32 PM IST

মঙলবাৰৰ পৰা সমাগত বিহাৰ নিৰ্বাচনৰ নিৰ্বাচনী প্ৰচাৰ আৰম্ভ কৰিব উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে ৷ বিহাৰত 18 টা সমদল সম্বোধন কৰিব মুখ্যমন্ত্ৰী গৰাকীয়ে ৷

উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী
উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী

নেশ্যনেল ডেস্ক, 19 অক্টোবৰ: উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে মঙলবাৰৰ পৰা সমাগত বিহাৰ নিৰ্বাচনৰ নিৰ্বাচনী প্ৰচাৰ আৰম্ভ কৰিব ৷ লগতে তেওঁ বিহাৰত 18 টা সমদল সম্বোধন কৰিব ৷

বিহাৰৰ এগৰাকী বিজেপিৰ পদাধিকাৰীয়ে কয় যে, "বিহাৰত, বিশেষকৈ উত্তৰ প্ৰদেশ-বিহাৰ সীমান্তৰ নিৰ্বাচনী ক্ষেত্ৰসমূহত মুখ্যমন্ত্ৰী গৰাকীৰ বহুল জনপ্ৰিয়তা আছে ৷ গোৰখনাথ পীঠক উচ্চ সন্মান প্ৰদান কৰা হয় আৰু যোগী আাদিত্যনাথ বাৰুকৈয়ে সন্মানীয় সন্ত ৷"

মুখ্যমন্ত্ৰী গৰাকীয়ে এদিনত গড়ে তিনিটাকৈ সমদল সম্বোধন কৰিব ৷ মঙলবাৰে তেওঁ ৰামগড়, আৰৱাল আৰু কাৰাকাট সমষ্টিত নিৰ্বাচনী প্ৰচাৰ চলাব ৷ আনহাতে তেওঁ বুধবাৰে জামুই, তাৰাড়ী আৰু পালিগঞ্জত সমদল সম্বোধন কৰিব বুলি জানিবলৈ দিয়ে দলীয় সুত্ৰই ৷

লগতে পঢ়ক: জনা-নজনা: এই চহৰত মৃত্যু হোৱাৰ অনুমতি নাই কোনো লোকৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.