ETV Bharat / bharat

নয়দাত 8 আগষ্টত উদ্ধোধন হ'ব কৰ'ণা হাস্পতাল

মহামাৰী COVID-19 ত আক্ৰান্ত ব্যক্তিৰ বাবে 8 আগষ্ট তথা শনিবাৰে উত্তৰ প্ৰদেশৰ গৌতম বুদ্ধ নগৰ জিলাৰ নয়দাত উদ্ধোধন কৰিব COVID-19 হাস্পতাল ৷ উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে উদ্ধোধন কৰিব এই হাস্পতাল ৷

author img

By

Published : Aug 7, 2020, 9:54 AM IST

নয়দা
নয়দাত 8 আগষ্টত উদ্ধোধন হ'ব কৰ'ণা হাস্পতাল

নিউজ ডেস্ক, 7 আগষ্টঃ উত্তৰ প্ৰদেশত দ্ৰুত গতিত বৃদ্ধি পাইছে মহামাৰী কৰ'ণা ভাইৰাছৰ সংক্ৰমণ ৷ যাৰ বাবে 8 আগষ্টত উত্তৰ প্ৰদেশৰ গৌতম বুদ্ধ নগৰ জিলাৰ নয়দাত মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে উদ্ধোধন মহামাৰী COVID-19 হাস্পতাল ৷ নয়দাৰ চেক্টৰ 39 উদ্ধোধন কৰিব এই COVID-19 হাস্পতাল ৷ যাৰ বাবে প্ৰস্তুতি চলোৱা হৈছে নয়দাৰ চেক্টৰ 39 ত ৷

উল্লেখ্য যে,বিজেপিৰ কেইগৰাকীমান নেতা কৰ্মীয়ে নয়দা স্বাস্থ্য বিভাগৰ বিৰুদ্ধে মুখ্যমন্ত্ৰী যোগী আদিত্যনাথৰ ওচৰত অভিযোগ উত্থাপন কৰে ৷ নয়দাত মহামাৰী কৰ'ণাৰ অনুন্নত চিকিৎসা ব্যৱস্থাৰ অভিযোগৰ পাচতে গৌতম বুদ্ধ নগৰত কৰ'ণা সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি কৰ'ণা কেয়াৰ চেণ্টাৰ নিৰ্মাণৰ নিৰ্দেশ দিয়ে যোগী আদিত্যনাথে ৷

আৰু পঢ়কঃ তেজপুৰস্থিত 4 ক'ৰত স্থলসেনাপ্ৰধান জেন. মনোজ মুকুন্দ নাৰাৱানে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.