ETV Bharat / bharat

সঁচাকৈয়ে হিমালয়ৰ শিখৰত আছে নেকি হিমমানৱ!

"প্ৰথম বাৰৰ বাবে ভাৰতীয় সেনাৰ পৰ্বতাৰোহণকাৰী দলে ২০১৯ বৰ্ষৰ ৯ এপ্ৰিলত মকালু বেছ কেম্পৰ সমীপত ৩২x১৫ ইঞ্চিৰ হিমমানৱ ‘য়েটী’ৰ ৰহস্যময় খোজ দেখা পাইছে । ইয়াৰ পূৰ্বে মায়াবী হিমমানৱ কেৱল মকালু–বৰুণ নেচনেল পাৰ্কতহে দেখা পোৱা গৈছিল।"

সঁচাকৈয়ে হিমালয়ৰ শিখৰত বাস কৰে নেকি হিমমানৱ!
author img

By

Published : Apr 30, 2019, 11:09 AM IST

নিউজ ডেক্স, ৩০ এপ্ৰিলঃ হিমালয়ৰ বৰফৰ মাজত পৰিলক্ষিত হৈছে ডাঙৰ–ডাঙৰ ভৰিৰ খোজ । এই খোজক হিমমানৱ ‘য়েটী’ৰ বুলি ধাৰণা কৰা হৈছে । মঙলবাৰে ভাৰতীয় সেনাই নিজৰ অফিচিয়েল টুইটাৰত শ্বেয়াৰ কৰে এই ফটো ।

সেনাই টুইটাৰত প্ৰকাশ কৰা অনুসৰি, ‘‘প্ৰথম বাৰৰ বাবে ভাৰতীয় সেনাৰ পৰ্বতাৰোহণকাৰী দলে ২০১৯ বৰ্ষৰ ৯ এপ্ৰিলত মকালু বেছ কেম্পৰ সমীপত ৩২x১৫ ইঞ্চিৰ হিমমানৱ ‘য়েটী’ৰ ৰহস্যময় খোজ দেখা পাইছে । ইয়াৰ পূৰ্বে মায়াবী হিমমানৱ কেৱল মকালু–বৰুণ নেচনেল পাৰ্কতহে দেখা পোৱা গৈছিল।"

উল্লেখ্য যে ইয়াৰ পূৰ্বেও হিমালয়ৰ শিখৰত হিমমানৱ বাস কৰা বুলি বহু লোকে দাবীও কৰিছিল । কিন্তু এই সন্দৰ্ভত এই পৰ্যন্ত কোনোধৰণৰ প্ৰমাণ লাভ কৰা নাই ।

Mysterious Footprints of mythical beast 'Yeti' been sighted at Makalu-Barun National Park
ANI TWITTER
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.