ETV Bharat / bharat

বিশ্বব্যাপি 12 দিনত 1 লাখৰো অধিক লোক নতুনকৈ আক্ৰান্ত কৰ'না ভাইৰাছত

author img

By

Published : Mar 21, 2020, 11:28 AM IST

বিশ্ব স্বাস্থ্য সংস্থাৰ তথ্য অনুসৰি সমগ্ৰ বিশ্বজুৰি এইপৰ্যন্ত নতুনকৈ 2 লাখৰো অধিক লোক কৰ'না ভাইৰাছত আক্ৰন্ত হৈছে ৷ ভাৰতত এইপৰ্যন্ত 200 গৰাকীৰো অধিক লোক এই ভাইৰাছত আক্ৰান্ত হোৱাৰ বিপৰীতে মৃত্যু হৈছে 4 গৰাকী লোকৰ ৷

World saw 1 lakh fresh coronavirus cases in just 12 days
বিশ্বব্যাপি 12 দিনত 1 লাখৰো অধিক লোক নতুনকৈ আক্ৰান্ত কৰ'না ভাইৰাছত

নেশ্বনেল ডেক্স, 21 মাৰ্চঃ বিশ্ব স্বাস্থ্য সংস্থাই বিশ্বজুৰি 2 লাখৰো অধিক লোক কৰ'না ভাইৰাছত আক্ৰান্ত হোৱাৰ তথ্য প্ৰকাশ কৰিছে ৷ আটাইতকৈ ভয়ংকৰ কথাটো হ'ল, প্ৰথম অৱস্থাত প্ৰায় 1 লাখ লোক কৰ'না ভাইৰাছত আক্ৰান্ত হ'বলৈ প্ৰয়োজন হৈছিল প্ৰায় 3 মাহ সময়ৰ, কিন্তু শেহতীয়াকৈ মাত্ৰ 12 দিনতে 1 লাখ লোক কৰ'না ভাইৰাছত আক্ৰান্ত হৈছে ৷

সমগ্ৰ বিশ্বৰ 7 খন নতুন দেশ তথা অঞ্চল এই 'কভিড-19' ত আক্ৰান্ত হোৱৰ তথ্য পোহৰলৈ আহিছে ৷

'জনসাধাৰণৰ মাজত পজিটিভ এণ্টিবডি পৰীক্ষাৰ দ্বাৰা 'কভিদ-19'ৰ সংক্ৰমণ নিদ্ধাৰণ কৰাৰ উদ্দেশে এক নতুন পটকল গঠন কৰা হৈছে' - বৃহস্পতিবাৰে বিশ্ব স্বাস্থ্য সংস্থাই 'কভিড-19' সন্দৰ্ভত প্ৰকাশ কৰা প্ৰতিবেদনত এই কথা উল্লেখ কৰিছে ৷

বিশ্ব স্বাস্থ্য সংস্থাই জনোৱা অনুসৰি কোভিদ-19 ৰ সমান্তৰালভাবে অন্য মহামাৰী যেনে- চেৰাইপেডিমেলজিকেল ( জনসংখ্যাৰ সম্পৰ্ক চিনাক্তকৰণ এন্টিবডি ) আদি ক্লিনিকেল তথা ভাইৰাছজনিত ৰোগ চিনাক্ত হৈছে ৷

উচ্চ আয়, নিম্ন আয় আৰু মধ্য আয়ৰ দেশ সৰ্বমুঠ 13 খন ৰাষ্ট্ৰত বিশ্ব স্বাস্থ্য সংস্থাই এক প্ৰাথমিক তদন্ত আৰম্ভ কৰিছিল ৷

ইয়াৰ লগতে আৰু 18 খন দেশত বিশ্ব স্বাস্থ্য সংস্থাৰ এই নীতি-নিয়ম প্ৰৱৰ্তন কৰিবলৈ নিৰ্দেশ প্ৰদান কৰিছে ৷

বৰ্তমানলৈ কোভিদ-19 ত আক্ৰান্ত লোকৰ সংখ্যা 246,275 জন কিন্তু ইয়াৰে ভিতৰত মৃত্যুৰ সংখ্যা 10,000 জন ৷

ইউৰোপ চৰকাৰে ইতিমধ্যে 1,00,000 জন মানুহৰ ইতিবাচক পৰীক্ষা সম্পন্ন কৰিছে ৷ লগতে ইউৰোপ চৰকাৰে এই ৰোগ প্ৰতিৰোধৰ বাবে চেষ্টা অব্যাহত ৰাখিছে ৷

এইপৰ্যন্ত ভাৰতত মাৰাত্মক 'কভিড-19' ভাইৰাছত 200 গৰাকীৰো অধিক লোক আক্ৰান্ত হোৱাৰ বিপৰীতে মৃত্যু হৈছে 4 গৰাকী লোকৰ ৷

ইটালীত ক‘ৰণা ভাইৰাছত আক্ৰান্ত লোকৰ সংখ্যা ভয়াৱহধৰণে বৃদ্ধি পাইছে ৷ এই মহামাৰীৰ উৎপত্তিস্থল চীনৰ সমপৰ্যায়ত ইটালীত মৃত্যুৰ সংখ্যা বাঢ়ি গৈছে ৷

শুকুৰবাৰে (আই এ এন এছ) ৰ এক তথ্যত প্ৰকাশ পোৱা অনুসৰি আফ্ৰিকাত কোভিদ-19 ত আক্ৰান্তত লোকৰ সংখ্যা সপ্তাহত ছয়গুন বৃদ্ধি হৈ 850 জন হৈছে ৷ দক্ষিণ আফ্ৰিকাত বৰ্তমানলৈকে 202 জন লোক আক্ৰান্ত হৈছে ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.