ETV Bharat / bharat

‘কা’ বিৰোধী আন্দোলনকাৰীৰ পৰা ক্ষতিপূৰণ সংগ্ৰহ কৰিব ৰে’ল বিভাগে: বিনোদ কুমাৰ যাদৱ - 80 কোটি টকাৰ সা-সম্পত্তি ক্ষয়-ক্ষতি

‘কা’ বিৰোধী আন্দোলনৰ হিংসাত্মক কাৰ্যত বৃহৎ ক্ষতি হৈছিল ভাৰতীয় ৰে’ল বিভাগৰ সম্পত্তিৰ ৷ মুঠ 80 কোটি টকাৰ ক্ষয়-ক্ষতি হৈছে বুলি জানিবলৈ দিয়ে ৰে’লৱে বিভাগৰ অধ্যক্ষ বিনোদ কুমাৰ যাদৱে ৷

‘কা’ বিৰোধী আন্দোলনকাৰীৰ পৰা ক্ষতিপূৰণ সংগ্ৰহ কৰিব ৰে’ল বিভাগে

author img

By

Published : Dec 30, 2019, 7:38 PM IST

নিউজ ডেস্ক,30 ডিচেম্বৰ: নাগৰিকত্ব আইনৰ বিৰুদ্ধে চলা আন্দোলনত মুঠ 80 কোটি টকাৰ সা-সম্পত্তিৰ ক্ষয়-ক্ষতিৰ সন্মুখীন হৈছে ভাৰতীয় ৰে’লৱে বিভাগ ৷ সোমবাৰে ৰে’লৱে বিভাগৰ অধ্যক্ষ বিনোদ কুমাৰ যাদৱে এই কথা উল্লেখ কৰি কয় যে, এই সমগ্ৰ ঘটনাত জড়িত থকা সকলৰ পৰা সংগ্ৰহ কৰা হ’ব সম্পূৰ্ণ ক্ষতিপূৰণ ৷

‘কা’ বিৰোধী আন্দোলনত 80 কোটি টকাৰ ক্ষয়-ক্ষতি ৰে’ল বিভাগৰ

উল্লেখ্য যে, ‘নাগৰিকত্ব সংশোধনী আইন 2019’ আইনত পৰিৱৰ্তন হোৱাৰ পাচতেই দেশৰ বিভিন্ন প্ৰান্তত ‘কা’ বিৰোধী আন্দোলন তীব্ৰতৰ হৈ পৰিছিল ৷ বহু ঠাইত পুলিচ আৰু আন্দোলনকাৰীৰ মাজত সৃষ্টি হৈছিল সংঘৰ্ষ ৷ বহু ঠাইত বাছ, ৰে’লৰ ডবা জ্বলাই দিয়াৰ লগতে ৰে’ল লাইনৰ বিস্তৰ ক্ষতি-সাধন কৰিছিল আন্দোলনকাৰীয়ে ৷ য’ত 80 কোটি টকাৰ ক্ষতিৰ সন্মুখীন হৈছে ভাৰতীয় ৰে’ল বিভাগ ৷ পূৰ্বত্তোৰ ৰে’লৱেৰ 70 কোটি টকা ক্ষতি হোৱাৰ বিপৰীতে উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ 10 কোটি টকা ক্ষতি হৈছে ৷ এই সমগ্ৰ ক্ষতি সংগ্ৰহ কৰা হ’ব আন্দোলনকাৰীৰ পৰা ৷ এই কথা জানিবলৈ দিয়ে ৰে’লৱে বিভাগৰ অধ্যক্ষ বিনোদ কুমাৰ যাদৱে ৷

উল্লেখ্য যে, বিভিন্ন ভিডিঅ’ ক্লীপ আৰু চিচিটিভিৰ দৃশ্যৰ সহায়ত হিংসাত্মক কাৰ্যসূচী ৰূপায়ন কৰা আন্দোলনকাৰী সকলক চিনাক্ত কৰি এই ব্য়ৱস্থা গ্ৰহণ কৰা হ’ব ৷

আইন-শৃংখলা বিষয়টো যিহেতু ৰাজ্যিকসূচী অন্তৰ্ভুক্ত গতিকে এই বিষয়ে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলি উল্লেখ কৰে যাদৱে ৷ ইয়াৰ পূৰ্বে পশ্চিমবংগৰ মুখ্যমন্ত্ৰীক এই বিষয়ে কঠোৰ ব্যৱস্থা লোৱাৰ আহ্বান কৰিছিল ৰে’লৱে মন্ত্ৰী পিয়ুষ গোৱেলে ৷

Intro:New Delhi: Amid the protests held across the country, against the Citizenship Amendment Act, railway property worth Rs 80 crore has been damaged and the recovery will be made from those who have found involved in the arson and violence, informed Railway Board Chairman, Vinod Kumar Yadav, on Monday.

Body:While addressing the media, VK Yadav said, "There has been damage of railway property worth Rs 80 crore during anti-CAA protests. Damages will be removed from those who've been found involved in the arson and violence."

He also informed that out of the total damage cost, Rs 70 crores is of the Eastern Railway and Rs 10 crores is of the North Frontier Railway.

"Railway Protection Force is coordinating with the State Governments and they'll take cognizance over the damage caused during these protests," he added.

Conclusion:As per the reports, Indian Railways may also approach the Court to seek compensation for loss of property due to violent protests against the passage of CAA and NRC, as a high level railways reform committee has urged the ministry officials to file a civil suit for the damage recovery.
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.