ETV Bharat / bharat

প্ৰবল বৰষুণৰ ফলত মহাৰাষ্ট্ৰত দেৱাল খহি বহু লোকৰ মৃত্যু

মহাৰাষ্ট্ৰৰ বিভিন্ন ঠাইত দেৱাল খহা ঘটনা ৷ প্ৰতিকূল বতৰৰ প্ৰতি লক্ষ্য ৰাখি মহাৰাষ্ট্ৰ চৰকাৰ আৰু প্ৰশাসনে 2 জুলাইৰ দিনতো বন্ধ ঘোষণা কৰিছে ৷

প্ৰবল বৰষুণৰ ফলত মহাৰাষ্ট্ৰত দেৱাল খহি বহু লোকৰ মৃত্যু
author img

By

Published : Jul 2, 2019, 10:24 AM IST

Updated : Jul 2, 2019, 12:46 PM IST

মহাৰাষ্ট্ৰ,2 জুলাই: মহাৰাষ্ট্ৰৰ পূৱ মালাদত সোমবাৰে নিশা দেৱাল খহি 18 জনৰ মৃত্যু,4 জন লোক গুৰুতৰভাবে আহত আৰু 52 জন আহত ৷ প্ৰবল বৰষুণৰ বাবে দেৱাল খহাৰ সন্দেহ ৷

ইয়াৰ ওপৰিও বহু লোক ভগ্ন দেৱালৰ ধ্বংসস্তুপৰ মাজত আবদ্ধ হৈ থকাৰ সন্দেহ ৷ সোমবাৰে নিশা মহাৰাষ্ট্ৰৰ কল্যাণস্থিত ৰাষ্ট্ৰীয় উৰ্দু বিদ্যালয়ৰ দেৱাল খহি 3 জন লোকৰ মৃত্যু হোৱাৰ উপৰিও 1 জন লোক আহত হয় ৷

পুণেৰ আম্বেগাৱঁতো দেৱাল খহি 6 গৰাকী লোকৰ মৃত্যু হয় ৷

প্ৰবল বৰষুণৰ ফলত মহাৰাষ্ট্ৰত দেৱাল খহি বহু লোকৰ মৃত্যু

প্ৰবল বৰষুণৰ ফলত বহু ঠাইত দেৱাল খহাৰ ফলত বিক্ষিপ্ত ঘটনা সংঘটিত হোৱা কথা বাতৰি প্ৰকাশ হৈছে ৷ প্ৰতিকূল বতৰৰ প্ৰতি লক্ষ্য ৰাখি মহাৰাষ্ট্ৰ চৰকাৰ আৰু প্ৰশাসনে 2 জুলাইৰ দিনতো বন্ধ ঘোষণা কৰিছে ৷

ETV BHARAT ASSAM

মৃতকৰ পৰিয়াললৈ 5 লাখ টকাৰ সাহায্য ঘোষণা মুখ্যমন্ত্ৰীৰ

Intro:Body:

মহাৰাষ্ট্ৰৰ পূৱ মালাদত সোমবাৰে নিশা দেৱাল খহি 13 জনৰ মৃত্যু হয় ৷

মহাৰাষ্ট্ৰৰ পূৱ মালাদত সোমবাৰে নিশা দেৱাল খহি 13 জনৰ মৃত্যু হয় ৷ প্ৰবল বৰষাৰ বাবে দেৱাল খহা সন্দেহ ৷ ইয়াৰ ওপৰিও বহু লোক ভগ্ন দেৱালৰ ধ্বংসস্তুপৰ মাজত আবদ্ধ হৈ থকা সন্দেহ ৷ 

সোমবাৰে নিশা মহাৰাষ্ট্ৰৰ কল্যান স্থিত ৰাষ্ট্ৰীয় উৰ্দ্দু বিদ্যালয়ৰ দেৱাল খহি 3 জন লোকৰ মৃত্যু হোৱাৰ উপৰিও 1 জন লোক আহত হয় ৷ পুনেৰ আম্বেগাৱঁতো দেৱাল খহি 6 গৰাকী লোকৰ মৃত্যু হয় ৷ 

প্ৰবল বৰষুণৰ ফলত বহু ঠাইত দেৱাল খহা ফলত বিক্ষিপ্ত ঘটনা সংঘটিত হোৱা কথা বাতৰি প্ৰকাশ হৈছে ৷ প্ৰতিকূল বতৰৰ প্ৰতি লক্ষ ৰাখি মহাৰাষ্ট্ৰ চৰকাৰ আৰু প্ৰশাসনে 2 জুলাইৰ দিনতো বন্ধ ঘোষণা কৰিছে ৷ 

Conclusion:
Last Updated : Jul 2, 2019, 12:46 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.