নিউজ ডেস্ক, 1 ছেপ্তেম্বৰঃ দেশৰ প্ৰথমলানি সুৰক্ষাৰ দায়িত্বত থকা সীমা সুৰক্ষা বল( Border Security Guard) চমুকৈ বিএছএফৰ নৱতম মহানিৰ্দেশক (Director General) চমুকৈ ডিজি হিচাপে দায়িত্বভাৰ গ্ৰহণ কৰে ভিকে জোহৰীয়ে ৷ 1984 চনৰ মধ্যপ্ৰদেশ কেডাৰৰ আইপিএছ বিষয়াগৰাকীয়ে ৰজনীকান্ত মিশ্ৰাৰ ঠাইত স্থলাভিষিক্ত হয় ৷
-
31st August 2019
— BSF (@BSF_India) August 31, 2019 " class="align-text-top noRightClick twitterSection" data="
BSF Force HQ, New Delhi
Shri Vivek Kumar Johri took over the charge of Director General #BSF
He is the 25th Director General of Border Security Force. Shri Johri belongs to 1984 batch of the Indian Police Service (Madhya Pradesh Cadre) pic.twitter.com/aUIqBQNbvo
">31st August 2019
— BSF (@BSF_India) August 31, 2019
BSF Force HQ, New Delhi
Shri Vivek Kumar Johri took over the charge of Director General #BSF
He is the 25th Director General of Border Security Force. Shri Johri belongs to 1984 batch of the Indian Police Service (Madhya Pradesh Cadre) pic.twitter.com/aUIqBQNbvo31st August 2019
— BSF (@BSF_India) August 31, 2019
BSF Force HQ, New Delhi
Shri Vivek Kumar Johri took over the charge of Director General #BSF
He is the 25th Director General of Border Security Force. Shri Johri belongs to 1984 batch of the Indian Police Service (Madhya Pradesh Cadre) pic.twitter.com/aUIqBQNbvo
আগষ্টৰ 31 তাৰিখে পদত্যাগ কৰা ৰজনী কান্ত মিশ্ৰাৰ ঠাইত বিএছএফৰ মহানিৰ্দেশকৰ দায়িত্বভাৰ গ্ৰহণ কৰে বিবেক কুমাৰ জোহৰীয়ে ৷ জুলাই মাহত প্ৰধানমন্ত্ৰীৰ অধ্যক্ষতাক এচিচি (Appointments Committee of the Cabinet)এ কেন্দ্ৰীয় গৃহমন্ত্ৰালয়ৰ নিৰ্দেশৰ ভিত্তিত জোহৰীক বাহিনীটোৰ সৰ্বাধিনায়ক নিযুক্ত কৰে ৷ কেন্দ্ৰীয় সচিবালয়ৰ বিশেষ সচিবৰ দায়িত্বত থকা বিষয়াগৰাকীয়ে 2020 চনৰ ছেপ্তেম্বৰ মাহলৈ বাহিনীটোৰ সৰ্বাধিনায়ক পদত অধিস্থিত হৈ থাকিব ৷
-
Parting words by Shri Rajni Kant Mishra Director General #BSF pic.twitter.com/8OJ4a9U01m
— BSF (@BSF_India) August 31, 2019 " class="align-text-top noRightClick twitterSection" data="
">Parting words by Shri Rajni Kant Mishra Director General #BSF pic.twitter.com/8OJ4a9U01m
— BSF (@BSF_India) August 31, 2019Parting words by Shri Rajni Kant Mishra Director General #BSF pic.twitter.com/8OJ4a9U01m
— BSF (@BSF_India) August 31, 2019
উল্লেখ্য যে, ভিকে জোহৰীয়ে নিজৰ নিযুক্তিৰ পূৰ্বেই কিছুদিন আগত দেশৰ অন্তৱৰ্তী সুৰক্ষাক লৈ বিএছএফে প্ৰদান কৰিবলগীয়া সশস্ত্ৰ সন্মানৰ লগতে অন্যান্য সকলো আনুষ্ঠানিকতা বিনাদ্বিধাই প্ৰত্যাখান কৰিছিল ৷ দেশৰ সুৰক্ষাৰ বাবেই এগৰাকী মহানিৰ্দেশকে সশস্ত্ৰ সন্মানৰ আনুষ্ঠানিকতা পদত্যাগ কৰা প্ৰথমগৰাকী বিষয়া হৈছে ভিকে জোহৰী ৷