নিউজ ডেস্ক, 27 আগষ্ট : ভাৰতীয় ক্ৰিকেট দলৰ অধিনায়ক বিৰাট কোহলী আৰু পত্নী তথা বলিউড অভিনেত্ৰী অনুষ্কা শৰ্মা অতি সোনকালে হ'বলৈ গৈ আছে পিতৃ-মাতৃ ৷ বিৰাট কোহলীয়ে টুইটাৰত এখন ফটো শ্বেয়াৰ কৰি এই খবৰ প্ৰদান কৰে ৷
-
And then, we were three! Arriving Jan 2021 ❤️🙏 pic.twitter.com/0BDSogBM1n
— Virat Kohli (@imVkohli) August 27, 2020 " class="align-text-top noRightClick twitterSection" data="
">And then, we were three! Arriving Jan 2021 ❤️🙏 pic.twitter.com/0BDSogBM1n
— Virat Kohli (@imVkohli) August 27, 2020And then, we were three! Arriving Jan 2021 ❤️🙏 pic.twitter.com/0BDSogBM1n
— Virat Kohli (@imVkohli) August 27, 2020
বিৰাট কোহলীয়ে অনুষ্কা শৰ্মাৰ সৈতে ফটো শ্বেয়াৰ কৰি লিখে, 'আৰু পাছত, আমি তিনি আছিলো ! জানুৱাৰী 2021 ত আহি আছে ৷ '
উল্লেখ্য যে, বিৰাট কোহলী সম্প্ৰতি আই পি এলত ভাগ ল'বলৈ ডুবাইত উপস্থিত হৈছেগৈ ৷ আনহাতে মুম্বাইতে আছে অনুষ্কা শৰ্মা ৷ বিৰাট আৰু অনুষ্কাই 2017 চনৰ ডিচেম্বৰ মাহত বিবাহপাশত আবদ্ধ হৈছিল ৷
লগতে পঢ়ক : ৰিয়া চক্ৰৱৰ্তীয়ে জীৱনত কেতিয়াও সেৱন কৰা নাই ড্ৰাগছ