ETV Bharat / bharat

ৰাজস্থানত নাবালিকাক ধৰ্ষণৰ এক পাশৱিক ঘটনা

author img

By

Published : Oct 23, 2020, 7:58 PM IST

ৰাজস্থানৰ জালোৰ জিলাত দলিত সম্প্ৰদায়ৰ নাবালিকাক ধৰ্ষণ তিনি যুৱকৰ ৷ ইন্টাৰনেটত ভাইৰেল ভিডিঅ';আৰক্ষীৰ গোচৰ ৰুজু ৷

video viral after gang rape with dalit girl in jalore
ৰাজস্থানত নাবালিকাক ধৰ্ষণ তিনি যুৱকৰ

নেশ্যনেল ডেস্ক,23 অক্টোবৰ: ৰাজস্থানৰ জালোৰ জিলাত এজনী দলিত সম্প্ৰদায়ৰ নাবালিকাক ধৰ্ষণ তিনি যুৱকৰ ৷ জীৱনৰ অতি দুখ যন্ত্ৰণা সহ্য় কৰি মানসিক অশান্তিত আছিল ভুক্তভোগী নাবালিকাই ৷ চাৰিমাহৰ পূৰ্বে ছাগলী এৰাল দিবলৈ গৈ থকা অৱস্থাত তিনি যুৱকে মিলি ধৰ্ষণৰ দৰে জঘণ্য কাণ্ড সংঘটিত কৰি হত্যাৰ ভাবুকি দিছিল ৷ সমগ্ৰ কাণ্ডৰ ভিডিঅ' বনাই ইন্টাৰনেটত এৰি দিয়াৰো ভাবুকি প্ৰদান কৰিছিল ভুক্তভোগী নাবালিকাক ৷

ভয় আৰু সংকাৰ মাজেৰে চাৰিমাহে মৌণ হৈ আছিল ভুক্তভোগী নাবালিকাই; কিন্তু তিনি যুৱকে নাবালিকাৰ ভিডিঅ' ইন্টাৰনেটত এৰি দিয়াৰ পাছতে মুখ খুলিছে ভুক্তভোগীয়ে ৷ লগে লগে আৰক্ষীক ফোন যোগে সমগ্ৰ ঘটনা অৱগত কৰে ৷

ভুক্তভোগী নাবালিকাই কয় যে, তিনি যুৱকে মিলি মোক ধৰ্ষণ কৰি হত্যাৰ ভাবুকি দিছিল ৷ ভিডিঅ' বনাই বন্ধু বৰ্গৰ সৈতে মিলি মোক ব্লেকমেইল কৰি আহিছিল ৷ এতিয়া মোৰ জীৱনলৈ ভাবুকি আহিব কাৰণ তিনি যুৱক গাৱঁৰ আটাইতকৈ সম্ভ্ৰান্ত পৰিয়ালৰ ৷ সম্প্ৰতি আৰক্ষীয়ে গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰিছে ৷

লগতে পঢ়ক: কৃষক আইনৰ বিৰোধিতাৰে পঞ্জাৱত অব্যাহত আছে কৃষক মজদুৰ সংঘৰ প্ৰতিবাদ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.