ETV Bharat / bharat

কেনেদৰে সৎকাৰ কৰা হয় কোভিড-19 আক্ৰান্তৰ মৃতদেহ - কোভিড-১৯

কৰ্ণাটকৰ বল্লাৰী জিলাত স্বাস্থ্য বিভাগৰ লোকে কোভিড-১৯ ত মৃত্যু হোৱা কেইবাগৰাকী লোকক কোনো ধৰণৰ সতৰ্কতা গ্ৰহণ নকৰাকৈ মৃতদেহ সৎকাৰৰ বাবে ব্যৱস্থা কৰা এটা ভিডি'অই চছিয়েল মিডিয়াত ক্ষোভৰ উদগীৰণ ঘটাইছে । ৰাজ্যখনৰ স্বাস্থ্য মন্ত্ৰী বি শ্ৰীৰামালুৰ আদিবাসীয়ে জনোৱা অনুসৰি, সেই সম্পৰ্কত বৰ্তমান তদন্ত চলি আছে ।

video-on-dumping-of-covid-19-victims-bodies-in-karnataka-triggers-outrage

author img

By

Published : Jun 30, 2020, 10:33 PM IST

নিউজ ডেস্ক, ৩০ জুন : কৰ্ণাটকৰ বল্লাৰী জিলাত স্বাস্থ্য বিভাগৰ লোকে কোভিড-১৯ ত মৃত্যু হোৱা কেইবাগৰাকী লোকক কোনো ধৰণৰ সতৰ্কতা গ্ৰহণ নকৰাকৈ মৃতদেহ সৎকাৰৰ বাবে ব্যৱস্থা কৰা এটা ভিডি'অই ছ'চিয়েল মিডিয়াত ক্ষোভৰ উদগীৰণ ঘটাইছে । ৰাজ্যখনৰ স্বাস্থ্য মন্ত্ৰী বি শ্ৰীৰামালুৰ আদিবাসীয়ে জনোৱা অনুসৰি, সেই সম্পৰ্কত বৰ্তমান তদন্ত চলি আছে ।

ভাইৰেল হোৱা ভিডিঅ' টোত দেখা পোৱা অনুসৰি, কেইজনমান লোকে পি পি কীট পৰিধান কৰি এখন গাড়ীৰ পৰা মৃতদেহ উলিয়াই দ গাঁত এটাত এটাৰ ওপৰত আনটো জাপি দিয়া দেখা পোৱা গৈছে ।

উক্ত ঘটনাটো ইউটিউবত যি গৰাকী লোকে প্ৰথম আপলোড কৰিছিল তেখেতে জনোৱা অনুসৰি, ঘটনাটো কৰ্ণাটকত বল্লাৰী জিলাত সংঘটিত হৈছে । ভিডিঅ'টো আপলোড কৰাৰ পিচতো ব্যাপক হাৰত ভাইৰেল হৈছে আৰু তদন্তৰ বাবে জনসাধাৰণে চৰকাৰক হেঁচা প্ৰয়োগ কৰিছে ।

জিলা উপায়ুক্ত এছ এছ নকুলে জনোৱা অনুসৰি, ইতিমধ্যে বিষয়টোৰ তদন্ত কৰিবলৈ প্ৰশাসনক নিৰ্দেশ প্ৰদান কৰা হৈছে । তেখেতে জনোৱা অনুসৰি, সোমবাৰে জিলা খনত কৰ'ণা ভাইৰাছত ১২ জন লোকৰ মৃত্যু হৈছে । মংগলবাৰে পুনৰ ৫ জন লোকৰ মৃত্যু হয় । বৰ্তমানলৈ জিলাখনত ২৯ জন লোকৰ মৃত্যু হৈছে ।

উল্লেখযোগ্য যে, জুনৰ আৰম্ভণিতে এগৰাকী ৪৪ বছৰীয়া কৰ'ণা ৰোগীৰ মৃতদেহ পণ্ডীচেৰীৰ এখন গাঁৱত পেলাই দিছিল ।

কেনেদৰে সৎকাৰ কৰা হয় কোভিড-19 আক্ৰান্তৰ মৃতদেহ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.