ETV Bharat / bharat

ৰাজ্য়সভাৰ পেনেলৰ উপাধ্যক্ষঃ ৬ গৰাকী সাংসদৰ নাম - উপৰাষ্ট্ৰপতি এম ভেংকায়া নাইডু

শুকুৰবাৰে উপ-ৰাষ্ট্ৰপতি এম ভেংকায়া নাইডুয়ে ৰাজ্য়সভাৰ উপাধ্যক্ষৰ পেনেল পুনৰ গঠন কৰে। এই পেনেলত নাইডুৱে ৰাজ্য়সভাৰ ছয় গৰাকী সদস্যক অন্তৰ্ভুক্ত কৰে বুলি সদৰি কৰে ।

এম ভেংকায়া নাইডু
এম ভেংকায়া নাইডু
author img

By

Published : Jul 25, 2020, 3:51 PM IST

নিউজ ডেস্ক, ২৫ জুলাইঃ ৰাজ্য়সভাৰ সভাপতি তথা দেশৰ উপ ৰাষ্ট্ৰপতি এম ভেংকায়া নাইডুয়ে শুকুৰবাৰে ৰাজ্য়সভাৰ উপাধ্যক্ষ পেনেল পুনৰ গঠন কৰে । উপ-ৰাষ্ট্ৰপতি এম ভেংকা নাইডুলৱে এই পেনেলত ৰাজ্য়সভাৰ ছয় গৰাকী সদস্যক অন্তৰ্ভুক্ত কৰে । শুকুৰবাৰে পেনেলত অন্তৰ্ভুক্ত কৰা সদস্য কেইগৰাকী হৈছে ভূৱনেশ্বৰ কলিতা,বন্দনা সাৱন,সুখেন্দু শেখৰ ৰয়,সুৰেন্দ্ৰ সিং নগৰ,এল হনুমানথাইয়া আৰু সম্মিতা পাত্ৰ । ৰাজ্যসভাৰ চেয়াৰমেন এম ভেংকায়া নাইডুৱে পুনৰ গঠন কৰা এই পেনেলত প্ৰথনবাৰৰ বাবে সাংসদ সস্মিতা পাত্ৰ আৰু এল হনুমানথাইয়া অন্তৰ্ভুক্ত কৰা হয় ।

ভাৰতীয় জনতা পাৰ্টীৰ পৰা ভূৱনেশ্বৰ কলিতা আৰু সুৰেন্দ্ৰ সিং নাগৰ,কংগ্ৰেছৰ এল হনুমানথাইয়া,এনচিপিৰ পৰা বন্দনা সাৱন,তৃণমূল কংগ্ৰেছ সুখেন্দু শেখৰ ৰয় আৰু বীজু জনতা দলৰ পৰা সস্মিতা পাত্ৰ নাইডুৰ দ্বাৰা পেনেলত অন্তৰ্ভুক্ত সাংসদৰ সংখ্যা ।

লগতে চাওকঃ বৰপেটাত বান ক্ষতিগ্ৰস্তলৈ বিশ্ব হিন্দু পৰিষদৰ সাহায্য

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.