ETV Bharat / bharat

বন্দে ভাৰত আঁচনিৰ জড়িয়তে নিউয়ৰ্কৰ পৰা কলকাতালৈ আহিল ১৯৩ গৰাকী লোক

author img

By

Published : Jun 10, 2020, 3:41 PM IST

১০ জুনৰ পৰা আৰম্ভ হৈছে বন্দে ভাৰত আঁচনিৰ তৃতীয় পৰ্যায়ৰ কাম। কেন্দ্ৰীয় মন্ত্ৰী হৰদ্বীপ সিং পুৰীয়ে উল্লেখ কৰা অনুসৰি বুধবাৰৰ পৰা ১ জুলাইলৈকে অব্যাহত থাকিব বন্দে ভাৰত আঁচনিৰ তৃতীয় পৰ্যায়ৰ বিমান সেৱা।

বন্দে ভাৰত আঁছনি
vande bharat 3: 193 indians reach kolkata from new york

নিউজ ডেস্ক, ১০ জুনঃ বন্দে ভাৰত আঁচনিৰ অংশ হিচাপে বুধবাৰে নিউ য়ৰ্কৰ পৰা পৰা কলিকতালৈ লৈ অনা হয় বহুকেইগৰাকী ভাৰতীয় নাগৰিকক । এয়াৰ ইণ্ডিয়াৰ বিশেষ বিমানযোগে ১৯৩ গৰাকী নাগৰিকক কলিকতালৈ লৈ অনাৰ ব্যৱস্থা কৰে কেন্দ্ৰীয় চৰকাৰে। বুধবাৰে পুৱা এই বিশেষ বিমানখন কলকাতা বিমানবন্দৰত অৱতৰণ কৰে। আমেৰিকাস্থিত ভাৰতীয় দূতাভাষে উল্লেখ কৰা অনুসৰি ৮ জুনত নিউয়ৰ্কৰ পৰা উৰা মাৰিছিল এয়াৰ ইণ্ডিয়াৰ বিশেষ বিমানখন।

vande bharat 3: 193 indians reach kolkata from new york
বন্দে ভাৰত আঁচনিৰ জড়িয়তে নিউয়ৰ্কৰ পৰা কলকাতালৈ আহিল ১৯৩ গৰাকী লোক

১০ জুনৰ পৰা আৰম্ভ হৈছে বন্দে ভাৰত আঁচনিৰ তৃতীয় পৰ্যায়ৰ কাম। কেন্দ্ৰীয় মন্ত্ৰী হৰদ্বীপ সিং পুৰীয়ে উল্লেখ কৰা অনুসৰি বুধবাৰৰ পৰা ১ জুলাইলৈকে অব্যাহত থাকিব বন্দে ভাৰত আঁচনিৰ তৃতীয় পৰ্যায়ৰ বিমান সেৱা। এই আঁচনিৰ তৃতীয় পৰ্যায়ত ৩৫৬ খন বিমানেৰে বহিঃৰাষ্ট্ৰত আবদ্ধ হৈ থকা বহুসংখ্যক লোকক ভাৰতলৈ উভতাই অনা হ'ব।

উল্লেখ্য় যে, বন্দে ভাৰত আঁচনিৰ প্ৰথম পৰ্যায়ত ১৫,০০০ গৰাকী আৰু দ্বিতীয় পৰ্যায়ত প্ৰায় ৩০,০০০ গৰাকী ভাৰতীয় নাগৰিকক বিদেশৰ পৰা ভাৰতলৈ উভতাই অনা হয়। বিভাগীয় কৰ্তৃপক্ষই প্ৰকাশ কৰে এই তথ্য।

লগতে চাওকঃ প্ৰতিলিটাৰ পেট্ৰ'লত ৪০ পইচা আৰু ডিজেলত ৪৫ পইচাকৈ বৃদ্ধি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.