ETV Bharat / bharat

উত্তৰাখণ্ডত নিষিদ্ধ চীনা সামগ্ৰী : ত্ৰিবেন্দ্ৰ সিঙ ৰাৱত - উত্তৰাখণ্ড

গালৱান ঘাটিৰ হোৱা সংঘৰ্ষৰ পাছত চীনা সামগ্ৰী বৰ্জনৰ বাবে কৰা আহ্বানৰ প্ৰতি সঁহাৰি জনায় উত্তৰাখণ্ডৰ চৰকাৰে এই সিদ্ধান্ত গ্ৰহণ কৰিছে ৷

Uttarakhand won't use Chinese equipments, devices: Rawat
উত্তৰাখণ্ডত নিষিদ্ধ চীনা সামগ্ৰী : ত্ৰিবেন্দ্ৰ সিঙ ৰাৱত
author img

By

Published : Jul 10, 2020, 8:38 AM IST

উত্তৰাখণ্ড, 10 জুলাই : উত্তৰাখণ্ড চৰকাৰে সকলো ধৰণৰ চীনা সামগ্ৰী বৰ্জন কৰিব ৷ ৰাজ্য়খনৰ মুখ্যমন্ত্ৰী ত্ৰিবেন্দ্ৰ সিঙ ৰাৱতে বৃহস্পতিবাৰে এক সংবাদমেলত এই কথা প্ৰকাশ কৰে ৷ বিগত মাহত গালৱান ঘাটিৰ হোৱা সংঘৰ্ষৰ পাছত চীনা সামগ্ৰী বৰ্জনৰ বাবে কৰা আহ্বানৰ প্ৰতি সঁহাৰি জনায় উত্তৰাখণ্ডৰ চৰকাৰে এই সিদ্ধান্ত গ্ৰহণ কৰিছে ৷

Uttarakhand won't use Chinese equipments, devices: Rawat
উত্তৰাখণ্ডত নিষিদ্ধ চীনা সামগ্ৰী : ত্ৰিবেন্দ্ৰ সিঙ ৰাৱত

ৰাৱতে সংবাদমেলত লগতে প্ৰকাশ কৰে যে ,কেন্দ্ৰীয় চৰকাৰে 59 টা চীনা এপ ব্যৱহাৰত নিষিদ্ধ কৰাৰ পাছত বৃহৎ সংখ্যাক ভাৰতীয় লোকে দেশীয় এপ ব্যৱহাৰ কৰিবলৈ লৈছে ৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে আত্মনিৰ্ভৰ ভাৰত গঠনৰ বাবে লোৱা পদক্ষেপৰ প্ৰতি সমৰ্থন জনাই উত্তৰাখণ্ডৰ মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে,ক'ভিড 19 মহামাৰীৰ সংহাৰৰ মাজতো ভাৰতে আধুনিকতাৰ পৰিচয় পুনৰ স্থাপন কৰিবলৈ সক্ষম হৈছে ৷

ক'ভিড 19 মহামাৰীৰ বাবে দেশৰ স্বাস্থ্য খণ্ডত সৰ্বাধিক উন্নয়ন হৈছে ৷ এই মহামাৰীৰ পূৰ্বে ভাৰতত পিপিই কিট প্ৰস্তুত কৰা হোৱা নাছিল ৷ কিন্তু মহামাৰীৰ পাছত ভাৰতত বৃহৎ পৰিমানে পিপিই কিট প্ৰস্তুত কৰা হৈছে ৷ ইয়াৰ লগতে ভাৰতত বৃহৎ পৰিমাণে ভেন্টিলেটৰ আৰু এন 95 মাস্কো নিৰ্মাণ কৰা হৈছে ৷

লগতে পঢ়ক : টাই আহোম ছাত্ৰ সন্থাৰ প্ৰাক্তন সভাপতি অশ্বিনী চেতিয়াৰ মৃত্যু

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.