নিউজ ডেস্ক,25 এপ্ৰিল: বিয়াৰ চিঠিত ৰাম-সীতাৰ ছবি ৷পাচে, হিন্দু ধৰ্মৰ নহয় ৷ এগৰাকী মুছলমান জীয়ৰীৰ বিয়াৰ চিঠিত পৰিয়ালে চপালে ভগৱান ৰাম-সীতাৰ ছবি ৷
সাম্প্ৰদায়িক সম্প্ৰীতিৰ এক উদাহৰণ স্বৰূপে এই পদক্ষেপ গ্ৰহণ কৰে বুলি জনায় উত্তৰ প্ৰদেশৰ চিলাউৱা গাঁৱৰ এই মুছলমান পৰিয়ালটোৱে ৷ পৰিয়ালটোৰ এনে পদক্ষেপত এতিয়া সুখী হিন্দু- মুছলমান সকলোৱে মিলাপ্ৰীতিৰে বসবাস কৰা উত্তৰ প্ৰদেশৰ চিলাউৱা গাঁৱৰ সমূহ গাঁওবাসী৷