ETV Bharat / bharat

কৰ'ণাত আক্ৰান্ত হৈ মৃত্যু উত্তৰ প্ৰদেশৰ কেবিনেট মন্ত্ৰী কমল ৰাণী বৰুণৰ - কমল ৰাণী বৰুণ

দেওবাৰে মহামাৰী কৰ'ণাত আক্ৰান্ত হৈ মৃত্যু উত্তৰ প্ৰদেশৰ কেবিনেট মন্ত্ৰী কমল ৰাণী বৰুণৰ ৷ বিগত কিছুদিনৰ পৰা লক্ষ্ণৌৰ পিজিআইত চিকিৎসাধীন হৈ আছিল প্ৰয়াত কমল ৰাণী বৰুণ ৷

কমল ৰাণী বৰুণ
কৰ'ণাত আক্ৰান্ত হৈ মৃত্যু উত্তৰ প্ৰদেশৰ কেবিনেট মন্ত্ৰী কমল ৰাণী বৰুণৰ
author img

By

Published : Aug 2, 2020, 12:16 PM IST

নিউজ ডেস্ক, 2 আগষ্ট : বিশ্বজুৰি ত্ৰাস সৃষ্টি কৰা মহামাৰী কৰ'ণাত আক্ৰান্ত দেওবাৰে মৃত্যু হয় উত্তৰ প্ৰদেশৰ বিজেপিৰ কেবিনেট মন্ত্ৰী কমল ৰাণী বৰুণৰ ৷ উত্তৰ প্ৰদেশৰ বিধানসভাৰ সদস্য আছিল প্ৰয়াত কমল ৰাণী বৰুণ ৷ বিগত কিছুদিন ধৰি কৰ'ণা আক্ৰান্ত হৈ লক্ষ্ণৌৰ পিজিআইত চিকিৎসাধীন হৈ আছিল প্ৰয়াত কমল ৰাণী বৰুণ ৷

উল্লেখ্য যে, 1989 চনত বিজেপিৰ পৰা দ্বাৰকাপুৰী ৱাৰ্ডৰ পৰা ৰাজনৈতিক পথত খোজ পেলায় ৷ 1958 চনত জন্মগ্ৰহণ কৰা কমলৰাণী বৰুণ এলআইচিৰ প্ৰশাসনিক বিষয়ববীয়া কিষাণ লাল বৰুণৰ লগত বিবাহ পাষত আৱদ্ধ হয় ৷ নেতৃগৰাকীৰ মৃত্যুত শোকত ম্ৰিয়মান হৈ পৰিছে দলীয় সতীৰ্থ আৰু পৰিয়ালবৰ্গৰ লগতে গুণমুগ্ধ ৷

লগতে পঢ়ক : অযোধ্যা আইনৰ অধীনত 67 একৰ ভূমি শ্ৰীৰাম জন্মভূমি তীৰ্থক্ষেত্ৰত হস্তান্তৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.