ETV Bharat / bharat

উত্তৰ প্ৰদেশৰ বিজেপি বিধায়কৰ নিজ চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদ - বিধায়ক নন্দ কিশোৰ গুজ্জৰ

উত্তৰ প্ৰদেশৰ বিধানসভাত মঙলবাৰে বিজেপি বিধায়ক নন্দ কিশোৰ গুজ্জৰে বিৰোধী আৰু নিজৰ দলৰ বহুতো বিধায়কৰ সমৰ্থন আদায় কৰি চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদ কৰে ৷

UP BJP MLAs protest against own government
উত্তৰ প্ৰদেশৰ বিজেপি বিধায়কৰ নিজ চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদ
author img

By

Published : Dec 18, 2019, 10:54 AM IST

নিউজ ডেক্স, 18 নৱেম্বৰ : সদনত নিজৰ বিৰুদ্ধে থকা অভিযোগৰ কাৰণ দৰ্শোৱাৰ সুযোগ নিদিয়াৰ বাবেই দলৰ বিৰুদ্ধে প্ৰতিবাদত বহিল উত্তৰ প্ৰদেশৰ 70 জন বিজেপি বিধায়ক ৷ বিধায়ক নন্দ কিশোৰ গুজ্জৰৰ নেতৃত্বত দলৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে এইসকল বিধায়কে উত্তৰ প্ৰদেশৰ বহু বিৰোধী বিধায়কে অত্যন্ত বিৰল বিকাশে বিজেপি বিধায়কৰ লগত যোগ দিছিল, অধ্যক্ষই বিজেপি বিধায়কক কোনো কৰ্মকৰ্তাৰ কথিত উচ্চ-স্তৰত আলোচনা কৰিবলৈ মানা কৰাৰ পাছতো নিজৰ চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদ কৰে ৷ খবৰ অনুসৰি বিজেপি বিধায়ক নন্দ কিশোৰ গুজ্জৰে নিজৰ সমষ্টি (গাজিয়াবাদ লনি )ত কৰ্মকৰ্তাৰ দুব্যৱহাৰৰ বিষয়ে বিধানসভাত বক্তৃতা দিয়াৰ পৰা বিৰত ৰাখিছিল তেতিয়া প্ৰায় 70 জন বিজেপি বিধায়ক তাৰ সমৰ্থনত আছিল ৷ সমাজবাদী দলৰ বিধায়ক গুজ্জৰক সমৰ্থন কৰা পাছত বিধানসভাৰ অধ্যক্ষই অতি শীঘ্ৰেই বিধানসভা স্থগিত ৰাখিছিল কিন্ত বিজেপি বিধায়কসকলে মঙলবাৰৰ দিনা লবি অঞ্চলত সভা পাতিছিল ৷

উত্তৰ প্ৰদেশৰ বিজেপি বিধায়কৰ নিজ চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদ

উপ-মুখ্যমন্ত্ৰী দীনেশ শৰ্মা আৰু সংসদ বিষয়ক মন্ত্ৰী সুৰেশ খান্নাই উত্তেজিত বিধায়ক সকলক শান্ত কৰাৰ চেষ্টা কৰিছিল আৰু বিধায়কসকলক অধ্যক্ষৰ কোঠালৈ মাতি বিস্তৃত ভাৱে আলোচনা কৰে ৷ বিধায়ক সকলৰ মন্তব্য তেওঁলোকে তেতিয়া লৈকে ধৰ্ণা অব্যাহত ৰাখিব যেতিয়া লৈকে গাজিয়াবাদৰ ভণ্ড কৰ্মকৰ্তা সকলে ক্ষমা নিবিচাৰে ৷ বিধায়ক সকলে অধ্যক্ষৰ আশ্বাসত ধৰ্ণা স্থগিত ৰাখে যদিও বুধবাৰলৈকে অপেক্ষা কৰিব বুলি কয় ৷ বুধবাৰলৈ যদি কোনো ধৰণৰ সঠিক ব্যৱস্থা নলয় তেন্তে পুনৰ ধৰ্ণা ত বহিব বুলিও মন্তব্য কৰে ৷ অধ্যক্ষ হৃদয় নাৰায়ণ দীক্ষিতে বিধায়কসকলক সমস্যাৰ সমাধান হ'ব বুলি আশ্বাস দিয়ে ৷ ইয়াৰ মাজতে জেষ্ঠ বিজেপি বিধায়ক সকলক লৈ এখন সমিতি গঠন কৰে যিখনৰ জৰিয়তে বুধবাৰে জিলা দণ্ডাধীশ আৰু এচ এচ পিক মাতি সমস্যাৰ সমাধান কৰিব বুলি কয় ৷

সমাজবাদী দলৰ বিধায়ক আৰু উত্তৰ প্ৰদেশ বিধানসভাৰ বিৰোধী নেতা ৰাম গোবিন্দ চৌধুৰীয়ে মন্তব্য কৰে যে, 169 গৰাকী বিজেপি বিধায়ক নিজ চৰকাৰৰ বিপক্ষে আছিল ৷ সাংবাদিকৰ ওচৰত চৌধুৰীয়ে কয় কোনো ৰাজ্যৰ বিধানসভাতে এই ঘটনা দেখিবলৈ পোৱা নাই ৷ "169 জন বিধায়কে চৰকাৰৰ বিৰুদ্ধে স্বাক্ষৰ কৰাৰ বাবে চৰকাৰখন সংখ্যালঘুত পৰিণত হৈছে, " যোগী চৰকাৰৰ ক্ষমতাত থকা কোনো অধিকাৰ নাই ৷ যদি মুখ্যমন্ত্ৰীৰ ওচৰত কোনো ধৰণৰ নৈতিকতা নাই তেন্তে তেওঁ অতি শীঘ্ৰেই পদত্যাগ কৰিব লাগে ৷ ঘটনাক্ৰমে মুখ্যমন্ত্ৰী যোগী আদিত্য নাথ লক্ষ্ণৌত নাছিল তেওঁ ঝাৰখণ্ডত নিৰ্বাচনৰ প্ৰচাৰত ব্যস্ত আছিল ৷ উল্লেখ্য যে, এই মাহৰ প্ৰথম ভাগতে গুজ্জৰ প্ৰতিনিধি বিধায়কৰ কাৰ্যালয়ৰ পৰা খাদ্য হস্তান্তৰ কৰাৰ অভিযোগত খাদ্য পৰিদৰ্শকক গাজিয়াবাদৰ পৰা গ্ৰেপ্তাৰ কৰে ৷ গুজ্জৰক গ্ৰেপ্তাৰ কৰাৰ পাছতে খাদ্য পৰিদৰ্শকৰ বিৰুদ্ধে দুৰ্নীতিৰ অভিযোগ তোলে ৷ লনি বিধায়কো এই ঘটনাৰ লগত জড়িত থকা বুলি সন্দেহ কৰি দলৰ জৰিয়তে কাৰণ দৰ্শাবলৈ জাননী দিয়ে ৷ বিধায়কৰ অভিযোগ "বিজেপিৰ এটা লবি আমাৰ বিৰুদ্ধে সক্ৰিয় হৈ আছে আৰু আমাৰ সু নাম নষ্ট কৰাৰ বাবে ষড়যন্ত্ৰ কৰিছে ৷" খাদ্য পৰিদৰ্শকক আমাৰ বিৰুদ্ধে FIR দিবলৈ উচতনি দিছিল লবিচক্ৰই ৷

আৰু পঢ়ক : নাগৰিকত্ব সংশোধনী আইনক লৈ জ্বলিছে ৰাজ্যৰ লগতে দে

Intro:Body:

Gurjar

Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.