ETV Bharat / bharat

কোভিড-১৯ ৰ পৰিস্থিতি সন্দৰ্ভত অমিত শ্বাহৰ সৰ্বদলীয় বৈঠক - আম আদমি পাৰ্টী

কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে সোমবাৰে দিল্লীৰ সকলোবোৰ ৰাজনৈতিক দলৰ নেতাৰ লগত কোভিড-১৯ সন্দৰ্ভত এক বৈঠকত মিলিত হয় । উক্ত বৈঠকত বিজেপি, কংগ্ৰেছ, আম আদমি পাৰ্টি আৰু বিএছপি ৰ নেতা সকলৰ সৈতে আলোচনাত মিলিত হয় ।

union-home-minister-amit-shah-holds-all-party-meet-on-covid-19-situation-in-delhi

author img

By

Published : Jun 15, 2020, 6:54 PM IST

নিউজ ডেস্ক, ১৫ জুন : কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে সোমবাৰে দিল্লীৰ সকলোবোৰ ৰাজনৈতিক দলৰ নেতাৰ লগত কোভিড-১৯ সন্দৰ্ভত এক বৈঠকত মিলিত হয় । দিল্লীত বৰ্ধিত হাৰত বৃদ্ধি পোৱা কৰ'ণা ভাইৰাছ সম্পৰ্কত এই বৈঠকত আলোচনা কৰা হয় ।

পৰৱৰ্তী সময়ত কৰ'ণা ভাইৰাছৰ সক্ৰমণ ৰোধৰ বাবে ল'ৱলগীয়া পদক্ষেপ সম্পৰ্কত দিল্লীৰ ৰাজনৈতিক দল সমূহক অৱগত কৰে । উক্ত বৈঠকত বিজেপি, কংগ্ৰেছ, আম আদমি পাৰ্টি আৰু বিএছপি ৰ নেতা সকলৰ সৈতে আলোচনাত মিলিত হয় ।

জনোৱা অনুসৰি, বৰ্তমানলৈ দিল্লীত ৪১০০০ হাজাৰ লোক কোভিড-১৯ ত আক্ৰান্ত হৈছে আৰু ১৩০০ শ লোক মৃত্যু হোৱাৰ তথ্য আহি পৰিছে । দিল্লীত কোভিড-১৯ ত আক্ৰান্ত লোকৰ সংখ্যা মহাৰাষ্ট্ৰ আৰু তামিলনাডুৰ পিছতে তৃতীয় স্থানত আছে ।

union-home-minister-amit-shah-holds-all-party-meet-on-covid-19-situation-in-delhi
কোভিড-১৯ ৰ পৰিস্থিতি সন্দৰ্ভত অমিত শ্বাহৰ সৰ্বদলীয় বৈঠক

আনহাতে, দেওবাৰে গৃহমন্ত্ৰী গৰাকীয়ে দিল্লীৰ উপ ৰাজ্যপাল , মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল, কেন্দ্ৰীয় স্বাস্থমন্ত্ৰী হৰ্ষ বৰ্ধন আৰু দিল্লীৰ আয়ুক্ত আৰু বিষয়া কৰ্মচাৰীৰ লগত কোভিড-১৯ সন্দৰ্ভত বৈঠকত মিলিত হয় ।

উক্ত বৈঠকত অমিত শ্বাহে জনাই যে, আগন্তক দুদিনৰ ভিতৰতে দিল্লীত কোভিড-১৯ ত আক্ৰান্ত ৰোগীৰ সংখ্যা তিনিগুণ বৃদ্ধি পাব । যাৰবাবে কৰ'ণা ৰোগীৰ চিকিৎসাৰ বাবে বিচনাৰ অভাৱ হোৱা হেতুকে মোডী চৰকাৰে পুনৰ ৫০০ খন ৰে'লত চিকিৎসাৰ ব্যৱস্থা কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছে ।

লগতে পঢ়ক : লামডিং ৰে’লৱে ষ্টেচনত হাহাকাৰ পৰিস্থিতি

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.