ETV Bharat / bharat

পুনে বিমানবন্দৰৰ পৰা আটক শ্ৰীলংকাৰ দুগৰাকী সোণ সৰবৰাহকাৰী মহিলা

৩০ লক্ষাধিক টকাৰ সোণসহ আটক মহিলাদুগৰাকীক

সোণসহ আটক দুগৰাকী মহিলা
author img

By

Published : Mar 15, 2019, 10:08 AM IST

নিউজ ডেস্ক, 15 মাৰ্চ : ৩০ লক্ষাধিক টকাৰ সোণসহ পুনে বিমানবন্দৰৰ পৰা আটক শ্ৰীলংকাৰ দুগৰাকী সোণ সৰবৰাহকাৰী মহিলা ৷ বৃহস্পতিবাৰে ৰাজহ শুল্ক বিভাগৰ বিষয়াই আটক কৰে মহিলাদুগৰাকীক ৷

আৰক্ষীয়ে সদৰি কৰা মতে , জেট এয়াৰৱেজ বিমানযোগে ছিংগাপুৰৰ পৰা অহা মহিলাদুগৰাকীয়ে বিমানবন্দৰত নিৰীক্ষণৰ সময়ত পলায়নৰ চেষ্টা চলাওতেই আটক কৰে শুল্ক বিষয়াই৷ লগতে মহিলাদুগৰাকীৰ পৰা উদ্ধাৰ কৰা হয় 30,31,937 টকা মূল্যৰ 914.25 গ্ৰাম সোণ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.