ETV Bharat / bharat

1.5 কেজি ড্ৰাগছ সহ পাঞ্জাৱত আটক দুই সৰবৰাহকাৰী

author img

By

Published : Jun 11, 2019, 6:57 AM IST

পঞ্জাৱ আৰক্ষীয়ে আটক কৰে দুই ড্ৰাগছ সৰবৰাহকাৰী ৷

etv bharat
  • তাৰে এগৰাকী পুৰুষ আৰু আনগৰাকী মহিলা ৷
  • জলন্ধৰৰ পৃথক পৃথক স্থানৰ পৰা আটক দুই সৰবৰাহকাৰী ৷
  • দুয়োগৰাকী সৰবৰাহকাৰীৰ পৰা জব্দ 1.60 কিলোগ্ৰাম হিৰ’ইন ৷
  • সোমবাৰে আটক কৰা হয় দুই ড্ৰাগছ সৰবৰাহকাৰীক ৷
  • নিচাযুক্ত সামগ্ৰীৰ লগতে দুয়োজনৰ পৰা জব্দ 8,39,250 টকা ৷
  • দুয়োগৰাকী সৰবৰাহকাৰীৰ বিৰুদ্ধে গোচৰ ৰুজু কৰি তদন্ত অব্যাহত আৰক্ষীৰ ৷

https://www.aninews.in/news/national/general-news/punjab-two-persons-including-a-woman-arrested-with-160-kgs-of-heroin20190611053607/

1.5 কেজি ড্ৰাগছ সহ পাঞ্জাৱত আটক দুই সৰবৰাহকাৰী

পঞ্জাৱ আৰক্ষীয়ে আটক কৰে দুই ড্ৰাগছ সৰবৰাহকাৰী ৷

তাৰে এগৰাকী পুৰুষ আৰু আনগৰাকী মহিলা ৷

জলন্ধৰৰ পৃথক পৃথক স্থানৰ পৰা আটক দুই সৰবৰাহকাৰী ৷

দুয়োগৰাকী সৰবৰাহকাৰীৰ পৰা জব্দ 1.60 কিলোগ্ৰাম হিৰ’ইন ৷

সোমবাৰে আটক কৰা হয় দুই ড্ৰাগছ সৰবৰাহকাৰীক ৷

নিচাযুক্ত সামগ্ৰীৰ লগতে দুয়োজনৰ পৰা জব্দ 8,39,250 টকা ৷

দুয়োগৰাকী সৰবৰাহকাৰীৰ বিৰুদ্ধে গোচৰ ৰুজু কৰি তদন্ত অব্যাহত আৰক্ষীৰ ৷
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.