ETV Bharat / bharat

দিল্লীত দুটা বেচৰকাৰী সংস্থাৰ বিৰুদ্ধে গোচৰ ৰুজুু - দক্ষিণ দিল্লীৰ উমিদ আমান

দক্ষিণ দিল্লীৰ দুটা বেচৰকাৰী সংস্থাৰ বিৰুদ্ধে নীতি নিয়ম উলংঘন কৰাৰ অভিযোগ তুলি জুভেনাইল জাষ্টিচ (Care and Protection of Children) আইনৰ অধীনত বৃহস্পতিবাৰে দুটাকৈ গোচৰ ৰুজু কৰা হৈছে বুলি আৰক্ষীয়ে সদৰি কৰিছে ৷

দিল্লীত দুটা বেচৰকাৰী সংস্থাৰ বিৰুদ্ধে গোচৰ ৰুজুু

author img

By

Published : Feb 5, 2021, 9:43 AM IST

নিউজ ডেস্ক,5 ফেব্ৰুৱাৰীঃ দক্ষিণ দিল্লীৰ দুটা বেচৰকাৰী সংস্থাৰ বিৰুদ্ধে নীতি নিয়ম উলংঘন কৰাৰ অভিযোগ তুলি জুভেনাইল জাষ্টিচ (Care and Protection of Children) আইনৰ অধীনত বৃহস্পতিবাৰে দুটাকৈ গোচৰ ৰুজু কৰা হৈছে বুলি আৰক্ষীয়ে সদৰি কৰিছে ৷

আৰক্ষীয়ে জানিবলৈ দিয়া মতে,দক্ষিণ দিল্লীৰ উমিদ আমান ঘৰ আৰু খুশী ৰামধেনু হ’মত নীতি নিয়ম উলংঘনৰ বিৰুদ্ধে ৰাষ্ট্ৰীয় শিশু অধিকাৰ সুৰক্ষা আয়োগৰ পঞ্জীয়কৰ অভিযোগত মঙলবাৰে মেহৰৌলি আৰক্ষী থানাত ভাৰতীয় দণ্ড বিধি ধাৰা ১৮৮ সৈতে কিশোৰ ন্যায় আইনৰ ধাৰা ৭৫ আৰু ৮৩(২) অধীনত এটা গোচৰ ৰুজু কৰা হৈছে । উল্লেখযোগ্য যে,দুয়োটা চেণ্টাৰ ফৰ ইকুইটি ষ্টাডিজ (চিএছই) দ্বাৰা প্ৰতিষ্ঠিত আছিল ।

লগতে পঢ়কঃ ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ দুৰ্নীতি সন্দৰ্ভত তদন্ত অব্যাহত

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.