- সম্পূৰ্ণৰূপে বানৰ কবলত পশ্চিম মহাৰাষ্ট্ৰৰ 5 খন জিলা ৷
- সুৰক্ষিত স্থানলৈ প্ৰেৰণ 2 লাখতকৈ অধিক বন্যাৰ্তক ৷
- শেহতীয়া তথ্য অনুযায়ী মহাৰাষ্ট্ৰৰ অন্তৰ্গত দুখন জিলা সাংগলী আৰু কোলহাপুৰত বিস্তৰ ক্ষতি
- সাংগলী জিলাত এখন উদ্ধাৰকাৰী নাও বন্ধ হৈ পৰাৰ ফলত পানীত বুৰ যায় 9 জনকৈ লোক ৷
- চৰকাৰী তথ্য অনুসৰি বানপানীৰ ফলত ৰাজ্যখনত এই পৰ্যন্ত মৃতকৰ সংখ্যা 27 জন ৷
- বিগত কিছুদিনৰ পৰা হোৱা ধাৰাষাৰ বৰষুণৰ ফলত এই পৰিস্থিতিৰ সৃষ্টি হোৱা বুলি জানিব পৰা গৈছে ৷
পশ্চিম মহাৰাষ্ট্ৰত 2 লাখতকৈ অধিক লোক বানৰ কবলত - বানৰ কবলত
শেহতীয়া তথ্য অনুযায়ী মহাৰাষ্ট্ৰৰ অন্তৰ্গত দুখন জিলা সাংগলী আৰু কোলহাপুৰত বিস্তৰ ক্ষতি সাধন কৰিছে বানে ৷
পশ্চিম মহাৰাষ্ট্ৰ
- সম্পূৰ্ণৰূপে বানৰ কবলত পশ্চিম মহাৰাষ্ট্ৰৰ 5 খন জিলা ৷
- সুৰক্ষিত স্থানলৈ প্ৰেৰণ 2 লাখতকৈ অধিক বন্যাৰ্তক ৷
- শেহতীয়া তথ্য অনুযায়ী মহাৰাষ্ট্ৰৰ অন্তৰ্গত দুখন জিলা সাংগলী আৰু কোলহাপুৰত বিস্তৰ ক্ষতি
- সাংগলী জিলাত এখন উদ্ধাৰকাৰী নাও বন্ধ হৈ পৰাৰ ফলত পানীত বুৰ যায় 9 জনকৈ লোক ৷
- চৰকাৰী তথ্য অনুসৰি বানপানীৰ ফলত ৰাজ্যখনত এই পৰ্যন্ত মৃতকৰ সংখ্যা 27 জন ৷
- বিগত কিছুদিনৰ পৰা হোৱা ধাৰাষাৰ বৰষুণৰ ফলত এই পৰিস্থিতিৰ সৃষ্টি হোৱা বুলি জানিব পৰা গৈছে ৷
Intro:Body:
Conclusion:
Maha rains live
Conclusion: