ETV Bharat / bharat

দুদিনীয়া ভ্ৰমণসূচীৰে উত্তৰ-পূৱত সেনা প্ৰধান বিপিন ৰাৱট - ডিমাপুৰৰ স্পিয়েৰ কৰ'পচ, কহিমা আৰু ইৰ্ষ্টান কামাণ্ডাৰৰ কালাকাটা পৰিদৰ্শন কৰে

দুদিনীয়া ভ্ৰমণসূচীৰে উত্তৰ-পূৱত সেনা প্ৰধান বিপিন ৰাৱট ৷ শুকুৰবাৰে ডিমাপুৰৰ স্পিয়েৰ কৰ'পচ, কহিমা আৰু ইৰ্ষ্টান কামাণ্ডাৰৰ কালাকাটা পৰিদৰ্শন কৰাৰ লগতে নাগালেণ্ডৰ ৰাজ্যপাল আৰ এন ৰবিৰ সৈতে এক বৈঠকত মিলিত হয় ৷

উত্তৰ-পূৱত সেনা প্ৰধান বিপিন ৰাবট
author img

By

Published : Nov 8, 2019, 9:48 PM IST

Updated : Nov 8, 2019, 10:36 PM IST

শোণিতপুৰ, 8 নৱেম্বৰঃ দুদিনীয়া ভ্ৰমণসূচীৰে বৃহস্পতিবাৰে উত্তৰ-পূৰ্বাঞ্চলত উপস্থিত হয় সেনা প্ৰধান বিপিন ৰাৱট ৷ সেনা প্ৰধানগৰাকীৰ দুদিনীয়া ভ্ৰমণসূচীত শুকুৰবাৰে ডিমাপুৰৰ স্পিয়েৰ কৰ'পচ, কহিমা আৰু ইৰ্ষ্টান কামাণ্ডাৰৰ কালাকাটা পৰিদৰ্শন কৰে ৷ লগতে ডিমাপুৰ আৰু কহিমাত ভাৰতীয় সেনাৰ জ্যেষ্ঠ সেনা বিষয়াৰ সৈতেও বৈঠকত মিলিত হয় সেনা প্ৰধানমন্ত্ৰীগৰাকী ৷ সেনাপ্ৰধানগৰাকীয়ে নাগালেণ্ডৰ ৰাজ্যপাল আৰ এন ৰবিৰ সৈতেও এক বৈঠকত মিলিত হয় ৷

Two day north east visit of Bipin Rawat
দুদিনীয়া ভ্ৰমণসূচীৰে উত্তৰ-পূৱত সেনা প্ৰধান বিপিন ৰাবট

সেনা প্ৰধানগৰাকীয়ে নাগালেণ্ডৰ ৰাজ্যিক প্ৰশাসন আৰু চিজ ফায়াৰ মনিটৰিং গ্ৰুপৰ সৈতে আলোচনাত মিলিত হৈ ৰাজ্যিক বিষয়ববীয়া সকলক সীমান্তত সুৰক্ষা কটকটীয়া কৰিবৰ বাবে সহায় সহযোগিতা বিচাৰে ৷ দুদিনীয়া ভ্ৰমণত সেনা প্ৰধানমন্ত্ৰীগৰাকীয়ে ভাৰতীয় সেনাৰ জোৱানসকলক আগন্তুক দিনবোৰত অধিক উৎসাহেৰে কাম কৰি যাবলৈ আহ্বান জনায় ৷

Two day north east visit of Bipin Rawat
ভাৰতীয় সেনাৰ জোৱানৰ সৈতে সেনা প্ৰধান

লগতে পঢ়কঃ মোদী চৰকাৰৰ বিমুদ্ৰাকৰণৰ তিনিটা বছৰ !

উল্লেখ্য যে, বৃহস্পতিবাৰে ভাৰত-ম্যানমাৰ সীমান্তৰ পৰিস্থিতিৰ বুজ লৈছিল সেনা প্ৰধান বিপিন ৰাৱট এ ৷

Two day north east visit of Bipin Rawat
ডিমাপুৰৰ স্পিয়েৰ কৰ'পচত বিপিন ৰাবট

Intro:
ARMY CHIEF VISITS EASTERN THEATRE

তেজপুৰ,৮ নবেম্বৰ : ভাৰতীয় সেনাবাহিনীৰ স্থল সেনাৰ প্ৰধান জেনেৰেল বিপিন ৰাওট আজি স্পিয়েৰ কৰপচ ডিমাপুৰ, কহিমা আৰু লগতে ইষ্টান কামাণ্ডৰ হেডকোৱাটাৰ কলকাটা পৰিদৰ্শন কৰে ৷সোনা প্ৰধান গৰাকীয়ে যোৱা বহস্পতিবাৰৰ পৰা এই উত্তৰ পূৰ্বাঞ্চল ভৰত ম্যানমাৰ সীমান্তত ও ভ্ৰমন কৰি পৰিস্থিতিৰ বুজ লয় ৷
Body:ডিমাপুৰ আৰু কহিমাত জেষ্ঠ সেনা বিষয়াৰ লগতে নাগালেণ্ডৰ ৰাজ্যপালৰ লগতো এক বৈঠকত মিলিত হয় ৷ উল্লেখযোগ্য যে নাগালেণ্ডত ৰাজ্যিক প্ৰশাসনৰ লগতে চ্জ ফায়াৰ মনিটৰিং গ্ৰুপৰ সচিৱৰ লগত সীমান্তৰ সুৰক্ষাৰ ওপৰত আলোকপাত কৰে ৷ তেও ৰাজ্যিক বিষয় ববিয়া সকলৰ পৰা সহায় সহযোগিতা বিচাৰে সীমান্ত সুৰক্ষা ব্যৱস্থা ককটীয়া কৰিবৰ বাবে ৷ Conclusion:সেনা প্ৰধান গৰাকীয়ে তেওঁৰ এই দুদিনিয়া          ভ্ৰমনত সেনা জোৱান সকলৰ লগত আলোচনাত মিলিত হৈ অধিক কৰ্মোৎসাহৰে কাম কৰি যাৱৰ বাবে আহ্বান জনায় ৷

প্ৰণৱ কুমাৰ দাস
তেজপুৰ
৮/১১/১৯
Last Updated : Nov 8, 2019, 10:36 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.